• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-পাকিস্তানৰ খেলুৱৈ লগ হ’লে কি কথা পাতে? ক’লে ৰোহিত শৰ্মাই

ভাৰত-পাকিস্তানৰ খেলুৱৈ লগ হ’লে কি কথা পাতে? ক’লে ৰোহিত শৰ্মাই

4 years ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

3 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

3 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

4 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

4 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

5 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

6 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

6 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

7 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

8 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

8 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰত-পাকিস্তানৰ খেলুৱৈ লগ হ’লে কি কথা পাতে? ক’লে ৰোহিত শৰ্মাই

editor by editor
October 15, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ভাৰত-পাকিস্তানৰ খেলুৱৈ লগ হ’লে কি কথা পাতে? ক’লে ৰোহিত শৰ্মাই
0
SHARES
23.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যদিও দুয়ো পৃথক দুয়োখন দেশৰ খেলুৱৈ তথাপিও দুয়োৰে মাজৰ সম্পৰ্ক ভাতৃত্বৰ৷ ৰোহিত শৰ্মা আৰু বাবৰ দুয়ো ভাল বন্ধু৷ বিভিন্ন সময়ত ৰোহিত আৰু বাবৰে এজনে আনজনৰ প্ৰশংসাও কৰে৷ ভাৰত আৰু পাকিস্তান দুয়োখন বৈৰী দেশৰ সম্পৰ্কক লৈ দুয়োৱে দাঙি ধৰা বাখ্যাই এতিয়া সমগ্ৰতে লাভ কৰিছে চৰ্চা৷

দুয়োৱে সংবাদমেলত উল্লেখ কৰা অনুযায়ী, ভাৰত-পাকিস্তানৰ ক্ৰিকেটাৰসকলৰ মাজত এটা ভাল সম্পৰ্ক পূৰ্বৰে পৰাই আছে৷ ভাৰত-পাকিস্তানৰ একোখন খেলক লৈ সৃষ্টি হোৱা উত্তেজনা, চাপ, প্ৰত্যাশাই কেতিয়াও দুয়োপক্ষৰ খেলুৱৈসকলৰ মাজৰ সম্পৰ্কক প্ৰভাৱিত নকৰে। ভাৰতীয় দলৰ ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পন্থা আৰু পাকিস্তানী ক্ৰিকেটাৰ বাবৰ আজম, শ্বাহিন শ্বাহ আফ্ৰিদি আৰু তেওঁলোকৰ প্ৰশিক্ষক মহম্মদ ইউছুফ আৰু চাকলাইন মুস্তাকৰ মাজৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক UAE-ত অনুষ্ঠিত এছিয়া কাপত পৰিস্ফুত হৈছিল৷

টি-২০ বিশ্বকাপৰ অষ্টম সংস্কৰণ আৰম্ভ হোৱাৰ আগতে মেলবৰ্ণত সংবাদমাধ্যমক সম্বোধন কৰিবলৈ ১৬ টা দলৰ অধিনায়কসকল দুটা গোটত একত্ৰিত হৈছিল। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা আৰু পাকিস্তানৰ বাবৰ আজম দ্বিতীয় গ্ৰুপৰ অংশ আছিল য’ত ৱেষ্ট ইণ্ডিজৰ অধিনায়ক নিকোলাছ পুৰাণ, দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমা, বাংলাদেশৰ অধিনায়ক চাকিব আল হাছান, জিম্বাবোৱেৰ অধিনায়ক ক্ৰেগ এৰভাইন আৰু স্কটলেণ্ডৰ অধিনায়ক ৰিচাৰ্ড বেৰিংটনো আছিল।

সংবাদমেলতে ৰোহিত আৰু বাবৰে এজনে আনজনৰ প্ৰশংসাত কয়,‘ ৰোহিত মোতকৈ ডাঙৰ, মই যিমানদুৰ সম্ভৱ হয় সদায়ে তেওঁৰ পৰা শিকিবলৈ চেষ্টা কৰি আহিছো৷’ ৰোহিত সম্পৰ্কে বাবৰে এই মন্তব্য কৰাৰ পিছতেই ৰোহিতেও কয়,‘আমি খেলুৱৈ হিচাপে দুয়োখন দেশক প্ৰতিনিধিত্ব কৰিলেও আমাৰ সম্পৰ্ক ভাতৃসুলভ৷ আপোনালোকে মিছাতেই আমাৰ সম্পৰ্ক বোৰক লৈ প্ৰশ্ন নকৰিব৷ আমি এজনে আনজনক লগ পালেই সোধো খবৰ কেনে, পৰিয়ালত সকলোৰে ভালনে?’ ২২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা টি-২০ বিশ্বকাপৰ চুপাৰ-১২ত ভাৰত-পাকিস্তানৰ মাজত খেলা অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
Next Post
‘মোৰ স্বামী মানুহৰ মাজত আজিও জীয়াই আছে৷’ মৃত্যু তিথিত জয়ন্ত হাজৰিকাক সোঁৱৰি কি ক’লে পত্নী মনিশা হাজৰিকাই…

‘মোৰ স্বামী মানুহৰ মাজত আজিও জীয়াই আছে৷’ মৃত্যু তিথিত জয়ন্ত হাজৰিকাক সোঁৱৰি কি ক’লে পত্নী মনিশা হাজৰিকাই...

নিদ্ৰাহীনতাত ভূগিছে? নিদ্ৰাহীনতাৰ সমস্যা আঁতৰাবলৈ এইকেইটা উপায় গ্ৰহণ কৰিব পাৰে…

নিদ্ৰাহীনতাত ভূগিছে? নিদ্ৰাহীনতাৰ সমস্যা আঁতৰাবলৈ এইকেইটা উপায় গ্ৰহণ কৰিব পাৰে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.