• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমতো জাত-পাতৰ নিলৰ্জ ছবি! গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰ প্ৰশাসনৰ

অসমতো জাত-পাতৰ নিলৰ্জ ছবি! গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰ প্ৰশাসনৰ

4 years ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

12 minutes ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

50 minutes ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

15 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

16 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

16 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

16 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

18 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

18 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

19 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

19 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

20 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমতো জাত-পাতৰ নিলৰ্জ ছবি! গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰ প্ৰশাসনৰ

editor by editor
August 12, 2022
in অসম
0
অসমতো জাত-পাতৰ নিলৰ্জ ছবি! গাঁতৰ পৰা মৃতদেহ উলিয়াই সৎকাৰ প্ৰশাসনৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমতো উত্তৰ ভাৰতৰ দৰেই জাত-পাত, উচ্চ-নীচ আদি সামাজিক বৈষম্য বৰ্তমান বিৰাজমান৷ সেই কথাকে প্ৰমাণ কৰিলে মংগলদৈ পতালসিং পাৰাৰ গণক চুবাত সংঘটিত এক ঘটনাই৷

উল্লেখ্য যে যোৱা মঙলবাৰে মঙলদৈ গণক চুবাত অতুল শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল। কিন্তু পৰিতাপৰ কথা যে লোকজনে তথাকথিত নিম্ন বৰ্ণৰ এগৰাকী মহিলাক বিবাহ কৰাৰ বাবেই সমাজে তেওঁৰ মৃতদেহ সৎকাৰৰ কৰিবলৈ মান্তি নহ’ল৷

সমাজৰ দাবী যে অতুল শৰ্মাই অসবৰ্ণ মহিলাক বিবাহ কৰাৰ বাবে তেওঁৰ জাত গৈছিল গতিকে তেওঁৰ মৃতদেহ স্পৰ্শ কৰিলে তেওঁলোক অস্পৃশ্য হোৱাৰ লগতে পুৰোচিত হ’বলগীয়া হ’ব৷ এই আশংকাতে অতুল শৰ্মাৰ সমাজৰ লোকে তেওঁৰ মৃতদেহ সৎকাৰ কৰিবলৈ অমান্তি হয়৷

লগতে পঢ়ক এইবাৰ ভাৰাতীয়াৰ মূৰত ৰামটাঙোন! ভাৰাতীয়াই দিব লাগিব ১৮ শতাংশ জিএছটি!

ইয়াৰ পিছতে উপায়ন্তৰ হৈ অৱশেষত অতুল শৰ্মাৰ দুই ভাতৃৰ সহায়ত পৰিয়ালটোৱে লোকজনৰ মৃতদেহ নি নদীৰ পাৰত গাঁত খান্দি পুতি থব লগা হৈছিল।

এই ঘটনাটো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে হিন্দু ৰীতি নীতি অনুসৰি সৎকাৰ কৰাৰ পৰিৱৰ্তে গাঁতত মৃতদেহ পুতিব লগা হোৱাত স্তম্ভিত হৈ পৰিছে ৰাজ্যৰ সচেতন সমাজ।

স্মৰ্তব্য যে গণক সম্প্ৰদায়ৰ অতুল শৰ্মাই প্ৰায় ২৭ বছৰ পূৰ্বে কোঁচ সম্প্ৰদায়ৰ প্ৰণীতা দেৱীক বিয়া কৰাইছিল। জাতপাতৰ বিচাৰত নিমজ্জিত সমাজখনে ইয়াৰ বাবে অতুল শৰ্মাৰ পৰিয়ালটোক অস্পৃশ্য বুলি ঘোষণা কৰি সামাজিকভাৱে বৰ্জন কৰি আহিছিল৷

লগতে পঢ়ক প্ৰেমিকক এৰি স্বামী ঘৰলৈ উভতি অহাৰ শাস্তি, গাঁৱৰ মাজৰ ৰাস্তাত প্ৰেমিকাক উলংগ কৰি প্ৰহাৰ প্ৰেমিকৰ

ইফালে ঘটনাটোৱে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে প্ৰশাসনৰ উদ্যোগত অতুল শৰ্মাৰ পুতি থোৱা মৃতদেহটো উদ্ধাৰ কৰি পুনৰ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে সৎকৰাৰ ব্যৱস্থা কৰা হয়৷

শুকুৰবাৰে দণ্ডাধীশৰ লগতে আক্ৰাছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে মঙলদৈ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিতি হৈ গাঁতৰ পৰা অতুল শৰ্মাৰ মৃতদেহ উলিয়াই আনি পুনৰ সৎকাৰ কৰাৰ ব্যৱস্থা কৰে।

আনহাতে, উক্ত ঘটনাটোত উচতনিমূলক মন্তব্য কৰি গাঁওবাসীক বিপথে পৰিচালিত কৰাৰ অভিযোগত মঙলদৈ আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধান চলাই যাদব শৰ্মা নামৰ গাওঁখনৰ এগৰাকী মুখিয়াল লোকক আটক কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamdead body cremation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?
অসম

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

September 21, 2026
Next Post
তিনি নাবালিকা ছাত্ৰীক অপহৰণ, তাৰ পিছত ধৰ্ষণ; দুই মহিলাসহ ৪ গৰাকীক গ্ৰেপ্তাৰ

তিনি নাবালিকা ছাত্ৰীক অপহৰণ, তাৰ পিছত ধৰ্ষণ; দুই মহিলাসহ ৪ গৰাকীক গ্ৰেপ্তাৰ

ৰামানুজ কলেজৰ শ্ৰেণী কোঠাত অনৈতিক কাৰ্যত লিপ্ত শিক্ষাৰ্থী! ৭ ছাত্ৰ-ছাত্ৰীক নিলম্বন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ

ৰামানুজ কলেজৰ শ্ৰেণী কোঠাত অনৈতিক কাৰ্যত লিপ্ত শিক্ষাৰ্থী! ৭ ছাত্ৰ-ছাত্ৰীক নিলম্বন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.