• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ প্ৰদেশত কানহাইয়া কুমাৰৰ ওপৰত আক্ৰমণ : ৰাসায়নিক দ্ৰৱ্য নিক্ষেপৰ দাবী!

উত্তৰ প্ৰদেশত কানহাইয়া কুমাৰৰ ওপৰত আক্ৰমণ : ৰাসায়নিক দ্ৰৱ্য নিক্ষেপৰ দাবী!

5 years ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

37 minutes ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

1 hour ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

1 hour ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

2 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

2 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

4 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

6 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

7 hours ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

উত্তৰ প্ৰদেশত কানহাইয়া কুমাৰৰ ওপৰত আক্ৰমণ : ৰাসায়নিক দ্ৰৱ্য নিক্ষেপৰ দাবী!

editor by editor
February 1, 2022
in অসম, ভাৰত, ৰাজনীতি
0
উত্তৰ প্ৰদেশত কানহাইয়া কুমাৰৰ ওপৰত আক্ৰমণ : ৰাসায়নিক দ্ৰৱ্য নিক্ষেপৰ দাবী!
0
SHARES
611
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশত কংগ্ৰেছ নেতা কানহাইয়া কুমাৰৰ ওপৰত সংঘটিত হৈছে এক আক্ৰমণ৷

মংগলবাৰে উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ সন্মুখতে সংঘটিত হৈছে এই আক্ৰমণ৷

কংগ্ৰেছৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি উত্তৰ প্ৰদেশ কংগ্ৰেছৰ ‘যুৱ সংসদ’-এ আয়োজন কৰাৰ এক অনুষ্ঠানতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়৷

কংগ্ৰেছৰ দলীয় সূত্ৰই দাবী কৰা অনুসৰি এগৰাকী দুৰ্বৃত্তই কানহাইয়া কুমাৰলৈ লক্ষ্য কৰি ৰাসায়নিক দ্ৰৱ্য নিক্ষেপ কৰে৷

ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্বে উত্তৰ প্ৰদেশ কংগ্ৰেছ কাৰ্যালয়ৰ পিয়নে দুৰ্বৃত্তগৰাকীক কৰায়ত্ত কৰে৷

আক্ৰমণ সংঘটিত কৰা যুৱকগৰাকী দেৱাংশ বাজপেয়ী বুলি চিনাক্ত কৰা হৈছে৷

ইফালে সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ধৃত যুৱকজনে কংগ্ৰেছ নেতা কানহাইয়া কুমাৰলৈ চিঞাহীহে নিক্ষেপ কৰিছিল৷

আনহাতে এই আক্ৰমণত কংগ্ৰেছ নেতা কানহাইয়া কুমাৰৰ কোনো ক্ষতিক্ষতি হোৱা নাই৷

উত্তৰ প্ৰদেশৰ সমাগত বিধানসভা নিৰ্বাচনৰ সময়তে সংঘটিত এই আক্ৰমণে ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত কৰি তুলিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kanhaiya kumarUP election 2022UPCC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা
ভাৰত

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

September 8, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

September 8, 2026
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ
বিনোদন

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

September 8, 2026
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!
অসম

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

September 7, 2026
Next Post
ভগৱান হনুমানৰ সাক্ষাৎ লাভ কৰা সেই  গোপন মন্ত্ৰটো কি আছিল?

ভগৱান হনুমানৰ সাক্ষাৎ লাভ কৰা সেই গোপন মন্ত্ৰটো কি আছিল?

সন্তান জন্ম দিবৰ বাবেও চৰকাৰে দিয়ে বোনাচ, এটি সন্তানৰ বিনিময়ত ১১.৫০ লাখকৈ টকা পিতৃ-মাতৃলৈ

সন্তান জন্ম দিবৰ বাবেও চৰকাৰে দিয়ে বোনাচ, এটি সন্তানৰ বিনিময়ত ১১.৫০ লাখকৈ টকা পিতৃ-মাতৃলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.