লটাৰী টিকট ক্ৰয় কৰিম ভাৱিছে? ভাৱিচিন্তি টিকট কাটক৷ কাৰণ, লটাৰীৰ টিকট কাটিলেই আপুনি পুৰস্কাৰ পাবই এই ধাৰণা ভুল৷ লটাৰী জিকাটো ভাগ্যৰ কথা৷ ভাগ্য থাকিলেহে লটাৰীত পুৰস্কাৰ পোৱা যায়৷ ইয়াৰবাবে আপুনি জ্যোতিষশাস্ত্ৰৰ সহায় ল’ব পাৰে৷ জানি থওক ১৪ ছেপ্টেম্বৰৰ ভিতৰত কোন কোন ৰাশিৰ মানুহে লটাৰী টিকট ক্ৰয় কৰিলে ভাল ফল পাব?
মেষ ৰাশি- মেষ ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহত লটাৰীৰ টিকট কটাৰ প্ৰৱল ইচ্ছা থাকিলেও সেয়া দমন কৰক৷ লটাৰীৰ বাবে এই সপ্তাহ শুভ নহয়৷
বৃষ ৰাশি- লটাৰী জিকাৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতকৰ বাবে এই সপ্তাহত মধ্যম যোগ দেখা গৈছে৷ সেয়ে এই সপ্তাহত ৰিস্ক নোলোৱাই ভাল৷
মিথুন ৰাশি-লটাৰী কটাৰ ইচ্ছা থাকিলে মিথুন ৰাশিৰ ব্যক্তিয়ে সপ্তাহৰ শেষৰ ফালে টিকট কাটিব পাৰে৷
কৰ্কট ৰাশি-কৰ্কট ৰাশিৰ মানুহে এই সপ্তাহৰ প্ৰথম দিশত চেষ্টা কৰিলে ফল পাব পাৰে৷
সিংহ ৰাশি- সিংহ ৰাশিৰ জাতকে এই সপ্তাহ জুৰি ভাল লটাৰী প্ৰাপ্তিৰ যোগ আছে৷
কুম্ভ ৰাশি- সপ্তাহৰ প্ৰথমভাগত শুভ যোগ নাথাকিলেও শেষৰ ফালে কুম্ভ ৰাশিৰ জাতকৰ লটাৰীৰ টিকট ক্ৰয় কৰিলে লাভৱান হ’ব পাৰে৷
মীন ৰাশি- মীন ৰাশিৰ বাবে এই সপ্তাহত লটাৰীৰ ক্ষেত্ৰত কোনো শুভ যোগ নাই৷
(লটাৰী টিকট ক্ৰয় কৰাটো ব্যক্তিগত বিষয়৷ ইয়াৰ পৰা আৰ্থিক ক্ষতিৰ আশংকা আছে৷ অসম লাইভ২৪ য়ে কাকো লটাৰী ক্ৰয়ৰ বাবে উৎসাহ প্ৰদান নকৰে)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