• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি মাস্ক থাকে দুকোঠালীৰ ঘৰত! দক্ষিণ আফ্ৰিকাৰ অভাৱী জীৱনৰ পৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিলৈ পৰিণত হোৱা মাস্কৰ সফলতাৰ কাহিনী জানেনে?

বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি মাস্ক থাকে দুকোঠালীৰ ঘৰত! দক্ষিণ আফ্ৰিকাৰ অভাৱী জীৱনৰ পৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিলৈ পৰিণত হোৱা মাস্কৰ সফলতাৰ কাহিনী জানেনে?

3 years ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

20 minutes ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

45 minutes ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

1 hour ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

2 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

3 hours ago
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

3 hours ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

4 hours ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

7 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

7 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

8 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

8 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি মাস্ক থাকে দুকোঠালীৰ ঘৰত! দক্ষিণ আফ্ৰিকাৰ অভাৱী জীৱনৰ পৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিলৈ পৰিণত হোৱা মাস্কৰ সফলতাৰ কাহিনী জানেনে?

editor by editor
August 30, 2023
in জীৱনশৈলী, বিশ্ব, লেখা
0
বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি মাস্ক থাকে দুকোঠালীৰ ঘৰত! দক্ষিণ আফ্ৰিকাৰ অভাৱী জীৱনৰ পৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিলৈ পৰিণত হোৱা মাস্কৰ সফলতাৰ কাহিনী জানেনে?
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি হৈছে এলন মাস্ক। এলন মাস্কৰ মুঠ সম্পত্তিৰ পৰিমান ২২ হাজাৰ ৯৮০ কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাত তেওঁৰ সম্পত্তিৰ পৰিমান ১৯ লাখ কোটি টকা। পৃথিৱীৰ যিকোনো প্ৰান্ততেই ইচ্ছা কৰিলে ঘৰ ক্ৰয় কৰিব পাৰে এলন মাস্কে। কিন্তু এলন মাস্কৰ বৰ্তমানলৈকে কিয় নাই কোনো স্থায়ী ঠিকনা? ক’ত বাস কৰে এলন মাস্ক? কিমান বিলাসবহুল মাস্ক থকা বাসগৃহ?

মাস্কক লৈ কৌতুহলৰ অন্ত নাই। মাস্কৰ ব্যক্তিত্বৰ বাবেই তেওঁৰ কথা জনাৰ আগ্ৰহো বেছি। আপুনি শুনি আচৰিত হ’ব যে মাস্কে মাত্ৰ দুকোঠালীৰ এটা ঘৰত বাস কৰে। মাস্কৰ জীৱনী লেখক ৱাল্টাৰ ইছাকছনে তেওঁৰ বিশেষ গ্ৰন্থত মাস্কৰ জীৱন বিষয়ক সকলোবোৰ কথাই উল্লেখ কৰিছে। শেহতীয়াকৈ তেওঁ মাস্কৰ ঘৰৰ এখন ছবি শ্বেয়াৰ কৰিছে। টুইটাৰত শ্বেয়াৰ কৰা সেই বিশেষ ঘৰটোতেই মাস্ক থাকে। তেনেই সাধাৰণ বাসগৃহ। পৃথিৱীৰ সবাতোকৈ ধনী মানুহজন কিয় এনে সাধাৰণ ঘৰত থাকে? বিষয়টোক লৈ বহুতৰে মনত প্ৰশ্ন।

লেখক ইছাকচনে জনোৱামতে, টেক্সছত থকা দুকোঠালীৰ বিশেষ ঘৰটোতেই মাস্ক থাকে। এই ঘৰটোত তেওঁ ২০২০ চনৰ পৰাই আছে। ২০২০ ৰ পূৰ্বে তেওঁ নিজৰ ৫টা বিলাসবহুল ঘৰ বিক্ৰি কৰি দিছে। এপলৰ মালিকৰো জীৱনী লিখা ইছাকচনে মাস্কৰ জীৱন সম্পৰ্কীয় কথাবোৰ সঁচায়ে কৌতুহল সমৃদ্ধ বুলিও জনাইছে। তেওঁ লগতে জনাই যে, মাস্কৰ জীৱনী ইতিমধ্যে লিখা হৈ গৈছে। সকলো ঠিকে ঠাকে থাকিলে আগন্তুক ছেপ্টেম্বৰতেই এই জীৱনী গ্ৰন্থখন মুকলি কৰি দিয়া হ’ব।

ইফালে তেওঁ উল্লেখ কৰা মাস্কৰ বাসগৃহ সচায়ে দুকোঠালীৰ নেকি সেই বিষয়ক লৈ অনুসন্ধান চলাইছিল এটা বিশেষ সংস্থাই। সংস্থাটোৱে অনুসন্ধানৰ পাছতেই উল্লেখ কৰিছে তথ্য। টেছলাৰ মালিক য’ত বাস কৰে সেই ফ্লেটটো মাত্ৰ ৩৭৫ বৰ্গফুটৰ। ৫০ হাজাৰ ডলাৰ দি তেঁও সেই ফ্লেট ক্ৰয় কৰিছে। ভাৰতীয় মুদ্ৰাত সেই ঘৰৰ দাম ৪১ লাখ টকা। লাছ ভেগাছৰ এটা ফ্লেট নিৰ্মাণকাৰী সংস্থাই এই ফ্লেট নিৰ্মাণ কৰিছে। সংস্থাটোৰ ৱেবচাইটত শ্বেয়াৰ কৰা তথ্যমতে, মাস্কে যি ফ্লেটত থাকে তাত আছে এটা বেডৰুম আৰু এটা শোৱনি কোঠা। ইয়াৰোপৰি ফ্লেটটোত এটা শৌচালয়, এটা বাথৰুম, এটা সৰু পাকঘৰ, জুই জ্বলাব পৰা ঠাই, কাপোৰ থোৱাৰ সুবিধাৰ্থে ৱাক ইন ক্লজেটৰ সুবিধা আছে। সৰু হ’লেও ফ্লেটটোত সকলো আধুনিক সা সৰঞ্জাম আছে। ফ্লেটটো জুই আৰু ভূমিকম্প নিৰোধক। ইছাকচনে মাস্কৰ ঘৰৰ ছবি টুইটত শ্বেয়াৰ কৰিছে।

