মনোৰঞ্জন জগতৰ পৰা আহিছে এক ডাঙৰ খবৰ। বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন দ্বিতীয় বাৰৰ বাবে মাতৃ হোৱাৰ সুখ লাভ কৰিছে। ল’ৰা নে ছোৱালী জানিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীসকলে। ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনৰ জীৱনত লক্ষ্মীৰ আগমণ ঘটিছে। দুয়োৱে এগৰাকী কন্যা সন্তানক আদৰণি জনাইছে।
দীপিকাই নিজৰ ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে এই সুখৰ খবৰটো শ্বেয়াৰ কৰে। অভিনেত্ৰীগৰাকীয়ে এটা সৰু ভৰিৰ ছাপৰ ছবি শ্বেয়াৰ কৰি কেপচন দিয়ে, “ৱেলকাম বেবী গাৰ্ল”। দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ২০২৪ চনত প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃত্ব লাভ কৰে। তেওঁলোকৰ প্ৰথম সন্তান কন্যা দুয়া পোহৰলৈ আহে। আজি ১৯ ছেপ্টেম্বৰ শনিবাৰে তেওঁলোকে দ্বিতীয় কন্যা সন্তানক আদৰণি জনায়।
অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে দুৱাৰ ভগ্নীক চাবলৈ। কিন্তু ডাঙৰ ভনীয়েক দুয়াও আগ্ৰহেৰে বায়েকলৈ অপেক্ষা কৰি আছে। অনুৰাগীয়ে দম্পতীক শুভেচ্ছাৰে উপচাই পেলাইছে।
কালি ১৮ ছেপ্টেম্বৰত দ্বিতীয় সন্তানৰ আগমনৰ পূৰ্বে ভগৱান গণেশৰ পৰা আশীৰ্বাদ বিচাৰি দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক সিদ্ধিবিনায়ক মন্দিৰলৈ যোৱা দেখা গৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















