• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰী সৱলীকৰণৰ কথা কোৱা মোদী মন্ত্ৰীসভাত কমিল মহিলাৰ সংখ্যা! ১০ৰ পৰা ৭লৈ নামিল মহিলা, কোনে কোনে হেৰুওৱালে মন্ত্ৰিত্ব?

নাৰী সৱলীকৰণৰ কথা কোৱা মোদী মন্ত্ৰীসভাত কমিল মহিলাৰ সংখ্যা! ১০ৰ পৰা ৭লৈ নামিল মহিলা, কোনে কোনে হেৰুওৱালে মন্ত্ৰিত্ব?

2 years ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

20 minutes ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

1 hour ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

2 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

2 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

2 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

3 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

4 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

5 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

6 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

7 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

7 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

নাৰী সৱলীকৰণৰ কথা কোৱা মোদী মন্ত্ৰীসভাত কমিল মহিলাৰ সংখ্যা! ১০ৰ পৰা ৭লৈ নামিল মহিলা, কোনে কোনে হেৰুওৱালে মন্ত্ৰিত্ব?

নাৰী সৱলীকৰণৰ কথা কোৱা মোদী মন্ত্ৰীসভাত কমিল মহিলাৰ সংখ্যা! ১০ৰ পৰা ৭লৈ নামিল মহিলা, কোনে কোনে হেৰুওৱালে মন্ত্ৰিত্ব?

editor by editor
June 10, 2024
in Uncategorized
0
নাৰী সৱলীকৰণৰ কথা কোৱা মোদী মন্ত্ৰীসভাত কমিল মহিলাৰ সংখ্যা! ১০ৰ পৰা ৭লৈ নামিল মহিলা, কোনে কোনে হেৰুওৱালে মন্ত্ৰিত্ব?
0
SHARES
85
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৰেন্দ্ৰ মোদীৰ তৃতীয় মন্ত্ৰীসভাত কমিল মহিলা সদস্যৰ সংখ্যা৷ পূৰ্বে মোদী মন্ত্ৰীসভাত মহিলাৰ সংখ্যা আছিল ১০গৰাকী৷ দেওবাৰে সন্ধীয় গঠিত হোৱা নতুন মন্ত্ৰীসভাত সদস্য হিচাপে শপত লৈছে ৭গৰাকী মহিলা সাংসদে৷ এই মন্ত্ৰীসভাত বাদ পৰিছে স্মৃতি ইৰাণীসহ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ মহিলা৷

বিজেপিৰ নেতৃত্বাধীন এন ডি এ চৰকাৰ গঢ়িলেও লোকসভাত এইবাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে মোদীৰ দলে৷ সেয়ে মন্ত্ৰীত্বৰ ক্ষেত্ৰত সহযোগী দলৰ চাহিদাও পূৰণ কৰিব লগা হৈছে মোদীয়ে৷ এইবাৰ মোদীয়ে বাদ দিব লগা হৈছে নিজৰ দলৰ বহুকেইজন গুৰুত্বপূৰ্ণ সদস্যক৷ দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে মোদীয়ে৷ তেওঁৰ সৈতে শপত লৈছে মুঠ ৭১গৰাকী মন্ত্ৰীয়ে৷ মোদীৰ এই নতুন মন্ত্ৰীসভাত মুঠ ৩০গৰাকী পূৰ্ণমন্ত্ৰী আছে৷ বাকী ৪১ গৰাকী হৈছে উপমন্ত্ৰী বা প্ৰতিমন্ত্ৰী৷

