• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰহ্মপুত্ৰ হোৱা হ’লে জুবিন দাক উভতাই পথালে হেঁতেন, কিন্তু সেয়া বিদেশৰ সাগৰ আছিল, বুজি নাপালে তেওঁৰ গভীৰতা ! স্কুবা ডাইভিং কৰাটো উচিত নাছিল নেকি জুবিনৰ বাবে?

6 months ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

8 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

10 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

11 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

12 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

13 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

14 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰহ্মপুত্ৰ হোৱা হ’লে জুবিন দাক উভতাই পথালে হেঁতেন, কিন্তু সেয়া বিদেশৰ সাগৰ আছিল, বুজি নাপালে তেওঁৰ গভীৰতা ! স্কুবা ডাইভিং কৰাটো উচিত নাছিল নেকি জুবিনৰ বাবে?

ব্ৰহ্মপুত্ৰ হোৱা হ’লে জুবিন দাক উভতাই পথালে হেঁতেন, কিন্তু সেয়া বিদেশৰ সাগৰ আছিল, বুজি নাপালে তেওঁৰ গভীৰতা ! স্কুবা ডাইভিং কৰাটো উচিত নাছিল নেকি জুবিনৰ বাবে?

editor by editor
September 19, 2025
in জীৱনশৈলী
0
ব্ৰহ্মপুত্ৰ হোৱা হ’লে জুবিন দাক উভতাই পথালে হেঁতেন, কিন্তু সেয়া বিদেশৰ সাগৰ আছিল, বুজি নাপালে তেওঁৰ গভীৰতা ! স্কুবা ডাইভিং কৰাটো উচিত নাছিল নেকি জুবিনৰ বাবে?
0
SHARES
583
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমেই নহয় হাৰ্টথ্ৰৱৰ মৃত্যু ভাৰতৰ সংগীত জগতৰ বাবেই অপূৰণীয় ক্ষতি৷ জুবিনৰ হামিং জানো অইন কোনোবাই দিব পাৰে? জুবিনৰ স্থান জানো অসমবাসীৰ মনত অইন কোনোবাই পূৰণ কৰিব পাৰে? জুবিন একক, জুবিন অনন্য, জুবিন অসমৰ সম্পদ, জুবিন এক অনুষ্ঠান৷ সেই জুবিনেই ছিংগাপুৰৰ পৰা পৃথিৱীক চিৰবিদায় জনালে৷ স্কুৱা ডাইভিং কৰিবলৈ গৈ জীৱন শেষ হ’ল অসম সম্পদ জুবিনৰ৷ সমুদ্ৰৰ পৰা তেওঁক দ্ৰুত উদ্ধাৰ কৰা হৈছিল যদিও জীৱন বচাব পৰা নগল জুবিনৰ৷

নৰ্থ ইষ্ট ফেষ্টিভেলত যোগ দিবলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ৷ শুকুৰবাৰে তেওঁ পাৰফৰ্ম কৰাৰো কথা আছিল৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫২ বছৰ৷ স্কুবা ডাইভিঙত গৈ জুবিনৰ মৃত্যু হোৱাৰ খবৰ পোৱা মাত্ৰকেই ফাটি পৰিছে জুবিনৰ অনুৰাগীমহল৷ এজন চিজাৰ এটেক অহা মানুহক কিয় স্কুবা ডাইভিং কৰিবলৈ দিয়া হৈছিল সেই প্ৰশ্নও কৰিছে অনুৰাগীয়ে৷ ইয়াৰোপৰি বেমাৰী মানুহ এজনক ইমান দূৰলৈকে অনুষ্ঠানৰ বাবে লৈ যোৱা বিষয়টোক লৈয়ো আপত্তি কৰিছে বহুজনে৷

স্কুবা ডাইভিং কি?

পাহাৰত স্কিইং, স্নোবোৰ্ডিং, মাউণ্টেন বাইকিং, ৰক ক্লাইম্বিং অথৱা পেৰাগ্লাইডিঙৰ দৰে বহু এডভেঞ্চাৰ এক্টিভিটি কৰিব পাৰি৷ হিমাচল, উত্তৰাখণ্ড আৰু দক্ষিণৰ বহু স্থানত এইসমূহ এডভেঞ্চাৰ খুবেই বিখ্যাত৷ অৱশ্যে বহু কম লোকেহে স্কুবা ডাইভিং কৰিবলৈ সাহস কৰে৷

স্কুবা ডাইভিং হৈছে পানীৰ তলৰ ডাইভিঙৰ এক অনন্য পদ্ধতি৷ এই ডাইভিঙৰ সময়ত ডুবাৰুৱে পানীৰ তলত শ্বাস প্ৰশ্বাসৰ বাবে অক্সিজেন টেংক পিঠিত বান্ধি ডুব দিয়ে৷ স্কুবা ডাইভিঙত যাতে শ্বাস প্ৰশ্বাসত কষ্ট নহয় তাৰবাবে অক্সিজেন মাস্ক লগোৱা হয়৷ দীৰ্ঘ সময় ধৰি পানীৰ তলত থাকি পানীৰ তলৰ বিভিন্ন জীৱ পৰিদৰ্শন কৰা হয়৷

স্কুবা ডাইভিঙৰ পূৰ্বে কি কৰা উচিত?

আপুনি যদি স্কুবা ডাইভিঙৰ কথা ভাৱে তেন্তে ডাইভিঙৰ পূৰ্বে ভালধৰণে বিশ্ৰাম ল’বলৈ নাপাহৰিব৷ ক্লান্ত হৈ স্কুবা ডাইভিং কৰিলে শৰীৰত মাৰাত্মক প্ৰভাৱ পৰিব পাৰে৷ তদুপতি স্কুবা ডাইভিঙৰ পূৰ্বে মদ্যপান কৰাও উচিত নহয়৷ ডাইভিঙৰ পূৰ্বে সমুদ্ৰৰ গভীৰতা আৰু গতিবিধি জনাটো খুবেই প্ৰয়োজন৷ সেয়ে এগৰাকী স্থানীয় গাইডৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী৷ স্কুহা ডাইভিঙৰ সময়ত এজন ডুবাৰু সদায়ে লগত থাকে৷ যদি শ্বাসকষ্ট বা হৃদৰোগৰ সমস্যা থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ অবিহনে স্কুবা ডাইভিং কৰাটো ভুল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

March 10, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

March 10, 2026
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

March 10, 2026
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?
জীৱনশৈলী

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

March 10, 2026
Next Post
চৰ্চাত এটা অডিঅ’ ক্লিপ, শেষ সময়ত কি হৈছিল জুবিনৰ সৈতে?

আমি একো নাজানো, আমি সকলো মিটিঙত আছিলো, প্ৰকৃততে ক’ত কেনেকৈ কি হৈছিল জুবিনৰ, সবিশেষ জনাই কি ক’লে শ্যামকানু মহন্তই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন