• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তোমাৰ বাবেই নিদ্ৰাহীনতাৰ নিশাবোৰ প্ৰিয় হৈ পৰিছে! ১৭ মাহৰ ভিতৰতেই ২ টাকৈ সন্তানৰ পিতৃ হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং

তোমাৰ বাবেই নিদ্ৰাহীনতাৰ নিশাবোৰ প্ৰিয় হৈ পৰিছে! ১৭ মাহৰ ভিতৰতেই ২ টাকৈ সন্তানৰ পিতৃ হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং

3 years ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

17 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

36 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

1 hour ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

3 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

5 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

6 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

তোমাৰ বাবেই নিদ্ৰাহীনতাৰ নিশাবোৰ প্ৰিয় হৈ পৰিছে! ১৭ মাহৰ ভিতৰতেই ২ টাকৈ সন্তানৰ পিতৃ হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং

editor by editor
August 27, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
তোমাৰ বাবেই নিদ্ৰাহীনতাৰ নিশাবোৰ প্ৰিয় হৈ পৰিছে! ১৭ মাহৰ ভিতৰতেই ২ টাকৈ সন্তানৰ পিতৃ হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টীম ইণ্ডিয়াৰ ষ্টাৰ ক্ৰিকেটাৰ যুৱৰাজ সিং। যুৱৰাজ সিঙে আকৌ এবাৰ দিছে সুখবৰ। দ্বিতীয়বাৰৰ বাবে পিতৃ হ’ল যুৱৰাজ সিং। যুৱৰাজ আৰু হেজেলৰ মাজলৈ আহিল এগৰাকী কন্যা সন্তান। বিবাহৰ ৭ বছৰ পাছত দ্বিতীয়বাৰৰ বাবে পিতৃ হ’ল যুৱৰাজ। ক্ৰিকেটাৰ যুৱৰাজে নিজেই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এই সুখবৰ।

ফটোখন শ্বেয়াৰ কৰি যুৱৰাজে লিখিলে হৃদয়স্পৰ্শী শাৰী
যুৱৰাজ সিঙে সদ্যোপ্ৰাপ্ত কন্যা শিশুৰ ফটোখনৰ সৈতে দিছে বিশেষ কেপশ্ব্যন। তেওঁ লিখিছে, ‘নিদ্ৰাহীনতাৰ নিশাবোৰো এতিয়া প্ৰিয় হৈ পৰিছে। নিদ্ৰাহীনতাক উপভোগ কৰিছো। আমাৰ মাজলৈ ৰাজকুমাৰী আহিছে। ৰাজকুমাৰী আৰা তোমাক এই পৃথিৱীলৈ স্বাগতম জনাইছো। এই ফটোখন দেখা মাত্ৰকেই এতিয়া বহুজনেই যুৱৰাজক অভিনন্দন জনাইছে।

২০১৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল যুৱৰাজ-হেজেল
যুৱৰাজ সিং আৰু হেজেল কিচে ২০১৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পূৰ্বে তেওঁলোক বহুদিন ধৰি প্ৰেমৰ সম্পৰ্কতো আছিল। পাছলৈ এই প্ৰেমক দুয়োৱে বিবাহৰ ৰূপ দিলে। গোৱাৰ টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ যুৱৰাজ আৰু ভাৰতীয় বংশোদ্ভুতৰ অভিনেত্ৰী হেজেলৰ বিবাহ সম্পন্ন হয়। তেওঁৰ বিবাহৰ অনুষ্ঠানত বিৰাট কোহলী, জাহিৰ খানকে ধৰি কেইবাজনো তাৰকা খেলুৱৈ উপস্থিত থাকে।

২০২২ চনত প্ৰথম সন্তানৰ পিতৃ হৈছিল যুৱৰাজ
যুৱৰাজ সিং আৰু তেওঁৰ পত্নী হেজেলৰ মাজলৈ প্ৰথমটো সন্তান আহিছিল ২০২২ চনত জানুৱাৰী মাহত। প্ৰথম সন্তানটোৰ নাম আৰিয়ান। তাৰপিছতেই এইবাৰ দ্বিতীয়গৰাকী কন্যা সন্তান যুৱৰাজ আৰু হেজেলৰ মাজলৈ আহিছে। কিন্তু ক’ত কেতিয়া কন্যা সন্তানটিৰ জন্ম সেই কথা এতিয়াও প্ৰকাশ কৰা নাই হেজেল-যুৱৰাজে। প্ৰথম সন্তানটোৰ জন্মৰ ১৭ মাহৰ পাছতেই দ্বিতীয় সন্তানটোৰ জন্মক লৈ এতিয়া বহুতেই চৰ্চাও চলোৱা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
Next Post
KGF-2ৰ ৰেকৰ্ড ভাঙিলে গদৰ-২য়ে, বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰা চিনেমাৰ তালিকাত তৃতীয় স্থানত গদৰ-২

KGF-2ৰ ৰেকৰ্ড ভাঙিলে গদৰ-২য়ে, বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰা চিনেমাৰ তালিকাত তৃতীয় স্থানত গদৰ-২

ছেপ্টেম্বৰত বিবাহ, তিনি স্থানত ৰিছিপশ্ব্যন পাৰ্টী! বিবাহৰ পূৰ্বে মন্দিৰে মন্দিৰে কিয় ফুৰিছে ৰাঘৱ-পৰিণীতি?

ছেপ্টেম্বৰত বিবাহ, তিনি স্থানত ৰিছিপশ্ব্যন পাৰ্টী! বিবাহৰ পূৰ্বে মন্দিৰে মন্দিৰে কিয় ফুৰিছে ৰাঘৱ-পৰিণীতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.