ছিংগাপুৰত দুৰ্ঘটনাগ্ৰস্ত জুবিন গাৰ্গ৷
পেৰাগ্লাইডিং কৰি থকা অৱস্থাত সাগৰত পৰে জুবিন গাৰ্গ৷
জুবিন গাৰ্গক স্বাস্থ্যক লৈ উদ্বিগ্নতা প্ৰকাশ৷
অচেতন অৱস্থাত জুবিন গাৰ্গক ভৰ্তি কৰোৱা হৈছে হাস্পতালত৷
ছিংগাপুৰলৈ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন৷
খুবেই সংকটজনক জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা৷
আপুনিও প্ৰিয় শিল্পীগৰাকীৰ বাবে প্ৰাৰ্থনা কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















