• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কবিগুৰু ৰবীন্দ্ৰনাথতকৈয়ো ওপৰত অমিত শ্বাহ

কবিগুৰু ৰবীন্দ্ৰনাথতকৈয়ো ওপৰত অমিত শ্বাহ

6 years ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

41 minutes ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

1 hour ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

2 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

2 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

2 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

3 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

5 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

5 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

6 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

7 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

8 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কবিগুৰু ৰবীন্দ্ৰনাথতকৈয়ো ওপৰত অমিত শ্বাহ

editor by editor
December 20, 2020
in ভাৰত
0
কবিগুৰু ৰবীন্দ্ৰনাথতকৈয়ো ওপৰত অমিত শ্বাহ
0
SHARES
480
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কবিগুৰু ৰবীন্দ্ৰনাথতকৈয়ো ওপৰত অমিত শ্বাহ। পশ্চিমবংগ ভ্ৰমণৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সোমাই পৰিছে বিতৰ্কত। এখন পোষ্টাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ। বিশ্ব ভাৰতী বিশ্ববিদ্যালয় চৌহদত বিজেপি সমৰ্থকে লগাইছিল পোষ্টাৰখন। পোষ্টাৰখনত দেখা গৈছে একেবাৰে ওপৰত অমিত শ্বাহৰ ফটো। তাৰ ঠিক তলতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এক স্কেচ। কবিগুৰু স্কেচৰ ওপৰত অমিত শ্বাহৰ ফটো লগোৱাত বিজেপিক তীব্ৰ সমালোচনা কৰিছে তৃণমূল কংগ্ৰেছে। পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী তথা টি এম চিৰ নেতা সুব্ৰত মুখাৰ্জীয়ে বিজেপি আৰু অমিত শ্বাহে ৰবীন্দ্ৰনাথ ঠাকুৰক অপমান কৰা বুলি মন্তব্য কৰিছে। তেওঁ আৰু এঢাপ আগুৱাই কয়- বিজেপি আৰু অমিত শ্বাহে বাঙালি সংস্কৃতি সন্দৰ্ভত একো নাজানে। উল্লেখ্য আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মভূমি বীৰভূমিত উপস্থিত হৈ শান্তি নিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে কবিগুৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amit-shahasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী
বিবিধ

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

July 10, 2026
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
Next Post
অযোধ্যাত মছজিদৰ নক্সা সাজু

অযোধ্যাত মছজিদৰ নক্সা সাজু

ভাতৰ পাতৰ ৰাজনীতি

ভাতৰ পাতৰ ৰাজনীতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.