• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অযোধ্যাৰ মছজিদৰ নক্সা মুকলি

অযোধ্যাৰ মছজিদৰ নক্সা মুকলি

5 years ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

2 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

2 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

3 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

4 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

5 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

18 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

18 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

19 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

19 hours ago
বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

বাতৰি কাকতত মেৰিয়াই নাৰাখিব গৰম বস্তু, ভয়ংকৰ সমস্যাত পৰিব আপুনি!

20 hours ago
কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

কাপোৰত ঘামৰ দাগ? এই সহজ উপায়েৰে আঁতৰাওক দাগ

21 hours ago
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অযোধ্যাৰ মছজিদৰ নক্সা মুকলি

কেনেকুৱা হ’ব অযোধ্যাৰ মছজিদ?

editor by editor
December 20, 2020
in ভাৰত
0
অযোধ্যাৰ মছজিদৰ নক্সা মুকলি
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাম মন্দিৰৰ সমান্তৰালকৈ অযোধ্যাত মছজিদ নিৰ্মাণৰ ব্যাপক প্ৰস্তুতি চলিছে। অযোধ্যাত নিৰ্মাণ হ’ব লগা মছজিদৰ আৰ্হি ইতিমধ্যে প্ৰস্তুত হৈছে। কেনেকুৱা হ’ব নিৰ্মাণ হ’বলগা মছজিদটি? হিন্দু ইছলামিক কালছাৰেল ফাউণ্ডেশ্যনে মুকলি কৰিছে এই আৰ্হি। ডিম্বাকৃতিৰ হ’ব অযোধ্যাত নিৰ্মাণ হ’ব লগা মছজিদটি।এই ডিম্বাকৃতিৰ মছজিদত নাথাকে গম্বুজ। মছজিদ পৰিসৰত থাকিব সংগ্ৰহালয়, চিকিৎসালয়, পুঁথিভড়াল, ৰাজহুৱা ৰন্ধন গৃহ ইত্যাদি। অযোধ্যাৰ ধননিপুৰত নিৰ্মাণ হ’ব লগা মছিজদটি দুবছৰৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। কেতিয়া আৰম্ভ হ’ব  নিৰ্মাণকাৰ্য? মছজিদ নিৰ্মাণৰ নক্সা গৃহীত হোৱাৰ পাছত আৰু মাটি পৰীক্ষণ সম্পন্ন হোৱাৰ পিছতে মছজিদ নিৰ্মাণৰ দিন স্থিৰ কৰিব নিৰ্মাণ সমিতিয়ে। মছজিদৰ আধাৰশিলা স্থাপন সন্দৰ্ভত শনিবাৰে ইণ্ডো ইছলামিক কালছাৰেল ফাউণ্ডেশ্যনৰ বৈঠকত আলোচনা হয়। কোনে আধাৰশিলা স্থাপন কৰিব সেই বিষয়েও আলোচনা হৈছিল। কিন্তু কোনো ঘোষণা কৰা নাই ফাউণ্ডেশ্যনে। অৱশ্যে এই কথা ঠিক যে অযোধ্যাত নিৰ্মাণ হ’ব লগা মছজিদৰ যি নক্সা মুকলি কৰিছে ইয়াৰ পৰা অনুমান কৰিব পাৰি দেশবাসীৰ চকু থৰ হোৱা আন এক স্থাপত্যৰে চহকী হ’ব অযোধ্যা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ajyodha Masjidasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?
ভাৰত

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

June 13, 2026 - Updated on June 14, 2026
কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো
বিনোদন

কিশোৰ কুমাৰে ২১ বাৰকৈ কণ্ঠ সলনি কৰা সেই বিশেষ গীতটো

June 13, 2026
ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ
ভাৰত

ভাৰতে হাতে নামৰি ভাতে মাৰিছে পাকিস্তানক, এটুপি পানীৰ বাবে পাকিস্তানত হাহাকাৰ

June 13, 2026
ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!
জীৱনশৈলী

ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যা আছে নেকি? এই ৰাশিৰ লোকৰ বাবে আহি আছে সু-খবৰ!

June 13, 2026
Next Post
কবিগুৰু ৰবীন্দ্ৰনাথতকৈয়ো ওপৰত অমিত শ্বাহ

কবিগুৰু ৰবীন্দ্ৰনাথতকৈয়ো ওপৰত অমিত শ্বাহ

অযোধ্যাত মছজিদৰ নক্সা সাজু

অযোধ্যাত মছজিদৰ নক্সা সাজু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.