• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটীত অমিত শ্বাহৰ ডাঙৰ ঘোষণা…

গুৱাহাটীত অমিত শ্বাহৰ ডাঙৰ ঘোষণা…

2 years ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

2 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

3 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

3 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

5 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

6 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

7 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

8 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

8 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

9 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

10 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

গুৱাহাটীত অমিত শ্বাহৰ ডাঙৰ ঘোষণা…

editor by editor
January 20, 2024
in Uncategorized
0
গুৱাহাটীত অমিত শ্বাহৰ ডাঙৰ ঘোষণা…
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  সীমান্ত সুৰক্ষাক লৈ গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে এক ডাঙৰ ঘোষণা। বাংলাদেশ সীমান্তৰ দৰেই এইবাৰ ম্যানমাৰ সীমান্তও অধিক সুৰক্ষিত আৰু কঠোৰ নিৰাপত্তা প্ৰদানৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীৰ অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়-  বাংলাদেশ-ভাৰত সীমান্তৰ দৰেই এইবাৰ আমি ম্যানমাৰ সীমান্ততো কঠোৰ নিৰপত্তাব্যৱস্থা গঢ়ি তুলিম। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অচিৰেই পৰ্যায়ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিব।”

গুৱাহাটীত এই ঘোষণা কৰাৰ পিছতে এতিয়া হাঁহাকাৰ লাগিছে ম্যানমাৰত। যি সময়ত ম্যানমাৰৰ সহস্ৰাধিক সৈনিক জাতীয় সংঘৰ্ষৰ পৰা মুক্তি পাবলৈ ভাৰতত আশ্ৰয় লৈ আছে, তেনে সময়ত অমিত শ্বাহৰ এই ঘোষণাই স্বাভাৱিকতে ম্যানমাৰত কপঁনি তুলিছে। ইফালে অসমৰ আলফা স্বাধীনৰ লগতে উত্তৰ-পূবৰ বহুকেইটা সন্ত্ৰাসবাদী সংগঠনে ম্যানমাৰত বাহৰ পাতি আছে। গতিকে ম্যানমাৰ সীমান্তত অধিক কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতে শলঠেকত পৰিব এই সন্ত্ৰাসবাদী সংগঠনসমূহো।

উল্লেখ কৰা প্ৰয়োজন যে, জাতীয় সংঘৰ্ষৰ ফলতে ম্যানমাৰৰ প্ৰায় ৬০০সৈনিক ভাৰতত বাহৰ পাতি আছে। ইফালে অসমকে ধৰি উত্তৰ-পূবৰ সহস্ৰাধিক সন্ত্ৰাসবাদী সংগঠনৰ সদস্যও দীৰ্ঘবছৰ ধৰি আশ্ৰয় লৈ আছে ম্যানমাৰত। ভাৰত চৰকাৰে এতিয়া সীমান্তক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে দুয়োখন দেশৰ মাজত চলাচল কৰিবলৈ নাগৰিকক প্ৰয়োজন হ’ব ভিজাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
Next Post
ছানিয়াৰ দৰেই ছানাৰো আছে ভাৰতৰ সৈতে নিবিড় সম্পৰ্ক! ছোৱেইব মালিকৰ তৃতীয় পত্নী ছানা কোন?

ছানিয়াৰ দৰেই ছানাৰো আছে ভাৰতৰ সৈতে নিবিড় সম্পৰ্ক! ছোৱেইব মালিকৰ তৃতীয় পত্নী ছানা কোন?

ৰাম মন্দিৰলৈ যাওক বা নাযাওক, ৰামৰ চৰিত্ৰৰ পৰা জীৱনত এই ৫ শিক্ষা আপুনি ল’ব পাৰে

ৰাম মন্দিৰলৈ যাওক বা নাযাওক, ৰামৰ চৰিত্ৰৰ পৰা জীৱনত এই ৫ শিক্ষা আপুনি ল’ব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.