• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!

পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!

4 years ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

22 minutes ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

40 minutes ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

1 hour ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

2 hours ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

3 hours ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

3 hours ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

4 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

5 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

6 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

7 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

20 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!

editor by editor
August 1, 2022
in বিবিধ, বিশ্ব
0
পিতৃৰ অকাল মৃত্যু! অকলশৰীয়া মাতৃলৈ স্বামী বিচাৰি বিজ্ঞাপন পুত্ৰদ্বয়ৰ!
0
SHARES
40.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক আজৱ বিজ্ঞাপনে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে৷ পিতৃৰ অকাল মৃত্যুৰ পিছতে মাতৃৰ বাবে পুনৰ স্বামী বিচাৰি পুত্ৰই সামাজিক মাধ্যমত এক বিজ্ঞাপন প্ৰকাশ কৰিছে৷

ইয়াৰ পিছতে এই বিজ্ঞাপনে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো বিশেষভাৱে চৰ্চা লাভ কৰা দেখা গৈছে৷

এই বিশেষ বিজ্ঞাপনটো প্ৰকাশ কৰিছে বাংলাদেশৰ কেৰাণীগঞ্জৰ বাসিন্দা মহম্মদ অপূৰ্বই৷ বাংলাদেশৰ সংবাদ প্ৰতিষ্ঠান ‘প্ৰথম আলো’ত প্ৰকাশিত বাতৰি অনুসৰি দুবছৰ পূৰ্বে মহম্মদ অপূৰ্বৰ পিতৃ ইয়াদ আলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷

লগতে পঢ়ক ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?

মহম্মদ অপূৰ্ব আৰু তেওঁৰ ভাতৃ দুয়ো আৰ্থিকভাৱে স্বাধীন আৰু তেওঁলোকে নিজা নিজা ব্যৱসায় চম্ভলাৰ লগতে স্বাধীন জীৱন যাপন কৰিব বিচাৰে৷ পিতৃৰ মৃত্যুৰ পিছতে সেয়ে তেওঁলোকৰ মাতৃ নিসংগ হৈ পৰিছে৷

দুয়ো পুত্ৰই মাতৃক সুখী হোৱাটো বিচাৰে৷ তেওঁলোকে ভাবে যে মাতৃয়ে পুনৰ নতুন সংগীৰে জীৱন আৰম্ভ কৰিলে সুখী হ’ব পাৰিব৷ সেয়ে মহম্মদ অপূৰ্বই মাতৃৰ সৈতে তোলা এখন ফ’টো শ্বেয়াৰ কৰি এই আজৱ বিজ্ঞাপনটো প্ৰকাশ কৰিছে৷

সামাজিক মাধ্যমৰ পোষ্টটোত পুত্ৰ অপূৰ্বই লিখিছে ‘দেউতা ডুকাল। সেয়ে মাৰ বাবে এজন পাত্ৰ বিচাৰি আছো।’ তেওঁ লগতে পাত্ৰ কেনেধৰণৰ হোৱাটো প্ৰয়োজন তাৰ বিষয়েও উল্লেখ কৰিছে।

লগতে পঢ়ক নাবালিকাক ধৰ্ষণ, প্ৰাক্তন মাদ্ৰাছা শিক্ষকসহ অন্য এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

নতুন স্বামীৰ শৈক্ষিক অৰ্হতা কম হ’লেও কোনো সমস্যা নাই। ব্যৱসায় বা চাকৰি, মৃৎ শিল্পৰ বৃত্তি থাকিব লাগিব বুলি কথা নাই। কিন্তু তেওঁৰ ঘৰ ঢাকা চহৰ বা ইয়াৰ আশে-পাশে হ’ব লাগিব। আৰু পাত্ৰৰ বয়স ৪২ৰ পৰা ৫০ বছৰৰ ভিতৰত হ’ব লাগে।

পুত্ৰই সংবাদ মাধ্যমৰ আগত জনোৱা মতে মাতৃৰ অনুমতি সাপেক্ষে দুয়ো ভাতৃয়ে এই উদ্যোগ লৈছে। তেওঁলোক দুয়ো কামত বৰ ব্যস্ত। সেয়ে তেওঁলোকৰ মাতৃয়ে বৰ অকলশৰীয়া অনুভৱ কৰে।

মহম্মদ অপূৰ্বৰ এই পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে। মাতৃৰ বাবে পাত্ৰ বিচৰা পুত্ৰৰ এই পদক্ষেপক বহু নেট-নাগৰিকে প্ৰশংসা কৰিলেও একাংশ উপহাস কৰাও দেখা গৈছে৷ নেটনাগৰিকে যিয়ে নকওক কিয় অপূৰ্ব আৰু তেওঁৰ ভাতৃয়ে মাতৃৰ বাবে উপযুক্ত পাত্ৰৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbangladeshbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

October 13, 2026
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?
ভাৰত

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

October 13, 2026
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত
জীৱনশৈলী

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

October 13, 2026
Next Post
বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!

বেশ্যাবৃত্তি ৩০% লৈ বৃদ্ধি! জীৱিকাৰ বাবে যৌনকৰ্মী হ’বলৈ বাধ্য হৈছে মহিলা!

৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?

৭৩ বছৰীয়া বৃ্দ্ধৰ দ্বিতীয় বিবাহ! কি নগুৰ-নাকতিখন কৰিলে দ্বিতীয় পত্নীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.