• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

1 month ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

9 minutes ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

32 minutes ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

1 hour ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

2 hours ago
শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

2 hours ago
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

4 hours ago
মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

5 hours ago
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

6 hours ago
পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

6 hours ago
ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

7 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

8 hours ago
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

ইয়াৰ পূৰ্বেও ভাৰতীয় কৃষাণ সংঘ, অসম আৰু সেউজী বসুন্ধৰা বহুমুখী সমবায় সমিতিৰ যৌথ প্ৰচেষ্টাত ছখন বিদ্যালয়ৰ ৩৫০গৰাকী বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ ইউনিফৰ্ম বিতৰণ কৰা হৈছিল।

editor by editor
September 19, 2026
in অসম, বিবিধ, লেখা
0
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ
0
SHARES
28
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি জুবিন দিৱসৰ তৃতীয়টো দিন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি দিৱস উপলক্ষে তেওঁৰ মানৱদৰদী আদৰ্শক সাৰোগত কৰি ‘সেউজী বসুন্ধৰা বহুমুখী সমবায় সমিতি লিমিটেড’, শিৱসাগৰে এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰে। আজি শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, আখৈফুটিয়াত উপস্থিত হৈ বানপীড়িত ২৩৭গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিদ্যালয়ৰ ইউনিফৰ্ম আৰু বহী বিতৰণ কৰে।

Sreemanta Sankardev Cultural Society, Bangalore আৰু ভাৰতীয় কৃষাণ সংঘ, অসমৰ উদ্যোগত তথা সেউজী বসুন্ধৰা বহুমুখী সমবায় সমিতি লিমিটেড, শিৱসাগৰৰ সহযোগত এই সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উক্ত অনুষ্ঠানত সমবায় সমিতিৰ সভাপতি শ্ৰীপৰেশ হাজৰিকাৰ লগতে সমিতিৰ সদস্যসকল উপস্থিত থাকে। সমিতিৰ জ্যেষ্ঠ সদস্য তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী সৰল চেতিয়াই বক্তব্য প্ৰদান কৰি জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সমবায় সমিতিখনে গ্ৰহণ কৰি অহা বিভিন্ন সেৱামূলক কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে। আনহাতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী পিকুমণি বৰাই বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ সহায়াৰ্থে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে সমবায় সমিতি আৰু সহযোগী সংগঠনসমূহৰ শলাগ লয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ভাৰতীয় কৃষাণ সংঘ, অসম আৰু সেউজী বসুন্ধৰা বহুমুখী সমবায় সমিতিৰ যৌথ প্ৰচেষ্টাত ছখন বিদ্যালয়ৰ ৩৫০গৰাকী বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ ইউনিফৰ্ম বিতৰণ কৰা হৈছিল। ইয়াৰ উপৰি বেতবাৰী, নিমাইজান, ভাধৰা, পানবেচা আদি অঞ্চলৰ প্ৰায় ৫০০গৰাকী কৃষকৰ মাজত কঠিয়া আৰু পশুখাদ্য সাহায্য হিচাপে যোগান ধৰা হৈছিল।

জুবিন গাৰ্গৰ স্মৃতিক কেৱল শ্ৰদ্ধাঞ্জলিৰ মাজতে সীমাবদ্ধ নাৰাখি তেওঁৰ মানৱদৰদী আদৰ্শক কৰ্মৰ মাজেৰে জীয়াই ৰখাৰ উদ্দেশ্যেৰে সমবায় সমিতিখনে এই পদক্ষেপ গ্ৰহণ কৰে। বানপীড়িত শিশুসকলৰ শিক্ষাৰ প্ৰতি উৎসাহ বৃদ্ধি আৰু বিপদৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়াই এই কাৰ্যসূচীৰ মূল লক্ষ্য বুলি সমিতিৰ তৰফৰ পৰা প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী
অসম

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

October 31, 2026
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?
নিয়োগ

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

October 31, 2026
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?
জীৱনশৈলী

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

October 31, 2026
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

October 31, 2026
Next Post
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

'আজি ৰাজ্যিক বন্ধ হ'ব লাগিছিল!', জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.