পেৰাগ্লাইডিং এক আমেজপূৰ্ণ দুঃসাহসিক কাৰ্য৷ বিশেষকৈ দুঃসাহসী কাৰ্য কৰি ভাল পোৱা ভাৰতীয়সকলৰ প্ৰথম পচণ্ড পেৰাগ্লাইডিং৷ কিন্তু যদি বলপূৰ্বকভাৱে কাৰোবাক এই কাৰ্য কৰিবলৈ বাধ্য কৰোৱা হয় তেন্তে ই অতি মাৰাত্মক হয় ব্যক্তিগৰাকীৰ বাবে৷ সেই আনন্দ পৰিৱৰ্তিত হয় ভীতিলৈ৷ এনে এক ঘটনাই সংঘটিত হৈছে ভাৰতত৷ ছ’চিয়েল মিইডায়ত সম্প্ৰতি এনে এক পেৰাগ্লাইডিঙৰ ভিডিঅ’ ভাইৰেল হৈছে ৷ ‘হে ভগৱান মই কিয় বিয়া হ’লো’, পতিৰ সৈতে পেৰাগ্লাইডিঙৰ সময়ত এগৰাকী পত্নীৰ চিৎকাৰ এয়া৷ স্বাভাৱিকতেই দুঃসাহসী কাৰ্য কৰি ভাল পোৱা সকলৰ প্ৰথম পচণ্ড পেৰাগ্লাইডিং৷ কিন্তু এগৰাকীৰ পচণ্ডৰ বাবেই আনগৰাকীয়েও বলপূৰ্বক এই কাৰ্য কৰাটো অনিবাৰ্য নহয়৷ পেৰাগ্লাইডিঙৰ সময়ত ভীতিগ্ৰস্ত মহিলাগৰাকীয়ে চিৎকাৰ কৰি নাম লৈছিল ভগৱানৰ৷ ক্ষন্তেকীয়া আনন্দৰ বাবে স্বামীয়ে এনেদৰে দুঃসাহসিক কাৰ্য কৰিবলৈ বাধ্য কৰোৱাৰ বাবে স্বামীকো দোষাৰূপ কৰে মহিলাগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