টুইটাৰত শ্বেয়াৰ কৰা ছবিখনত মাস্কৰ সেই গৃহ পৰিস্কাৰ দেখা গৈছে। খুবেই কম আচবাব আছে সেই গৃহত। মেজৰ ওপৰত সুন্দৰভাৱে সজাই থোৱা আছে এখন সৰু ৰকেটৰ প্ৰতিকৃতি। এখন জাপানী তৰোৱালো আছে। ইছাকচনে পোষ্ট কৰা ছবিত মাস্কৰ পাকঘৰো দেখুওৱা হৈছে। সাধাৰণ পাকঘৰটোত কোনো বিশেষ অত্যাধুনিকতা নাই। সাধাৰণ এটা ফ্ৰিজ, অভেন আছে পাকঘৰত। মাস্কৰ শোৱনী কোঠাত আছে একাধিক ছবি। এথন বিখ্যাত বিজ্ঞান বিষয়ক গ্ৰন্থৰ বেটুপাতৰ ফটো বন্ধাই থোৱা দেখা গৈছে মাস্কৰ গৃহত। মহাকাশ বিষয়ক কথা লিখা আছে সেই বিশেষ ফটোখনত।

২০২০ চনৰ পৰাই মাস্কে তেওঁৰ সকলো ব্যক্তিগত সম্পদ বিক্ৰি কৰি দিয়ে। সম্পত্তিসমূহ বিক্ৰি কৰি দিয়াৰ পিছত মাস্কে খুবেই সাধাৰণ জীৱন অতিবাহিত কৰি আছিল। কেতিয়াবা টেছলাৰ কাৰ্যালয়ত কেতিয়াবা টুইটাৰৰ কাৰ্যালয়, কেতিয়াবা নিজৰ প্ৰাইভেট জেটৰ ভিতৰতেই নিশা কটাই মাস্কে। এটা বিজ্ঞাপনত তেওঁৰ ৫টা ঘৰ বিক্ৰিৰ বিজ্ঞাপন দি সকলো সম্পত্তিয়েই বিক্ৰি কৰি দিছিল মাস্কে।

২০২১ চনত নিজৰ একমাত্ৰ ঘৰটোও ৩কোটি ডলাৰত মাস্কে বিক্ৰি কৰি দিয়ে। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ২৪৭ কোটি টকা। সকলো হেৰুৱাৰ পাছত মাস্কে শেহতীয়াভাৱে ৫০ হাজাৰ ডলাৰত সাধাৰণ ফ্লেটটো ক্ৰয় কৰিছে। ছেপ্টেম্বৰত প্ৰকাশিত হ’বলগীয়া মাস্কৰ জীৱনীত এই সকলোবোৰ কথাই উল্লেখ আছে। মাস্কৰ শিশুকাল পাৰ হৈছিল দক্ষিণ আফ্ৰিকাত। সেই সময়য়েই তেওঁৰ পৰবৰ্তী জীৱনক বহু প্রভাৱ পেলাইছে। কেনেকৈ দক্ষিণ আফ্ৰিকাৰ অভাৱ অনাটনৰ জীৱন মাস্কে পাৰ কৰি আহিছে সেই কথাও উল্লেখ আছে জীৱনীত। অভাৱৰ জীৱনৰ পৰাই মাস্কে আজিৰ অৱস্থাত উপনীত হৈছে। এদিন এসাঁজৰ বাবে চিন্তা কৰা ব্যক্তিজন এতিয়া বিশ্বৰ সৰ্বাধিক ধনী ব্যক্তি। মাস্কৰ জীৱনৰ সমূহ উত্থান পতনৰ কথা জীৱনীখনত উল্লেখ কৰিছে লেখক ইছাকচনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়
জীৱনশৈলী

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

March 29, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

March 29, 2026
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

March 29, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
Next Post
২২ বছৰৰ অন্তত প্ৰত্যাবৰ্তন! আকৌ লাইট-কেমেৰা-একশ্ব্যন, কিন্তু যুঁটিত ছানী দেওলক নিবিচাৰে অমিশা পেটেলে! কাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী অমিশা?

২২ বছৰৰ অন্তত প্ৰত্যাবৰ্তন! আকৌ লাইট-কেমেৰা-একশ্ব্যন, কিন্তু যুঁটিত ছানী দেওলক নিবিচাৰে অমিশা পেটেলে! কাৰ সৈতে কাম কৰিবলৈ আগ্ৰহী অমিশা?

বাদশ্বাহ নামতেই নহয়! শ্বাহৰুখে অভিনয় কৰা প্ৰতিখন ছবিয়েই বিগ বাজেটৰ…কিং খানৰ কেৰিয়াৰৰ সকলোতকৈ ব্যয়বহুল ছবি কোনখন?

বাদশ্বাহ নামতেই নহয়! শ্বাহৰুখে অভিনয় কৰা প্ৰতিখন ছবিয়েই বিগ বাজেটৰ...কিং খানৰ কেৰিয়াৰৰ সকলোতকৈ ব্যয়বহুল ছবি কোনখন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.