• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মন গলে কাষলৈ প্ৰেয়সী অহাৰ দিন নাই, প্ৰেয়সী এতিয়া লগতেই থাকে’, শিশুসুলভ নহয়, সমাজ সচেতন জুবিনে আৰু কি ক’লে?

‘মন গলে কাষলৈ প্ৰেয়সী অহাৰ দিন নাই, প্ৰেয়সী এতিয়া লগতেই থাকে’, শিশুসুলভ নহয়, সমাজ সচেতন জুবিনে আৰু কি ক’লে?

4 years ago
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

26 minutes ago
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

1 hour ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

1 hour ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

3 hours ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

4 hours ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

4 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

5 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

8 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

9 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

9 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

10 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মন গলে কাষলৈ প্ৰেয়সী অহাৰ দিন নাই, প্ৰেয়সী এতিয়া লগতেই থাকে’, শিশুসুলভ নহয়, সমাজ সচেতন জুবিনে আৰু কি ক’লে?

editor by editor
October 14, 2022
in অসম, গুৱাহাটী, সংগীত
0
‘মন গলে কাষলৈ প্ৰেয়সী অহাৰ দিন নাই, প্ৰেয়সী এতিয়া লগতেই থাকে’, শিশুসুলভ নহয়, সমাজ সচেতন জুবিনে আৰু কি ক’লে?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জুবিনে গাইছে, ‘মন গ’লে মোৰ কাষলে আহিবা এদিন অকলে, কিদৰে শুওঁ, কি দৰে খাওঁ চাই যাবা আহি নিৰলে…’৷ গীতটি গোৱাৰ মাজতেই স্বভাৱসুলভ ভাৱে জুবিনে ক’লে কেইটিমান বিশেষ কথা৷ জুবিনে গীতটি পৰিবেশন কৰি থকাৰ মাজতেই অতীত ৰোমন্থন কৰি ক’লে, ‘এই গীতটি মই মোৰ প্ৰেয়সীক লৈ লিখিছিলো৷ সেই সময়ত প্ৰেয়সী ৰুমলৈ আহিব বুলি ক’লেই ডাঙৰ কথা৷ ভাললগা এটাই মন ভৰাই তুলিছিল৷ যেতিয়া প্ৰেয়সীহে আহি ৰুমটো চাই গৈছিলহি৷ এতিয়া আৰু সেই দিনো নাই সেই ভাললগাও নাই৷ প্ৰেমিক-প্ৰেমিকাবোৰ আজিকালি একেলগেই থাকে৷’

ধেমালিৰ চলেৰে জুবিনে অসমৰ সমাজব্যৱস্থাত অহা আমূল পৰিবৰ্তনৰ কথাকেই এবাৰ কৈ গ’ল৷ জুবিনৰ এই বিশেষ ভিডিঅ’ ক্লিপটোৱে সামাজিক মাধ্যমত চৰ্চা লাভ কৰাৰ সময়তে সচেতন মহলেও জুবিনে দাঙি ধৰা এই মন্তব্যত বিচাৰি পাইছে কাৰণ৷

আনহাতে এই ভিডিঅ’ ক্লিপটোক লৈ প্ৰায়সংখ্যক জুবিন অনুৰাগীয়েই কৈছে, ‘কোনে কয় জুবিনে অসমৰ সমাজ জীৱনৰ কথা নাভাৱে? অসমত চলি থকা ঘটনাপ্ৰবাহৰ বিষয়ে জুবিন একো নাজানে?’ জুবিন গাৰ্গৰ খুহুতীয়া কথাৰ মাজত এনেধৰণৰ কথাই আওপকীয়াকৈ সমাজ পৰিবৰ্তনৰ লৈ চিন্তিত অন্য এক জুবিনকেই প্ৰতিফলিত কৰিছে বুলিও সচেতন মহলে মন্তব্য কৰা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান
অপৰাধ

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?
অসম

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

May 6, 2026
ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?
অসম

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

May 5, 2026
Next Post
ভাৰত-পাকিস্তানৰ খেলুৱৈ লগ হ’লে কি কথা পাতে? ক’লে ৰোহিত শৰ্মাই

ভাৰত-পাকিস্তানৰ খেলুৱৈ লগ হ’লে কি কথা পাতে? ক’লে ৰোহিত শৰ্মাই

‘মোৰ স্বামী মানুহৰ মাজত আজিও জীয়াই আছে৷’ মৃত্যু তিথিত জয়ন্ত হাজৰিকাক সোঁৱৰি কি ক’লে পত্নী মনিশা হাজৰিকাই…

‘মোৰ স্বামী মানুহৰ মাজত আজিও জীয়াই আছে৷’ মৃত্যু তিথিত জয়ন্ত হাজৰিকাক সোঁৱৰি কি ক’লে পত্নী মনিশা হাজৰিকাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.