অতি গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে জুবিন
সংকটজনক অৱস্থাত ICUত ভৰ্তি
কেইবাজনীয়া চিকিৎসকৰ দলে আৰম্ভ কৰিছে চিকিৎসা
বৰ্তমানো অচেতন অৱস্থাত আছে জুবিন
ছিংগাপুৰৰ এখন ব্যক্তিগত হাস্পতালত চলি আছে চিকিৎসা
বৰ্তমান সময়ত পালছ ৰেট হ্ৰাস পাইছে জুবিন গাৰ্গৰ
CPR দিয়া হৈছে জুবিনক
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















