• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি নিখুঁত কৌশলেৰে শীতল মস্তিষ্কৰে হত্যা সুশান্তক!

অতি নিখুঁত কৌশলেৰে শীতল মস্তিষ্কৰে হত্যা সুশান্তক!

6 years ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

55 minutes ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

1 hour ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

3 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

3 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

4 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

5 hours ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

5 hours ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

6 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

8 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

8 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

9 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অতি নিখুঁত কৌশলেৰে শীতল মস্তিষ্কৰে হত্যা সুশান্তক!

ডাউদ ইব্ৰাহিম জড়িত সুশান্তৰ মৃত্যুত

editor by editor
July 11, 2020
in চিনেমা, ভাৰত
0
অতি নিখুঁত কৌশলেৰে শীতল মস্তিষ্কৰে হত্যা সুশান্তক!
41
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১৪ জুন। আত্মহত্যা কৰিছিল বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতে। কি কাৰণে আত্মহত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্ত অব্যাহত আছে। বহুতে কৈছে সুশান্তক পৰিকল্পনা কৰি হত্যা কৰা হৈছে। মৃত্যুৰ ৩ সপ্তাহ পাৰ হৈ গ’ল যদিও এতিয়াও অনুৰাগীয়ে পাহৰিব পৰা নাই সুশান্তক। সুশান্তৰ মৃত্যুৰ তদন্তৰ বাবে সুশান্তৰ বান্ধৱী ৰিয়া চক্ৰৱৰ্তীকে ধৰি ২৭ জনক সোধা-পোছা কৰিছে বান্দ্ৰা পুলিচে। সুশান্তৰ শেষ ছবি ‘দিল বেচাৰা’ত সুশান্তৰ সৈতে অভিনয় কৰা সঞ্জনা সাংঘীক জেৰা কৰিছে পুলিচে। পৰিচালক সঞ্জয় লীলা ভান্সালীকো জেৰা কৰিছে বান্দ্ৰা পুলিচে। এনে সময়ত এক চাঞ্চল্যকৰ দাবী কৰিছে RAWৰ প্ৰাক্তন অফিচাৰ এন কে ছুডে। তেওঁৰ দাবী- অতি নিখুঁত কৌশলেৰে শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল সুশান্তক। সুশান্তক হত্যা কৰিছে গেংষ্টাৰ ডাউদ ইব্ৰাহিমে। ইব্ৰাহিম বৰ্তমান মুম্বাইত নাথাকিলেও ডাউদৰ ৰাজত্ব এতিয়াও মুম্বাইত চলি আছে। বাহুবল-ধনবলেৰে এতিয়াও ডাউদে মুম্বাইৰ অপৰাধ জগতখন নিয়ন্ত্ৰণ কৰি আছে। বিগত কেইমাহমান পূৰ্বে সুশান্তক মৃত্যুৰ ভাবুকি দিয়া হৈছিল। যাৰ বাবে সুশান্তে ৫০ বাৰ পৰ্যন্ত ছিম কাৰ্ড সলনি কৰিছিল। কোনোৱে হত্যা কৰাৰ আশংকাত সুশান্তে গাড়ীতে শুইছিল বুলি দাবী কৰিছে অফিচাৰগৰাকীয়ে। সুশান্তৰ মৃত্যুৰ আগদিনা চিচিটিভি কেমেৰা বন্ধ কৰি থোৱা হৈছিল, ডুপ্লিকেট চাবি হেৰুওৱাৰ দৰে অনেক তথ্য প্ৰমাণ আছে। আৰু ইয়াৰ দ্বাৰাই ক’ব পাৰি যে কোনোৱে অতি শীতল মস্তিষ্কৰে সুশান্তক হত্যা কৰিছে। এয়া RAWৰ প্ৰাক্তন বিষয়াগৰাকীৰ দাবী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24sushant sing rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া
ভাৰত

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

August 6, 2026
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND
বিনোদন

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

August 5, 2026
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?
বিনোদন

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

August 5, 2026
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল
বিনোদন

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

August 5, 2026
Next Post
লখিমপুৰৰ এগৰাকী মেধাৱী ছাত্ৰীৰ পৰিয়ালে বিচাৰিছে সহায়ৰ হাত

লখিমপুৰৰ এগৰাকী মেধাৱী ছাত্ৰীৰ পৰিয়ালে বিচাৰিছে সহায়ৰ হাত

কেমেৰাৰ সন্মুখত বাগৰিল ট্ৰাক। বিজয় নগৰৰ উপৰহালিত ঘাইপথৰ দুৰৱস্থা।

কেমেৰাৰ সন্মুখত বাগৰিল ট্ৰাক। বিজয় নগৰৰ উপৰহালিত ঘাইপথৰ দুৰৱস্থা।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.