অসম লাইভ২৪ঃ
ছানি লিঅ’নীক বিহুৰে আদৰাক লৈ জুবিন গাৰ্গৰ মন্তব্য
অতিথি আহিলে বিহুৰে আদৰণি নজনাই তৰোৱালেৰে আদৰিব নেকি?
অসম বুলিলেই বাহিৰৰ অতিথিয়ে বিহুকেই জানে
সকলোৰে এটা অতীত থাকে অতীত খুঁচৰি একো লাভ নাই
এতিয়া তেওঁ ভাল কাম কৰি আছে তাৰ শলাগ লওক বুলি মন্তব্যত প্ৰকাশ
অসমীয়া চিনেমাক লৈয়ো জুবিন গাৰ্গৰ মন্তব্য
অসমত অসমীয়া চিনেমাৰ জয় যাত্ৰা অব্যাহত আছে, অব্যাহত থাকিব
জুবিন গাৰ্গৰো নতুন চিনেমা আহি আছে বুলি প্ৰকাশ
দীঘলীপুখুৰী বিক্ৰীৰ প্ৰসংগতো জুবিন গাৰ্গৰ মন্তব্য
অসমৰ সম্পদ অসমৰ হাতত থাকিলে ভাল হয় বুলি মন্তব্যত প্ৰকাশ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