আদালতে কিয় নাকচ কৰিলে অখিল গগৈৰ জামিন আৱেদন? ১৮ পৃষ্ঠাজোৰা আদালতৰ নিৰ্দেশ। অখিলৰ অধিবক্তাৰ যুক্তি কি আছিল? ‘নিয়া’ৰ অধিবক্তাই কি যুক্তি দিছিল আদালতত? অনুচ্ছেদ 51A সম্পৰ্কে আদালতে কি ক’লে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















