• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ… নাই শিল্পীৰ মৃত্যু নহয়, এই বিদায় কেৱল কায়িক বিদায়হে

মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ… নাই শিল্পীৰ মৃত্যু নহয়, এই বিদায় কেৱল কায়িক বিদায়হে

12 months ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

36 minutes ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

1 hour ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

3 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

4 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

19 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

19 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

20 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

20 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

21 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

22 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ… নাই শিল্পীৰ মৃত্যু নহয়, এই বিদায় কেৱল কায়িক বিদায়হে

মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ... নাই শিল্পীৰ মৃত্যু নহয়, এই বিদায় কেৱল কায়িক বিদায়হে

editor by editor
September 21, 2025
in জীৱনশৈলী
0
মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ… নাই শিল্পীৰ মৃত্যু নহয়, এই বিদায় কেৱল কায়িক বিদায়হে
0
SHARES
336
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইজনেই জুবিন গাৰ্গ৷ হাজাৰ হাজাৰ মানুহ৷ বাটে বাটে চকুলো টুকি ৰৈ আছে জনতা৷ একো নেদেখি, কেৱল পুষ্পসজ্জিত বাহনৰ ভিতৰত এটা ক’লা কফিনে যাত্ৰা কৰিছে ঘৰ অভিমুখে৷ হাঁহি হাঁহি জুবিনে আজি অনুৰাগীক নকয়, ‘তঁহতি কি ঘেণ্টা কৰিছ ইয়াত, কাম নাই নেকি?’ নাই নকয়, জুবিনে আৰু কাহানিও একো নকয়, জুবিন অবিহনেই এতিয়াৰে পৰা অসমবাসীয়ে পাৰ কৰিব লাগিব বিহু পূজা সকলো৷ জুবিনে আৰু বিহুমঞ্চৰ পৰা চিঁঞৰি নকয়, ঐ নাহৰ…, জুবিনে নকয় মায়াবিনী গানৰ আঁৰৰ কথাবোৰ, জুবিনে আৰু জংকীক সোঁৱৰি কাহানিও নাকান্দে মঞ্চত৷

জুবিন নিৰৱে গৈ আছে ঘৰলৈ, প্ৰিয় ইছুজু অথৱা নতুনকৈ ক্ৰয় কৰা বাহনত নহয়, জুবিনে যাত্ৰা কৰিছে পুষ্পসজ্জিত এখন এম্বুলেন্সত৷ সহ্য কৰিব পৰা নাই কোনোৱে৷ এতিয়াও যেন কোনোৱেই মানিব পৰা নাই, এই যাত্ৰাই শেষ যাত্ৰা জুবিন গাৰ্গ নামৰ প্ৰিয় শিল্পীজনৰ৷ এই শিল্পীজনক আৰু কায়িকভাৱে কোনেও কাহানিও দেখা নাপাব এই কথা যেন কল্পনাই কৰিব পৰা নাই৷ কেনেকৈ মানিব পাৰি এই সত্যক৷ এদিন জুবিনে গাইছিল, আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন… গীতৰ কথাৰ দৰেই সাগৰ তলিত চিৰনিদ্ৰাত শুই পৰিল জুবিন৷ আকাশী পথেৰে মাতৃভূমিলৈ উভতি আহিল৷

জীৱন্ত কালতেই জুবিনে কৈছিল, মই মৰিলে অসম বন্ধ হৈ পৰিব, হাজাৰ হাজাৰ মানুহ মোৰ শেষযাত্ৰাৰ অংশীদাৰ হ’ব৷ সেই কথাই যেন সঁচা হ’ল৷ এয়া বাস্তৱ, জুবিনৰ কফিন কঢ়িওৱা এম্বুলেন্সৰ কাষে কাষে জনতাৰ এই ভিৰে কৈছে কিমান ভালপালে এজন মানুহৰ বাবে এনেকৈ ওলাই আহিব পাৰে অনুৰাগী, তেওঁ জানো সাধাৰণ এজন মানুহ আছিল, জুবিন এক অনুষ্ঠান, জুবিনৰ উচ্চতা তেওঁ কোৱা ইউকেলিপ্টাছ গছজোপাৰ দৰেই উচ্চ৷

প্ৰিয় শিল্পীক বিদায় কেতিয়াও দিব নোৱাৰি৷ প্ৰিয় শিল্পীক কেতিয়াও মৃত বুলি মানিব নোৱাৰি৷ জুবিন জীয়াই আছে জনতাৰ হৃদয়ে হৃদয়ে৷ জুবিনক জীয়াই ৰখাটোও আমাৰেই দায়িত্ব৷ জুবিনৰ পাৰ্থিৱ শৰীৰটোৱেহে বিদায় মাগিছে, জুবিন দি যোৱা সৃষ্টিৰ মাজত তেওঁ সদায়েই জীয়াই আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
Next Post
বন্ধুৰ সৈতে হাঁহি হাঁহি ওলাই যোৱা জুবিন, ছিংগাপুৰৰ পৰা অকলেই উভতিল কফিনত, কিয় লগত আহিব নোৱাৰিলে শেখৰ, সন্দীপন, সিদ্ধাৰ্থ?

বন্ধুৰ সৈতে হাঁহি হাঁহি ওলাই যোৱা জুবিন, ছিংগাপুৰৰ পৰা অকলেই উভতিল কফিনত, কিয় লগত আহিব নোৱাৰিলে শেখৰ, সন্দীপন, সিদ্ধাৰ্থ?

জুবিনে কৈছিল, গৰিমা মোৰ দুখৰ দিনৰ লখিমী… স্বামীৰ নশ্বৰ দেহ লৈ এম্বুলেন্সত গৰিমাৰ এই যাত্ৰাই কন্দোৱাইছে অসমবাসীক

জুবিনে কৈছিল, গৰিমা মোৰ দুখৰ দিনৰ লখিমী... স্বামীৰ নশ্বৰ দেহ লৈ এম্বুলেন্সত গৰিমাৰ এই যাত্ৰাই কন্দোৱাইছে অসমবাসীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.