• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীতাৰমণৰ বাজেটকলৈ কোনে কি ক’লে?

সীতাৰমণৰ বাজেটকলৈ কোনে কি ক’লে?

4 years ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

8 minutes ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

36 minutes ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

2 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

2 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

3 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

12 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

12 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

13 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

13 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

14 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

15 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সীতাৰমণৰ বাজেটকলৈ কোনে কি ক’লে?

editor by editor
February 1, 2022
in অসম, ভাৰত, ৰাজনীতি
0
সীতাৰমণৰ বাজেটকলৈ কোনে কি ক’লে?
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মংগলবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে৷ বিত্ত মন্ত্ৰী সীতাৰমণে বাজেট দাখিল কৰাৰ পিছতে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

কোনে কোনে কি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰে কিছুসংখ্যক প্ৰতিক্ৰিয়া তলত দিয়া হৈছে৷

‘‘বাজেটত বেতনভোগী শ্ৰেণী, মধ্যবিত্ত, দুখীয়া শ্ৰেণী, যুৱপ্ৰজন্ম, ক্ষুদ্ৰ উদ্যোগী আৰু কৃষকৰ বাবে একোৱেই নাই৷’’ কংগ্ৰেছ নেতা ৰাহুল গান্ধী

‘‘এফালে পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ পদক্ষেপ সম্পৰ্কে বাজেটত বিভিন্ন কথা কোৱা হৈছে আনফালে, জৈৱ বৈচিত্ৰক ধ্বংস কৰি নদী সংযোগৰ প্ৰকল্পও গ্ৰহণ কৰা হৈছে৷’’ প্ৰাক্তন কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ৷

‘‘এয়া ‘ক’র্পৰেটপন্থী’ আৰু ‘ধনীপন্থী’ বাজেটত, মধ্যবিত্ত আৰু কৃষক শ্ৰেণীৰ বাবে একো এটাই নাই বাজেট৷’’ কংগ্ৰেছ নেতা মাণিকচাম ঠাকুৰ

‘‘নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ দ্বাৰা চূৰ্ণ-বিচূৰ্ণ হৈ পৰা সাধাৰণ লোকৰ বাবে বাজেটত আছে এটা বিৰাট শূণ্য৷’’ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেৰ্নাজী

‘‘এই একো নাইকিয়া বাজেট৷’’  কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজেৱালা

‘‘এই বাজেটে ভিতৰুৱা অঞ্চলত ডিজিটেল শিক্ষা সম্প্ৰাসৰণৰ বাবে ১০০ টা চেনেল সৃষ্টি কৰিব৷ ইয়ে গুণগত শিক্ষাক সকলোতে উপলব্ধ কৰিব৷’’ প্ৰাক্তন তথ্য সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰ

‘‘কেন্দ্ৰীয় বাজেটখন উন্নত ৰাজ্যসমূহৰ বাবে ঐতিহাসিক৷ কিন্তু অনুন্নত ৰাজ্যসমূহ, যেনে বিহাৰ আদি ৰাজ্যসমূহক বিত্ত মন্ত্ৰী সীতাৰমণে হতাশ কৰিলে৷’’ জনতা দল (সংযুক্ত)ৰ উপেন্দ্ৰ কুশৱাহা ৷

‘‘প্ৰধানমন্ত্ৰীৰ নেতৃত্বত বিত্তমন্ত্ৰী সীতাৰমণে দাখিল কৰা বাজেটে দেশৰ আন্তগাঁথনি উন্নত কৰিব আৰু ১৩০ কোটি ভাৰতবাসীৰ জীৱন আৰু উন্নত কৰিব৷’’ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24nirmala sitharamanunion budget
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
Next Post
উত্তৰ প্ৰদেশত কানহাইয়া কুমাৰৰ ওপৰত আক্ৰমণ : ৰাসায়নিক দ্ৰৱ্য নিক্ষেপৰ দাবী!

উত্তৰ প্ৰদেশত কানহাইয়া কুমাৰৰ ওপৰত আক্ৰমণ : ৰাসায়নিক দ্ৰৱ্য নিক্ষেপৰ দাবী!

ভগৱান হনুমানৰ সাক্ষাৎ লাভ কৰা সেই  গোপন মন্ত্ৰটো কি আছিল?

ভগৱান হনুমানৰ সাক্ষাৎ লাভ কৰা সেই গোপন মন্ত্ৰটো কি আছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.