• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদীৰ পোডকাষ্ট  লৈ চৰ্চিত হোৱা নিখিল কোন!  মেট্ৰিক উত্তীৰ্ণ পাছলৈ হৈছিল দেশৰ কনিষ্ঠতম কোটিপতি

মোদীৰ পোডকাষ্ট  লৈ চৰ্চিত হোৱা নিখিল কোন!  মেট্ৰিক উত্তীৰ্ণ পাছলৈ হৈছিল দেশৰ কনিষ্ঠতম কোটিপতি

2 years ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

15 minutes ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

39 minutes ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

1 hour ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

1 hour ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

2 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

3 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

3 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

4 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

5 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

7 hours ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মোদীৰ পোডকাষ্ট  লৈ চৰ্চিত হোৱা নিখিল কোন!  মেট্ৰিক উত্তীৰ্ণ পাছলৈ হৈছিল দেশৰ কনিষ্ঠতম কোটিপতি

editor by editor
January 10, 2025
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
মোদীৰ পোডকাষ্ট  লৈ চৰ্চিত হোৱা নিখিল কোন!  মেট্ৰিক উত্তীৰ্ণ পাছলৈ হৈছিল দেশৰ কনিষ্ঠতম কোটিপতি
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোদীৰ পোডকাষ্ট  লৈ চৰ্চিত হোৱা নিখিল কোন!  মেট্ৰিক উত্তীৰ্ণ পাছলৈ হৈছিল দেশৰ কনিষ্ঠতম কোটিপতি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ প্ৰথমটো পোডকাষ্টত সাক্ষাতকাৰ লৈ দেশজুৰি চৰ্চিত হোৱা নিখিল কামাথ কোন হয়, তাকে লৈ এতিয়া বহুজনৰে মনত প্ৰশ্ন। কিদৰে পোডকাষ্টত নৰেন্দ্ৰ মোদীক মাতি আনিবলৈ সক্ষম হ’ল এই নিখিলে। এনে এশ এবুৰি প্ৰশ্ন এতিয়া বহুতৰে।

প্ৰধানমন্ত্ৰীয়ে নিজেই আজি তেখেতৰ এক্স হেণ্ডেল যোগে তেখেতৰ জীৱনৰ প্ৰথমটো পোডকাষ্টৰ খবৰ সদৰি কৰে। লগতে এই পোডকাষ্ট চোৱাৰ বাবেও আহ্বান জনায়।

পাছে কোন হয় এই নিখিল কামাথ ! নিখিল কামাথ, যাৰ নাম দেশৰ আন প’ডকাষ্টাৰৰ দৰে জনপ্ৰিয় নহ’বও পাৰে, কিন্তু ষ্টক ট্ৰেডিং আৰু ব্যৱসায়ৰ জগতখনত তেওঁ অতি জনপ্ৰিয়। কাৰণ তেওঁলোকৰ ট্ৰেডিং প্লেটফৰ্ম – জিৰোধা, যিয়ে ষ্টকত ধন বিনিয়োগ কৰাসকলৰ বাবে ট্ৰেডিং আৰু ব্ৰোকাৰেজ প্ৰদান কৰে।

সেইটোও অনলাইন অৰ্থাৎ এনে এটা প্লেটফৰ্ম য’ত ব্যৱসায়ীসকলে যিকোনো ঠাইৰ পৰা, যিকোনো সময়তে শ্বেয়াৰত ধন বিনিয়োগ কৰিব পাৰে।

অৱশ্যে নিখিল কামাতৰ জনপ্ৰিয়তা কেৱল জিৰোধাৰ সহ-প্ৰতিষ্ঠাপক হোৱাৰ বাবেই নহয়। তেওঁ ভাৰতৰ কোটিপতি হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি৷ নিখিল কামাথৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ ৩.৩ বিলিয়ন ডলাৰ (প্ৰায় ২৮ হাজাৰ কোটি টকা) বুলি অনুমান কৰা হৈছে। তেওঁলোকৰ প্লেটফৰ্ম জিৰোধাতো ২০২৪ চনৰ শেষলৈকে ১ কোটিতকৈ অধিক ব্যৱহাৰকাৰী আছিল, যাৰ ফলত ই ভাৰতৰ অন্যতম বৃহৎ ট্ৰেডিং প্লেটফৰ্ম হিচাপে পৰিগণিত হৈছিল।

