• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘জুবিন ভক্ত’ সকলেও হয়তো নকৰে, যি কাম ৰাজু বৰুৱাই কৰে…

‘জুবিন ভক্ত’ সকলেও হয়তো নকৰে, যি কাম ৰাজু বৰুৱাই কৰে…

2 years ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

10 minutes ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

2 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

3 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

4 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

5 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

5 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

6 hours ago
জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

7 hours ago
সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

7 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

8 hours ago
কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

কাইলৈ কেনেকুৱা যাব আপোনাৰ দিনটো? ভাল সুযোগ আহিব বহুতৰে জীৱনলৈ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘জুবিন ভক্ত’ সকলেও হয়তো নকৰে, যি কাম ৰাজু বৰুৱাই কৰে…

editor by editor
January 20, 2024
in অসম
0
‘জুবিন ভক্ত’ সকলেও হয়তো নকৰে, যি কাম ৰাজু বৰুৱাই কৰে…
0
SHARES
584
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গক ভগৱানৰো ওপৰত বুলি গণ্য কৰা সকলেই হয়তো এনে কাম কেতিয়াও কৰি পোৱা নাই! ‘জুবিন দাৰ বাবে মৰিবলৈ সাজু আছো’ বুলি চিঞৰি থকা  অতিভক্ত সকলেও হয়তো কেতিয়াও এনে কথা চিন্তা কৰা নাই! এগৰাকী ভালপোৱা মানুহৰ বাবে আনক দেখুৱাই কিবা কৰাতকৈ একান্তভাৱে হৃদয়ৰ পৰা নীৰৱে কিমানখিনি কৰিব পাৰি, সেই কথা হয়তো বাদ্যযন্ত্ৰী শিল্পী ৰাজু বৰুৱাই ভালকৈয়ে বুজে।

কেইবাটাও দশক ধৰি জুবিনৰ সৈতে প্ৰতিখন মঞ্চ আৰু প্ৰায়বোৰ ছুপাৰহিট গীতত বাদ্য সংগত কৰা ৰাজু বৰুৱাক হয়তো অসমবাসীক নতুনকৈ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। দীঘল চুলিটাৰি আৰু মুখত এটি মিঠা হাঁহি লৈ জুবিনৰ সৈতে সুৰৰ লহৰ তোলা অমায়িক ৰাজু বৰুৱাৰ এই কথা গম পালে আপোনাৰ এই শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা আৰু বৃদ্ধি পাব।

ৰাজু বৰুৱাই আধ্যাত্মিকতাক অতিপাত বিশ্বাস কৰে। প্ৰতিদিনেই তেওঁ ঈশ্বৰৰ আৰাধনা কৰে। নেদেখাজনৰ ওচৰত যেতিয়াই ৰাজু বৰুৱাই বন্তি জ্বলায়, তেতিয়া দুগছকৈ বন্তি প্ৰজ্বলন কৰে শিল্পীগৰাকীয়ে। তাৰে এগছি নিজ পৰিয়ালৰ বাবে আৰু আনটো গছি বন্তি জুবিন গাৰ্গৰ বাবে জ্বলায় শিল্পীগৰাকীয়ে।

শেহতীয়াকৈ এটা সাক্ষাতকাৰত এই কথা পোহৰলৈ আহিছে। ৰাজু বৰুৱাৰ এগৰাকী সহশিল্পীয়ে এই কথা ৰাজহুৱা কৰিছে। বছৰ বছৰ ধৰি ৰাজু বৰুৱাই জুবিন গাৰ্গৰ মংগল কামনাৰে ভগৱানৰ ওচৰত এগছি বন্তি জ্বলাই আহিছে। সেই কথা নিজে আজিলৈকে কতোঁৱে প্ৰকাশ কৰা নাই। এই কথা আজিলৈকে জুবিন গাৰ্গকো কোৱা নাই ৰাজু বৰুৱাই।

জুবিন গাৰ্গক কি পৰ্যায়ত ভাল পালে এগৰাকী সহশিল্পীয়ে এনে কাম কৰিব পাৰে, সেই কথা বহলাই কোৱাৰ প্ৰয়োজন নাই। ৰাজু বৰুৱাৰ এই মহান কামটোৰ বিষয়ে ৰাজহুৱা হোৱাৰ পাছতে এতিয়া সামাজিক মাধ্যমত সকলোৱে প্ৰশংসাৰে উপচাই দিছে শিল্পীগৰাকীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
গুৱাহাটীত অমিত শ্বাহৰ ডাঙৰ ঘোষণা…

গুৱাহাটীত অমিত শ্বাহৰ ডাঙৰ ঘোষণা...

ছানিয়াৰ দৰেই ছানাৰো আছে ভাৰতৰ সৈতে নিবিড় সম্পৰ্ক! ছোৱেইব মালিকৰ তৃতীয় পত্নী ছানা কোন?

ছানিয়াৰ দৰেই ছানাৰো আছে ভাৰতৰ সৈতে নিবিড় সম্পৰ্ক! ছোৱেইব মালিকৰ তৃতীয় পত্নী ছানা কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.