• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল…

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল…

3 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

4 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

5 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

6 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

7 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

7 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

8 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

9 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

9 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

10 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

11 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল…

editor by editor
March 21, 2023
in স্বাস্থ্য
0
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল…
0
SHARES
11.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৰিয়ালৰ বাকীসকল সদস্যৰ স্বাস্থ্যক লৈ প্ৰতিসময়তে সচেতন হৈ থাকে ঘৰৰ মহিলাসকল। কিন্তু নিজা স্বাস্থ্যক লৈ সিমানেই অৱহেলা প্ৰায়সংখ্যক মহিলাৰেই। ঘৰ, কাৰ্যালয় সকলো সামৰি শৰীৰৰ যত্ন ল’বলৈ বহুসংখ্যকেই সময়েই নাপায়। শৰীৰৰ প্ৰতি দীৰ্ঘদিন ধৰি অনিয়ম আৰু অযত্নৰ ফলতেই শৰীৰত নানান অসুখেও দেখা দিয়ে। বয়সে ৩০ ডেওনা পাৰ কৰিলে প্ৰত্যেকগৰাকী মহিলাই কেইটামান বিশেষ স্বাস্থ্যপৰীক্ষা কৰোৱাটো নিতান্তই প্ৰয়োজন। চিকিৎসেই পৰামৰ্শ দিয়ে যে ৩০ ৰ ডেওনা পাৰ হ’লে প্ৰত্যেকজন লোকেই স্বাস্থ্যক লৈ সচেতন হ’ব লাগে। কাৰণ শৰীৰত কোনো সমস্যা থাকিলে প্রাথমিক অৱস্থাতেই ধৰা পৰিলে দ্ৰুতভাৱে চিকিৎসা আৰম্ভ কৰিব পাৰি। ৩০ পাৰ হোৱাৰ লগে লগেই এইকেইটা পৰীক্ষা কৰোৱাটো অতি জৰুৰী।

ডায়াবেটিছ
বয়স বাঢ়িলেই ডায়াবেটিছৰ আশংকা বাঢ়ি যায় এই ধাৰণা ভুল। কমবয়সতো ডায়াবেটিছ হ’ব পাৰে। সেয়ে বয়স ৩০ পাৰ হ’লেই ৬ মাহৰ ব্যৱধানত এবাৰকৈ ৰক্ত শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰোৱাটো জৰুৰী।

থাইৰয়েড আৰু কল’ষ্টেৰল
পৰিসংখ্যাই কয়, মহিলাসকলেই থাইৰয়েডত আক্ৰান্ত হোৱাৰ আশংকা বেছি। সেয়ে ৩০ পাৰ হ’লেই নিয়মিতভেৱ থাইৰয়েড পৰীক্ষা কৰোৱাটো অতি জৰুৰী। কেৱল থাইৰয়েডে নহয়, কল’ষ্টেৰলৰ মাত্ৰাও নিয়মিতভাৱে পৰীক্ষা কৰাব লাগে। এইক্ষেত্ৰত বছৰত এবাৰ লিপিড প্ৰফাইল পৰীক্ষা কৰোৱাটো জৰুৰী।

কৰ্কট স্ক্ৰিনিং
কৰ্কট স্ক্ৰিনিং অত্যন্ত জৰুৰী অক পৰীক্ষা। স্তন কৰ্কটৰ পৰা ডিম্বাশয়, জৰায়ুমুখৰ কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা মহিলাসকলৰ বেছিকৈ থাকে। সেয়ে এটা বয়সৰ অন্তত এই পৰীক্ষাসমূহ কৰাটো অতি জৰুৰী।

হাড়ৰ পৰীক্ষা
হাড় সংক্ৰান্তীয় নানান সমস্যা পুৰুষতকৈ মহিলাৰেই বেছি থাকে। আঁঠুৰ বিষ, আৰ্থৰাইটিছ, গাঁঠিৰ বিষ এইধৰণৰ সমস্যাসমূহ মহিলাসকলৰেই বেছিকৈ হয়। সেয়ে বয়স ৩০ পাৰ হ’লেই ভিটামিন ডি-৩ ৰ পৰীক্ষা কৰোৱাটো জৰুৰী। ইয়াৰোপৰি শৰীৰত কেলছিয়ামৰ মাত্ৰা পৰ্যাপ্ত নাথাকিলেও বহু ৰোগে দেখা দিয়ে। ইয়াৰোপৰি ইউৰিক এছিডৰো নিয়মিত পৰীক্ষা কৰোৱাটো অতি জৰুৰী।

চকুৰ পৰীক্ষা
যান্ত্ৰিক জীৱনত কমবয়সতে চকুৰ বিভিন্ন সমস্যাই দেখা দিয়াটো অস্বাভাৱিক কথা নহয়। এটা বয়সৰ অন্তত চকুক লৈ সচেতন হোৱাটো অতিকৈ প্ৰয়োজনীয়। বয়সে যদি ৩০ ৰ ঘৰ অতিক্ৰম কৰিছে তেন্তে চকুৰ পৰীক্ষা কৰোৱাটোও অত্যন্ত জৰুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?
জীৱনশৈলী

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

March 12, 2026
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ
জীৱনশৈলী

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

March 11, 2026
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা
জীৱনশৈলী

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

February 4, 2026
Next Post
‘আপুনি দিল্লীবাসীক কিয় ইমান বেয়া পায়? প্লীজ আমাৰ বাজেট মুকলি কৰি দিয়ক’, প্ৰধানমন্ত্ৰীলৈ অৰবিন্দ কেজৰিৱালৰ বিশেষ চিঠি…

‘আপুনি দিল্লীবাসীক কিয় ইমান বেয়া পায়? প্লীজ আমাৰ বাজেট মুকলি কৰি দিয়ক’, প্ৰধানমন্ত্ৰীলৈ অৰবিন্দ কেজৰিৱালৰ বিশেষ চিঠি...

ওপজা দিনত অজানা কথা… জন্মৰ পাছতেই অন্য নৱজাতকেৰে সলনি হৈ গৈছিল ৰাণী মুখাৰ্জী, কেনেকৈ মাতৃয়ে উদ্ধাৰ কৰি আনিছিল ৰাণীক?

ওপজা দিনত অজানা কথা... জন্মৰ পাছতেই অন্য নৱজাতকেৰে সলনি হৈ গৈছিল ৰাণী মুখাৰ্জী, কেনেকৈ মাতৃয়ে উদ্ধাৰ কৰি আনিছিল ৰাণীক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.