তাতোকৈ ডাঙৰ কথা- মাথো ১৬ বছৰ বয়সতে মেট্ৰিকৰ দেওনা পাৰ হৈয়ে পঢ়া সামৰি ১৭ বছৰ বয়সৰ পৰাই কাম কৰিবলৈ আৰম্ভ কৰিছিল নিখিলে। এটা কল চেণ্টাৰত মাহিলী ৮ হাজাৰ টকাৰ চাকৰি কৰিছিল নিখিলে।

১৮ বছৰ বয়সলৈকে তেওঁ নিয়মিতভাৱে ষ্টক ট্ৰেডিং কৰিবলৈ আৰম্ভ কৰে। পাছত চাকৰি এৰি জিৰোধা খোলে। আৰু আজিৰ তাৰিখত ১৪ বছৰীয়া জিৰোধাৰ বৰ্তমান মূল্য প্ৰায় ৭.৭ বিলিয়ন ডলাৰ। যিটো তেতিয়া ভাৰতীয় টকা হিচাপত ৬৪ হাজাৰ ৮০০ কোটিৰ সমান ।

২০২৩ চনৰ মাৰ্চ মাহত নিখিল কামাথে তেওঁৰ প’ডকাষ্ট ‘WTF is’ মুকলি কৰে। ১৪ মাৰ্চত তেওঁৰ অনুষ্ঠানৰ প্ৰথম খণ্ড মুকলি কৰা হয়। ২০২৩ চনৰ ডিচেম্বৰ মাহত স্পটিফাইত তেওঁৰ ভিডিঅ’ প’ডকাষ্ট শ্ব’টো বিশ্বৰ আটাইতকৈ বেছি চোৱা প’ডকাষ্টৰ ভিতৰত অন্যতম আছিল।

নিখিলে এই প’ডকাষ্টত এতিয়ালৈকে বহু ডাঙৰ ডাঙৰ শিল্পী আৰু লোকক আমন্ত্ৰণ জনাইছে। ইয়াৰ ভিতৰত কমেডিয়ান তন্ময় ভাট, বায়’কনৰ প্ৰতিষ্ঠাপক কিৰণ মজুমদাৰ শ্ব’, অভিনেতা সুনীল শেট্টী, তাৰা সূতাৰিয়া, ৰিতেশ আগৰৱাল আৰু চলচ্চিত্ৰ জগতৰ ৰনি স্ক্ৰুভালা, জেপ্ট’ৰ প্ৰতিষ্ঠাপক আদি পালিচা আৰু কৈভাল্য ভোহৰা আৰু অমিতাভ বচ্চনৰ নাতিনী নব্য নভেলীৰ দৰে নাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!
জীৱনশৈলী

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

October 17, 2026
Next Post
হৃদক্ৰিয়া বন্ধ হৈ বিদ্যালয়তে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, ভিডিঅ’ দেখি শোকস্তব্ধ বহু

হৃদক্ৰিয়া বন্ধ হৈ বিদ্যালয়তে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী, ভিডিঅ' দেখি শোকস্তব্ধ বহু

উৰুকাৰ দিনা মাছ খাবলৈ সাজুনে! কিন্তু বেপাৰীক নিদিব এটকাও বেছিকৈ, এতিয়াই পঢ়ক নিৰ্ধাৰিত দাম

উৰুকাৰ দিনা মাছ খাবলৈ সাজুনে! কিন্তু বেপাৰীক নিদিব এটকাও বেছিকৈ, এতিয়াই পঢ়ক নিৰ্ধাৰিত দাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.