• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
RCB

WPL ৰ খিতাপ জিনিলে RCB এ; কোনে পালে কিমান প্ৰাইজমানী?

3 years ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

2 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

2 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

3 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

4 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

4 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

5 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

6 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

7 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

8 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

8 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

9 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

WPL ৰ খিতাপ জিনিলে RCB এ; কোনে পালে কিমান প্ৰাইজমানী?

editor by editor
March 18, 2024
in ক্ৰীড়া
0
RCB
0
SHARES
511
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ই চালা কাপ নামদে’ নহয় ‘ই চালা কাপ নামদু’। অৰ্থাৎ ‘এইবছৰ কাপ আমাৰ হ’ব’ নহয় ‘এইবছৰ কাপ আমাৰ হ’ল’। এটা ফ্ৰেন্সাইজীৰ ১৬ বছৰৰ অপেক্ষা। আইপিএলত এইপৰ্যন্ত এটাও ট্ৰফী জয় কৰিবলৈ সক্ষম হোৱা নাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে। ২০২৩ত সূচনা হৈছিল WPL (ৱমেনছ প্ৰিমিয়াৰ লীগ)ৰ। প্ৰথম সংস্কৰণত ব্যৰ্থ হোৱা RCB এ এইবাৰ তুলি ধৰিলে WPL ৰ ট্ৰফী।

দেওবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সপোন সাৰ্থক হ’ল RCB ৰ লগতে দলটোৰ হাজাৰ হাজাৰ অনুৰাগীৰ। স্মৃতি মন্ধানাৰ নেতৃত্বত WPL ৰ খিতাপ জিনিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে। উৎফুল্লিত হৈ ভিডিঅ’ কলৰ জৰিয়তে শুভেচ্ছা জনালে বিৰাট কোহলীয়ে। WPL ৰ চূড়ান্ত বিজয়ী RCB এ ট্ৰফীৰ লগতে লাভ কৰে ৬ কোটি টকাৰ প্ৰাইজমানী। আনহাতে, ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে WPL ৰ ফাইনেলত উপনীত হৈয়ো খিতাপ দখলত থমকি ৰোৱা দিল্লী কেপিটেলছে লাভ কৰে ৩ কোটি টকা।

WPL ত দলৰ বিজয়ত অন্যতম ভুমিকা পালন কৰা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ তাৰকা অলৰাউণ্ডাৰ এলিছ পেৰীয়ে টুৰ্ণামেণ্টত সৰ্বাধিক ৩৪৭ ৰান সংগ্ৰহ কৰি অৰেঞ্জ কেপৰ লগতে লাভ কৰে ৫ লাখ টকা। ফাইনেল মেচত তীক্ষ্ণ বলিঙেৰে দিল্লী কেপিটেলছক কম ৰানত বান্ধি ৰখা শ্ৰেয়াংকা পাটিলে এমাৰজিং প্লেয়াৰ অব দ্য ইয়াৰ বঁটা আৰু ৫ লাখ টকা লাভ কৰে। শ্ৰেয়াংকাই টুৰ্ণামেণ্টত সৰ্বাধিক উইকেট দখলৰো কৃতিত্ব অৰ্জন কৰে। ১৩টা উইকেট দখল কৰা শ্ৰেয়াংকাই পাৰ্পল কেপৰ লগতে লাভ কৰে ৫ লাখ টকা।

WPL ত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়োৱা ইউপি ৱাৰিয়ৰ্ছৰ দিপ্তী শৰ্মাই লাভ কৰে মোষ্ট ভেল্যুৱেবল প্লেয়াৰৰ সন্মান। দিপ্তীয়ে লাভ কৰে পাঁচ লাখ টকাৰ প্ৰাইজমানী। WPL ৰ এইবাৰৰ ছিজনত সৰ্বাধিক ছিক্সাৰ কোবোৱা বাবে শ্বেফালী বাৰ্মাই লাভ কৰে ৫ লাখ টকাৰ প্ৰাইজমানী। WPL ২০২৪ ত শ্বেফালিয়ে সৰ্বমুঠ ২০ টা ছিক্সাৰ কোবায়।

ৱমেনছ প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন RCB এ লাভ কৰে এই ছিজনৰ ফেয়াৰ প্লে এৱাৰ্ড। ইয়াৰ বাবে দলটোৱে লাভ কৰে অতিৰিক্ত ৫ লাখ টকাৰ প্ৰাইজমানী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rcbsmriti mandhanawplwpl prize money
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং
বিনোদন

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

October 20, 2026
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব
বিনোদন

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

October 17, 2026
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী
বিনোদন

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

October 17, 2026
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
Next Post
হোৱাটছএপ

হোৱাটছএপৰ নতুন ফীচাৰঃ আপুনি উদ্দেশ্য কৰি দিয়া লোকজনে চাব লাগিব আপোনাৰ হোৱাটছএপ ষ্টেটাছ!

প্ৰেম মানি নোলোৱাই ভুল!  যুৱকৰ ওচৰৰ পৰা কোনোমতে পলাই প্ৰাণ ৰক্ষা যুৱতীৰ

প্ৰেম মানি নোলোৱাই ভুল! যুৱকৰ ওচৰৰ পৰা কোনোমতে পলাই প্ৰাণ ৰক্ষা যুৱতীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.