• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

4 years ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

39 minutes ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

1 hour ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

2 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

3 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

4 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

4 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

4 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

16 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

17 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

18 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

18 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?

editor by editor
February 9, 2022
in জীৱনশৈলী, বিশ্ব
0
৩০ বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁৱত গৰ্ভৱতী হয় নাৰী! কিন্তু কেনেকৈ?
0
SHARES
500
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অবিশ্বাস্য হ’লেও এয়াই সত্য! পুৰুষ নিষিদ্ধ এখন গাঁৱত মহিলা গৰ্ভৱতী হৈ আহিছে৷

এই অবিশ্বাস্য ঘটনাটো দক্ষিণ আফ্ৰিকাৰ ঘন জংঘলত অৱস্থিত উমোজা নামৰ এখন গাঁৱত ঘটি আহিছে৷ প্ৰকাশিত খবৰ মতে উক্ত গাঁৱত কেৱল মহিলাহে বাস কৰে৷ তথ্য অনুসৰি গাঁওখত এতিয়া প্ৰায় ২৫০ গৰাকী মহিলাই বাস কৰে৷

অটব্য অৰণ্য মাজত উক্ত গাঁওখন ১৫ গৰাকী মহিলাই গঢ়ি তুলিছিল৷ ১৯৯০ চনত ব্ৰিটিছ সেনাৰ দলে এই আটাইকেইগৰাকী মহিলাক ধৰ্ষণ কৰি নানা শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল৷

ইয়াৰ পিছতে পুৰুষৰ প্ৰতি ঘৃণা আৰু বিদ্বেষ ওপজা এই মহিলাকেইগৰাকীয়ে ঘন অৰণ্যৰ মাজত এখন গাঁও গঢ়ি তোলে৷ যিখন গাঁৱত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ৷

যোৱা প্ৰায় ৩০ টা বছৰে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ উক্ত গাঁৱৰ মহিলাসকল কেনেকৈ গৰ্ভৱতী হয়? এই প্ৰশ্নটোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ ইয়াৰ পিছতে উক্ত গাঁৱৰ মহিলাসকল গৰ্ভৱতী হোৱাৰ ৰহস্য ফাদিল হৈছে৷

আচলতে পুৰুষৰ প্ৰৱেশ নিষিদ্ধ হ’লেও কেতিয়াবা ৰাতি উক্ত গাঁওখনলৈ পুৰুষৰ প্ৰৱেশ ঘটে৷ কিন্তু দিনৰ পোহৰত গাঁওখনত পুৰুষৰ প্ৰৱেশ এতিয়াও নিষিদ্ধ৷

ৰাতি গাঁওখনলৈ পুৰুষৰ প্ৰৱেশ ঘটাৰ সময়তে তাৰ মহিলাসকলে পচন্দৰ পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে৷ শাৰীৰিক সম্পৰ্ক স্থাপন কৰি গৰ্ৱভতী হোৱাৰ পিছত মহিলাসকলে সেই পুৰুষৰ সৈতেও সম্পৰ্ক সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি দিয়ে৷ সেয়া গাঁওখনৰ মহিলাসকলৰ নিৰ্ধাৰিত নিয়ম৷

গৰ্ভৱতী মহিলাই সন্তান জন্ম দিলে তেওঁলোকে নিজেই সেই সন্তান লালন পালন কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom liver 24assam live 24axom live 24axom live 24 digitalBizarre
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!
জীৱনশৈলী

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

March 21, 2026
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল
জীৱনশৈলী

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

March 21, 2026
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

March 21, 2026
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ
জীৱনশৈলী

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

March 21, 2026
Next Post
ব্যৰ্থ হ’ল তামিল ছবি ‘জয় ভীম’; অস্কাৰলৈ মনোনীত ভাৰতীয় ছবি ‘ৰাইটিং উইথ ফায়াৰ’

ব্যৰ্থ হ’ল তামিল ছবি ‘জয় ভীম’; অস্কাৰলৈ মনোনীত ভাৰতীয় ছবি ‘ৰাইটিং উইথ ফায়াৰ’

দুয়োপালি ভেকচিন গ্ৰহণ কৰিলে চৰকাৰে দিব টকা!  SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰত মহিলাৰ ভিৰ

দুয়োপালি ভেকচিন গ্ৰহণ কৰিলে চৰকাৰে দিব টকা! SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰত মহিলাৰ ভিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.