• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

4 years ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

41 minutes ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

1 hour ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

3 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

5 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

19 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

19 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

20 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

21 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

21 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

22 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

editor by editor
November 18, 2022
in অসম, উত্তৰ-পূব, চিনেমা, বিনোদন, ভাৰত, লেখা, সংগীত
0
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এদিন আবেলি ক্ষীণকায় মানুহজনে নিজা গৃহৰ পৰা কাগজ নিয়া মানুহ এজনক নিজৰেই পুৰণি কিতাপ আৰু অলাগতিয়াল কাগজসমূহ বিক্ৰী কৰিব লৈছিল। হঠাতে মানুহজনৰ ঘৰত গৈ ওলাইছিলগৈ এজন সৰু ল’ৰা। ল’ৰাজনে ক্ষীণকায় মানুজনক অনুৰোধ কৰিলে, তেওঁৰ কবিতা ল’ৰাজনক লাগে। ল’ৰাজনে সুৰ দিব বিচাৰে।

ক্ষীণকায় মানুহজনে এবাৰ সুক্ষ্ম দৃষ্টিৰে স্পষ্টবাদী যুৱকজনলৈ চালে। আচৰিতো হ’ল। মানুহজনে বিক্ৰী কৰিবলৈ থোৱা কাগজৰ মাজৰ পৰা কবিতা পুথি এখন উলিয়াই ল’ৰাজনক দিলে।

পাছদিনাই গোটেই কবিতা কেইটাক সুৰ দি পুনৰ মানুহজনৰ ওচৰলৈ আহিল কণমানি ল’ৰাজন। সুৰ দিয়া কবিতাকেইটা সমুখত বহি গাই শুনালে। গীতকেইটি শুনি মানুহজনে আচৰিত হৈ বহুপৰ চাই থাকিল ল’ৰাজনৰ মুখলৈ। এইযে হতবাক হৈ চাই ৰোৱা ক্ষীণকায় মানুহজন তেওঁ আন কোনো নহয়। তেৱেই হীৰেণ ভট্টাচাৰ্য সকলোৰে মৰমৰ হিৰুদা। আৰু কণমানি আত্মবিশ্বাসী লৰাজনেই জুবিন গাৰ্গ।

সেইদিনাই জুবিন গাৰ্গেৰে পৰিচিত হৈছিল হীৰুদা। সুমধুৰ কণ্ঠত গীত হোৱা কবিতাকেইটা শুনি পাহৰি গৈছিল হীৰুদাই সেইকেইটা যে তেৱেই লিখা কবিতা।

জুবিন গাৰ্গে এক সাক্ষাৎকাৰত হীৰুদাৰ কথা ক’বলৈ গৈ কৈছিল, ‘ সেইদিনাই হীৰুদাই এবাৰ মোৰ মূৰত হাত ফুৰাই কৈছিল যে মই এদিন গানৰে বিশ্ব জয় কৰিম।’

সেইয়াই আৰম্ভণি। তাৰ পাছত বহু গীত লিখিছিল হীৰুদাই। লেখাবোৰ আছিল কেৱল সুৱদী কণ্ঠৰ জুবিনৰ বাবেই।

সেউজীয়াৰে আবৃত হ’ব খোজা জুবিনৰ ওপজা দিনত জুবিন গাৰ্গৰ প্ৰিয় লেখকৰ প্ৰসংগক লৈ সামাজিক মাধ্যমতো চৰ্চা চলা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assamzubeen gargzubeen garg birthday
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?
ভাৰত

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

October 4, 2026
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!
বাণিজ্য

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

October 4, 2026
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!
জীৱনশৈলী

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

October 4, 2026
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন
বাণিজ্য

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

October 4, 2026
Next Post
গুজৰাটত মোদী-শ্বাহক নালাগে, এইজন যুৱনেতাই অকলেই ভেটিব কংগ্রেছ-আপক

গুজৰাটত মোদী-শ্বাহক নালাগে, এইজন যুৱনেতাই অকলেই ভেটিব কংগ্রেছ-আপক

এই ৬ গৰাকী ক্ৰিকেটাৰে কেতিয়াও খেলপথাৰত কৰা নাই বিবাদ

এই ৬ গৰাকী ক্ৰিকেটাৰে কেতিয়াও খেলপথাৰত কৰা নাই বিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.