• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

3 weeks ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

39 minutes ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

1 hour ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

6 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

6 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

7 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

8 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

9 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

9 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

11 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

11 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

যদি E-KYC কৰা নাই, তেন্তে সাৱধান হওক আপুনি!

editor by editor
September 19, 2026
in বাণিজ্য, বিবিধ, লেখা
0
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্গা পূজাৰ পূৰ্বে ডাঙৰ খবৰ। যদি আপোনাৰ E-KYC নাই, তেন্তে বন্ধ হ’ব পাৰে আপোনাৰ গেছ বুকিং। কেন্দ্ৰীয় মন্ত্ৰীয়ে দিছে ডাঙৰ নিৰ্দেশ।

ৰাজসাহায্য লওক বা নলওক কেৱাইচি সম্পূৰ্ণ কৰিব লাগিব। এই নিৰ্দেশনা গেছ ব্যৱসায়ীসকলক দিয়া হৈছে। এই KYC খুব কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। এতিয়ালৈকে আগতে ৰাজসাহায্য লোৱাসকলেহে এই কে ৱাই চি পূৰণ কৰিব লাগিছিল।

কিন্তু এতিয়া ৰাজসাহায্য লওক বা নলওক কেৱাইচি পূৰণ কৰিব লাগিব। এই নিৰ্দেশনা গেছ ব্যৱসায়ীসকলক দিয়া হৈছে। এই KYC খুব কম সময়ৰ ভিতৰত ভৰাই দিব লাগিব। এতিয়ালৈকে আগতে ৰাজসাহায্য লোৱাসকলেহে এই কে ৱাই চি পূৰণ কৰিব লাগিছিল।

ৰন্ধন গেছৰ বাবে ই-কেৱাইচি বা ‘বায়’মেট্ৰিক আধাৰ প্ৰমাণীকৰণ’ (বিএএ)ৰ সময়সীমা ১৪ ছেপ্টেম্বৰত নিৰ্ধাৰণ কৰা হৈছিল। বিতৰক কাৰ্যালয়ত দীঘলীয়া শাৰী বা চাৰ্ভাৰ ডাউনৰ দৰে সমস্যা উত্থাপন কৰা হৈছিল। কিন্তু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে সেই চিন্তাৰ কথা শুনিবলৈ অনিচ্ছুক।

কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে দেশৰ তেল বিপণন কোম্পানীলৈ প্ৰেৰণ কৰিছে এক কঠোৰ পত্ৰ। বায়’মেট্ৰিক আধাৰ প্ৰমাণীকৰণ নকৰিলে যিকোনো গ্ৰাহকৰ গেছ চিলিণ্ডাৰ বুকিং একাউণ্ট ব্লক কৰিব লাগিব। অৰ্থাৎ ৰিফিল বুকিং বন্ধ হৈ যাব। লগতে গ্ৰাহকে আধাৰ প্ৰমাণীকৰণ কৰি দিলে ব্লকটো আঁতৰাই পেলাবলৈও কোম্পানীসমূহক নিৰ্দেশ দিয়া হৈছে।

মন্ত্ৰালয়ে জনাইছে যে, সমগ্ৰ দেশৰ প্ৰায় ৩.১৬ কোটি গ্ৰাহকে এতিয়াও তেওঁলোকৰ ‘বিএএ’ কৰিব পৰা নাই। ফলত সকলো অ’এমচিয়ে পত্ৰ প্ৰেৰণ কৰাৰ ১৫ দিনৰ ভিতৰত সংশ্লিষ্ট কোম্পানীসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰি মন্ত্ৰালয়ক বিতং ব্যৱস্থা গ্ৰহণ কৰা প্ৰতিবেদন প্ৰদান কৰিব লাগিব। ইমান কম সময়ৰ ভিতৰতে ইমান বৃহৎ সংখ্যক গ্ৰাহকৰ বাবে ই-কেৱাইচি কিমান সম্ভৱ হ’ব সেয়া সন্দেহৰ সৃষ্টি হৈছে। অৱশ্যে মন্ত্ৰালয়ে আৰু কোনো অজুহাত শুনিবলৈ ইচ্ছুক নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

October 10, 2026
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন
জীৱনশৈলী

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

October 10, 2026
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 9, 2026
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
Next Post
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: 'পুৰুষৰো হওক মাহেকীয়া ...', শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.