এইবাৰ মোদী মন্ত্ৰীসভাত মহিলাৰ সংখ্যা মাত্ৰ ৭গৰাকী৷ পূৰ্বৰ মোদী মন্ত্ৰীসভাত আছিল ১০গৰাকী মহিলা সদস্য৷ এইবাৰ তেওঁলোকৰ মাজৰ পৰা বাদ পৰিছে স্মৃতি ইৰাণী৷ তেওঁ উত্তৰপ্ৰদেশৰ আমেঠি কেন্দ্ৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল৷ কিন্তু পৰাজয় বৰণ কৰিছে স্মৃতিয়ে৷ এইবাৰ মন্ত্ৰীসভাৰ পৰা বাদ পৰিছে ভাৰতী পাৱাৰ, সাধৱী নিৰঞ্জন জ্যোতি, দৰ্শনা জৰদোশ, মিনাক্ষী লেখি আৰু প্ৰতিমা ভৌমিক৷ মোদীৰ তৃতীয় মন্ত্ৰীসভাত স্থান দখল কৰিছে ৭গৰাকী মহিলাই৷ সেইসকলৰ ভিতৰত আছে, নিৰ্মলা সীতাৰমণ, অন্নপূৰ্ণা দেৱী, সাবিত্ৰী ঠাকুৰ, নিমুবেন বাম্ভনিয়া, ৰক্ষা খাৰ্গে, শোভা কাৰনাদলাজ আৰু অনুপ্ৰিয়া পেটেল৷

নিৰ্মলা সীতাৰমণ বিজেপিৰ ৰাজ্যসভাৰ সাংসদ৷ সেয়ে লোকসভা নিৰ্বাচন খেলা নাই নিৰ্মলাই৷ পূৰ্বৰ মন্ত্ৰীসভাত তেওঁ বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল৷ দেওবাৰে তেওঁ আকৌ মন্ত্ৰী হিচাপে শপত লৈছে৷ অৱশ্যে এইবাৰ কি দপ্তৰত আছে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই৷ লেথাৰিকৈ ৩বাৰ তেওঁ মোদী মন্ত্ৰীসভাৰ সদস্য হৈছে৷ ইয়াৰোপৰি অন্নপূৰ্ণ দেৱী, লেথাৰিকৈ ৩বাৰ মোদী মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা মহিলা সাংসদ৷ অন্নপূৰ্ণা দেৱী ঝাৰখণ্ডৰ এগৰাকী শক্তিশালী কৰ্মী৷ তেওঁ অবিচি সম্প্ৰদায়ৰ নেত্ৰী৷ ঝাৰখণ্ড আৰু অবিভক্ত বিহাৰৰ মন্ত্ৰী আছিল তেওঁ৷ ইয়াৰ পূৰ্বে তেওঁ আৰজেডিৰ সৈতে যুক্ত আছিল৷ ঝাৰখণ্ডৰ বিজেপিৰ সাংগঠনিক কামকাজত তেওঁৰ সক্ৰিয়তা যথেষ্ট বেছি৷

মধ্যপ্ৰদেশৰ আদিবাসী নেত্ৰী সাবিত্ৰী ঠাকুৰ৷ মোদী মন্ত্ৰীসভাত প্ৰতিমন্ত্ৰী হিচাপে শপত লৈছে সাবিত্ৰীয়ে৷ এইবাৰ নিৰ্বাচনত তেওঁ ধাৰ কেন্দ্ৰৰ পৰা বিজেপিৰ হৈ জয়ী হৈছে৷ তাৰপিছতেই মোদী মন্ত্ৰীসভাত আছে নিমুবেন বাস্তুনিয়া৷ গুজৰাটৰ ভাৱনগৰ কেন্দ্ৰৰ পৰা এইবাৰ লোকসভা নিৰ্বাচনত জয়ী হৈ মোদী মন্ত্ৰীসভাত আসন লাভ কৰিছে নিমুবেনে৷ ২০১৩ৰ পৰা ২০২১ চন পৰ্যন্ত তেওঁ গুজৰাট বিজেপিৰ মহিলা মৰ্চাৰ দায়িত্বত আছিল৷ দেওবাৰে প্ৰতিমন্ত্ৰী হিচাপে শপত লৈছে এইগৰাকী নিমুবেনে৷

