• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি নাৰকীয় কাণ্ড! যৌনদাসীক ভাতৰ সৈতে খুৱালে নিজৰে এবছৰীয়া সন্তানৰ মাংস

কি নাৰকীয় কাণ্ড! যৌনদাসীক ভাতৰ সৈতে খুৱালে নিজৰে এবছৰীয়া সন্তানৰ মাংস

4 years ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

11 minutes ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

40 minutes ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

2 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

2 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

3 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

4 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

5 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

21 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

21 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

22 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

22 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কি নাৰকীয় কাণ্ড! যৌনদাসীক ভাতৰ সৈতে খুৱালে নিজৰে এবছৰীয়া সন্তানৰ মাংস

editor by editor
August 1, 2022
in অপৰাধ, বিশ্ব
0
কি নাৰকীয় কাণ্ড! যৌনদাসীক ভাতৰ সৈতে খুৱালে নিজৰে এবছৰীয়া সন্তানৰ মাংস
0
SHARES
15.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক ভয়ংকৰ ঘটনা সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷ এগৰাকী যৌন দাসীক নিজৰে এবছৰীয়া সন্তানৰ মাংস ভক্ষণ কৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ এক নাৰকীয় কাণ্ড সংঘটিত কৰিছিল বিশ্বত্ৰাসী সন্ত্ৰাসবাদী সংগঠন ISISএ৷

ইৰাকী সাংসদৰ উদ্ধৃতিৰে ইজিপ্তৰ এক সংবাদ মাধ্যমে প্ৰকাশ কৰা এই ভয়ংকৰ তথ্যত প্ৰকাশ পাইছে যে এগৰাকী যৌনদাসী সন্ত্ৰাসবাদী সংগঠনটোৱে তিনিদিন ধৰি আহাৰ খাবলৈ দিয়া হোৱা নাছিল৷

জিদান ইছমাইল নামৰ এজন ইয়েজিদি কৰ্মীয়ে নিজৰ টুইটাৰত সাংসদগৰাকীৰ মন্তব্যৰ কিয়দংশ প্ৰকাশ কৰি কয় যে ISISএ এই নাৰকীয় কাণ্ড সংঘটিত কৰিছিল৷

A sex slave captured by ISIS was forced to eat her 1-year-old son with a side of rice, according to a gut-wrenching report.
The unnamed Yezidi woman — who was starved for three days in an Iraq basement unwittingly ate the boy after barbaric guards cooked and served him to her1/2 pic.twitter.com/AEbN03TOnQ

— Zidan Ismail (@zidan_yezidi) May 16, 2022

লগতে পঢ়ক নাবালিকাক ধৰ্ষণ, প্ৰাক্তন মাদ্ৰাছা শিক্ষকসহ অন্য এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

প্ৰকাশিত তথ্যৰ মতে তিনিদিন ধৰি ISISএ যৌনদাসী গৰাকীক আহাৰৰ যোগান ধৰা নাছিল৷ তিনিদিনৰ পিছতে মহিলাগৰাকীক ভাতৰ সৈতে একপ্লেট মাংস খাবলৈ দিয়া হৈছিল৷

তিনিদিন ধৰি একো খাবলৈ নোপোৱা ক্ষুৰ্ধাত মহিলাগৰাকীয়ে ভাতৰ লগত দিয়া সেই মাংস প্লেট খোৱাৰ পিছতে জানিব পাৰিছিল যে সেয়া তেওঁৰে এবছৰীয়া সন্তানৰ মাংস আছিল৷

প্ৰকাশিত খবৰ মতে ISISএ মহিলাগৰাকীৰ এবছৰীয়া সন্তানটোক তেওঁৰ পৰা কাঢ়ি নি হত্যা কৰিছিল৷ অৱশ্যে এই নাৰকীয় ঘটনাটোৰ বিষয়ে চলিত বৰ্ষৰ মে’ মাহতে জিদান ইছমাইলে টুইট কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBrutality of ISISisis
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু
বিনোদন

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
Next Post
পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!

পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!

বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!

বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.