• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Jioৰ বাম্পাৰ অফাৰ! ১৫ দিনলৈ বিনামূলীয়াকৈ দিব ইন্টাৰনেট!

Jioৰ বাম্পাৰ অফাৰ! ১৫ দিনলৈ বিনামূলীয়াকৈ দিব ইন্টাৰনেট!

4 years ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

31 minutes ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

1 hour ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

2 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

3 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

3 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

3 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

4 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

5 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

5 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

6 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

7 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

Jioৰ বাম্পাৰ অফাৰ! ১৫ দিনলৈ বিনামূলীয়াকৈ দিব ইন্টাৰনেট!

editor by editor
August 12, 2022
in বাণিজ্য, বিবিধ
0
Jioৰ বাম্পাৰ অফাৰ! ১৫ দিনলৈ বিনামূলীয়াকৈ দিব ইন্টাৰনেট!
0
SHARES
35.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ৰিলায়েন্স জিঅ’-এ ভাৰতীয় গ্ৰাহকৰ বিশেষ অফাৰ আগবঢ়াইছে৷ জিঅ’ ডিজিটেল লাইফৰ ৰোমাঞ্চকৰ নতুন সুবিধা কঢ়িয়াই অনা ৩টা অনন্য পদক্ষেপৰ সৈতে জিঅ’ স্বাধীনতা দিৱসৰ অফাৰ ঘোষণা কৰিছে৷ এই অফাৰসমূহ হৈছে ক্ৰমে ৩০০০ টকাৰ, ৭৫০ টকাৰ বাবে বিশেষ ‘আনলিমিটেড প্লেন অৱ ৯০’ আৰু ‘হৰ ঘৰ ত্ৰিৰংগা, হৰ ঘৰ জিঅ’ ফাইবাৰ’ অফাৰ৷

JioFiberএ স্বাধীনতা দিৱসৰ বিশেষ অফাৰ দিছে৷ JioFiber সংযোগ ক্ৰয় কৰা সকলো নতুন গ্ৰাহকৰ বাবে ‘হৰ ঘৰ ত্ৰিৰংগা, হৰ ঘৰ JioFiber’ এক বিশেষ অফাৰ আগবঢ়াইছে জিঅ’এ। এই অফাৰ লাভ কৰিবলৈ ১২ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত গ্ৰাহকে JioFiber পোষ্টপেইড এণ্টাৰটেইনমেণ্ট বোনাঞ্জা প্লেন ল’ব লাগিব। সক্ৰিয়কৰণ কৰাৰ সময়ৰ পৰা ব্যৱহাৰকাৰীয়ে নিৰ্বাচিত প্লেনত অতিৰিক্ত ১৫ দিনৰ বিনামূলীয়া সুবিধা লাভ কৰিব।

লগতে পঢ়ক প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ

এই অফাৰ কেৱল ৪৯৯ টকা, ৫৯৯ টকা, ৭৯৯ টকা আৰু ৮৯৯ টকাৰ প্লেনৰ বাবেহে প্ৰযোজ্য।

যদি আপুনি ১৫ দিনৰ বাবে বিনামূলীয়া সুবিধা ল’ব বিচাৰে, তেন্তে আপুনি ১২ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত এই প্লেনবোৰৰ যিকোনো এটা বাছি ল’ব লাগিব। ১৯ আগষ্টৰ ভিতৰত এই পৰিকল্পনা সক্ৰিয় কৰা হ’ব। কিন্তু ৬ মাহ বা এবছৰৰ বাবে সংযোগ ক্ৰয় কৰিলেহে এই অফাৰটো উপলব্ধ হ’ব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamjioJio Fiberjio offer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন
ভাৰত

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

July 27, 2026
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
অপৰাধ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

July 27, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

July 27, 2026
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ
বিনোদন

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

July 27, 2026
Next Post
অসমতো জাত-পাতৰ নিলৰ্জ ছবি! গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰ প্ৰশাসনৰ

অসমতো জাত-পাতৰ নিলৰ্জ ছবি! গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰ প্ৰশাসনৰ

তিনি নাবালিকা ছাত্ৰীক অপহৰণ, তাৰ পিছত ধৰ্ষণ; দুই মহিলাসহ ৪ গৰাকীক গ্ৰেপ্তাৰ

তিনি নাবালিকা ছাত্ৰীক অপহৰণ, তাৰ পিছত ধৰ্ষণ; দুই মহিলাসহ ৪ গৰাকীক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.