ৰক্ষা খাৰ্গে মহাৰাষ্ট্ৰৰ তিনিবাৰৰ সাংসদ ৰক্ষা খাৰ্গে দেওবাৰে প্ৰতিমন্ত্ৰী হিচাপে শপত লৈছে৷ তেওঁ প্ৰাক্তন বিজেপি নেতা একনাথ খাৰ্গেৰ নাতিনী৷ মহাৰাষ্ট্ৰৰ ৰাবেৰ কেন্দ্ৰৰ পৰা তেওঁ এইবাৰ ভোটযুদ্ধত নামিছিল৷ ২লাখ ৭২হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছে ৰক্ষা খাৰ্গে৷ তাৰপিছতেই আছে শোভা কাৰনদলাজ৷ কৰ্ণাটকৰ বিজেপি নেত্ৰী শোভা কাৰনদলাজে পূৰ্বেও মোদী মন্ত্ৰীসভাত আছিল৷ তেওঁ কৃষি প্ৰতিমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে৷ এইবাৰ তেওঁ ভোটযুদ্ধত নামিছিল বাংগালুৰু উত্তৰ কেন্দ্ৰৰ পৰা৷ আঢ়ৈ লক্ষাধিক ভোটত তেওঁ জয়ী হৈছে৷ তেওঁ বাংগালুৰুৰ প্ৰথম মহিলা সাংসদো৷ দেওবাৰে শপত লৈছে প্ৰতিমন্ত্ৰী হিচাপে৷

অনুপ্ৰিয়া পেটেল, উত্তৰপ্ৰদেশৰ মিৰজাপুৰ কেন্দ্ৰৰ পৰা তেওঁ এইবাৰ ৩.৭০ লাখতকৈ বেছি ভোটত আপনা দলৰ লৈ জয়লাভ কৰিছে৷ তেওঁ অবিচি কুৰ্মী সম্প্ৰদায়ৰ এগৰাকী নেত্ৰী৷ পূৰ্বে তেওঁ মোদী মন্ত্ৰীসভাত বাণিজ্য বিভাগৰ প্ৰতিমন্ত্ৰীৰ দায়িত্বত আছিল৷ এইবাৰো প্ৰতিমন্ত্ৰী হিচাপেই তেওঁ শপতগ্ৰহণ কৰিছে৷

উল্লেখ্য যে, সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত প্রধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, শ্ৰী লংকাৰ প্ৰেছিডেণ্ট ৰনিল বিক্ৰমসিংঘ, মালদ্বীপৰ প্ৰেছিডেণ্ট মহম্মদ মুইজ্জুৰ দৰে কেইবাগৰাকীও নেতা৷ নতুন মন্ত্ৰীসভাৰ জৰুৰী বৈঠক সোমবাৰে সন্ধিয়া আয়োজন কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে৷ তাৰপিছতেই কোনে কি দায়িত্ব পাব সকলো স্পষ্ট কৰিব শাসক দলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
Next Post
প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চহী কৃষকৰ নামত! একাউণ্টটো মাজে মাজে চাই থাকক, অচিৰেই সোমাব ২০০০টকাকৈ ধন

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চহী কৃষকৰ নামত! একাউণ্টটো মাজে মাজে চাই থাকক, অচিৰেই সোমাব ২০০০টকাকৈ ধন

কাজলৰ সৈতে ‘দ্যা ট্ৰায়েল’ত অনবদ্য অভিনয়, মুম্বাইৰ লোখণ্ডৱালাত উদ্ধাৰ হ’ল অসমীয়া অভিনেত্ৰীৰ নশ্বৰ দেহ 

কাজলৰ সৈতে ‘দ্যা ট্ৰায়েল’ত অনবদ্য অভিনয়, মুম্বাইৰ লোখণ্ডৱালাত উদ্ধাৰ হ’ল অসমীয়া অভিনেত্ৰীৰ নশ্বৰ দেহ 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.