• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-অষ্ট্ৰেলিয়াৰ ইনিংছৰ মাজতেই অতীতত বিশ্বজয়ী অধিনায়কক দিয়া হ’ব ব্লেজাৰ, এজন মাত্ৰ প্ৰাক্তন অধিনায়ক উপস্থিত নহ’ল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত

2 years ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

33 minutes ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

53 minutes ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

1 hour ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

3 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

4 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

5 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

6 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

7 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

8 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰত-অষ্ট্ৰেলিয়াৰ ইনিংছৰ মাজতেই অতীতত বিশ্বজয়ী অধিনায়কক দিয়া হ’ব ব্লেজাৰ, এজন মাত্ৰ প্ৰাক্তন অধিনায়ক উপস্থিত নহ’ল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত

editor by editor
November 19, 2023
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
ভাৰত-অষ্ট্ৰেলিয়াৰ ইনিংছৰ মাজতেই অতীতত বিশ্বজয়ী অধিনায়কক দিয়া হ’ব ব্লেজাৰ, এজন মাত্ৰ প্ৰাক্তন অধিনায়ক উপস্থিত নহ’ল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত
0
SHARES
12.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বকাপৰ ফাইনেলত অতীতৰ বিশ্বজয়ী অধিনায়কসকলক ব্লেজাৰ দিয়াৰ চৰ্চা চলিছে। কপিল দেৱ, মহেন্দ্ৰ সিং ধোনীৰ সৈতে থাকিব ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, শ্ৰী লংকা আৰু ইংলেণ্ডৰ বিশ্বকাপজয়ী অধিনায়কসকলো। কিন্তু সকলোবোৰৰ মাজত উপস্থিত নাথাকিব এজন মাত্ৰ অধিনায়ক। তেওঁ ইমৰাণ খান। পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ইমৰাণ খান এতিয়া কাৰাগাৰত। সেয়ে বিশ্বকাপৰ সকলো অধিনায়কে অষ্ট্ৰেলিয়া-ভাৰতৰ মেচ চাবৰ বাবে আহমেদাবাদত উপস্থিত হ’লেও একমাত্ৰ ইমৰাণ খান উপস্থিত নাই এই মহাৰণত।

এই মহাৰণৰ শেষতেই পূৰ্বতে বিশ্বজয়ী অধিনায়কসকলক ব্লেজাৰ দিয়াৰো পৰিকল্পনা কৰা হৈছে। এই স্পেছিয়েল ব্লেজাৰ দিবৰ বাবে ক্লাইভ লয়েড(১৯৭৫ৰ পৰা ১৯৭৯), কপিল দেৱ (১৯৮৩), এলেন বৰ্ডাৰ(১৯৮৭), অৰ্জুন ৰণতুঙ্গা(১৯৯৬), ষ্টিভ ওই(১৯৯৯), ৰিকি পণ্টিং(২০০৩-২০০৭), মহেন্দ্ৰ সিং ধোনী(২০১১), মাইকেল ক্লাৰ্ক(২০১৫) আৰু অইন মৰ্গান(২০১৯) উপস্থিত থাকিলেও (১৯৯২)ৰ অধিনায়ক উপস্থিত নাই নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত।

উল্লেখ্য যে ইমৰাণ খানে খেলক বিদায় দি ৰাজনীতিত যোগ দিছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰীও হৈছিল তেওঁ। তেওঁৰ বিৰুদ্ধে কৰচুৰিৰো অভিযোগ আছে। তেওঁত গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান তেওঁ কাৰাগাৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

March 19, 2026
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

March 19, 2026
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

Next Post
অমিত শ্বাহৰ সন্মুখত ৰাজনৈতিক বাৰ্তা লিখা জাৰ্ছি পিন্ধি ফিল্ডতেই বিৰাটক সাবটি ধৰিলে এগৰাকী দৰ্শকে, বিশ্বই দেখিলে এই টেলিকাষ্ট, কি কৈছে এই বাৰ্তাত?

ছামীৰ খেল দেখি পাগল, বিশ্বকাপত নিজা দল থাকিও টিম ব্লুৰ প্ৰশংসাত এটাৰ পাছত আনটো টুইট আফগান সুন্দৰীৰ, কোন এই সুন্দৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন