• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ স্বামী মানুহৰ মাজত আজিও জীয়াই আছে৷’ মৃত্যু তিথিত জয়ন্ত হাজৰিকাক সোঁৱৰি কি ক’লে পত্নী মনিশা হাজৰিকাই…

‘মোৰ স্বামী মানুহৰ মাজত আজিও জীয়াই আছে৷’ মৃত্যু তিথিত জয়ন্ত হাজৰিকাক সোঁৱৰি কি ক’লে পত্নী মনিশা হাজৰিকাই…

4 years ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

27 minutes ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

1 hour ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

2 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

3 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

3 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

4 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

5 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

7 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

7 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

8 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

8 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মোৰ স্বামী মানুহৰ মাজত আজিও জীয়াই আছে৷’ মৃত্যু তিথিত জয়ন্ত হাজৰিকাক সোঁৱৰি কি ক’লে পত্নী মনিশা হাজৰিকাই…

editor by editor
October 15, 2022
in অসম, গুৱাহাটী, সংগীত
0
‘মোৰ স্বামী মানুহৰ মাজত আজিও জীয়াই আছে৷’ মৃত্যু তিথিত জয়ন্ত হাজৰিকাক সোঁৱৰি কি ক’লে পত্নী মনিশা হাজৰিকাই…
0
SHARES
518
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মৃত্যু নিচেই কাষত জানি জীৱনৰ শেষ সময়ছোৱাত তেওঁ নিজেই লিখি সুৰ দিছিল, ‘মই নাথাকিলেও সাজৰ তৰায়ে মোৰেই কথাকেই ক’ব…৷’ কম সময়তেই তেওঁ অসমীয়া সংগীতৰ ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিছিল৷ ১৫ অক্টোবৰ, শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু তিথি৷ খুব কম সময়তে জীৱন নাট সামৰি আঁতৰি যোৱা শিল্পী জয়ন্ত হাজৰিকাৰ গীতে আজিও তেওঁক জীঁপাল কৰি ৰাখিছে৷

জয়ন্ত হাজৰিকাৰ ৪৫ সংখ্যক মৃত্যু তিথিত বিগত বৰ্ষৰ দৰে এইবাৰো জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত অনুস্থিত হৈছে স্মৃতি তৰ্পণ কাৰ্যসূচী৷
শিল্পী জেপি দাস, পত্নী মনিশা হাজৰিকাকে ধৰি উপস্থিত কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত মনিশা হাজৰিকাই স্বামীক লৈ ক’লে বিশেষ কিছু কথা৷ মনিশা হাজৰিকাই তেওঁৰ মন্তব্যত কয়, ‘বহু নাৰীৰ দৰে ময়ো স্বামীহীনা। অথচ মই স্বামীহীনা বুলি অনুভৱ কৰা নাই৷ মোৰ স্বামী মানুহৰ মাজত আজিও জীয়াই আছে৷’

১৯৬০-ৰ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকাই ১৯৭৭ চনৰ ১৫ অক্টোবৰৰ দিনটোতেই পশ্চিমবংগৰ এখন চিকিৎসালয়ত বিদায় মাগে৷ খুব কম সময়তে জনপ্ৰিয় হৈ পৰা জয়ন্ত হাজৰিকাই তেওঁৰ গীতৰ সুৰ সন্দৰ্ভত কৈছিল, ‘মই সূত্ৰগতভাৱে সুৰ বিচাৰি নুফুৰোঁ৷ সুৰ মই ভালপাওঁ৷ উৎস কি বা ক’ত থাকে সেয়া মই নিজেই নাজানো৷ কাৰণ পৃথিৱীখনেই সুৰৰ তৰংগেৰে ভৰপূৰ৷’ ৩৪ বছৰীয়া চুটি জীৱনকালত জয়ন্ত হাজৰিকাই সৃষ্টি কৰি থৈ যোৱা গান আজিও জনপ্ৰিয়তাৰ শীৰ্ষত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা
অসম

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

October 8, 2026
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
অসম

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

October 8, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
Next Post
নিদ্ৰাহীনতাত ভূগিছে? নিদ্ৰাহীনতাৰ সমস্যা আঁতৰাবলৈ এইকেইটা উপায় গ্ৰহণ কৰিব পাৰে…

নিদ্ৰাহীনতাত ভূগিছে? নিদ্ৰাহীনতাৰ সমস্যা আঁতৰাবলৈ এইকেইটা উপায় গ্ৰহণ কৰিব পাৰে...

মৃত মাতৃৰ গৰ্ভৰ পৰা জন্ম হ’ল সুস্থ-সবল সন্তান, মৃত মাতৃয়ে কেনেকৈ জন্ম দিলে সন্তান, সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

মৃত মাতৃৰ গৰ্ভৰ পৰা জন্ম হ’ল সুস্থ-সবল সন্তান, মৃত মাতৃয়ে কেনেকৈ জন্ম দিলে সন্তান, সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.