• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

1 month ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

3 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

4 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

4 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

5 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

6 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

6 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

7 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

8 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

9 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

10 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

10 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

editor by editor
April 10, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ
0
SHARES
49
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বছৰৰ অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচনৰ তাৰিখ ঘোষণা কৰা হৈছে৷ তীৰ্থযাত্ৰীসকলে ১৫ এপ্ৰিলৰ পৰা অমৰনাথ যাত্ৰাৰ বাবে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব৷ শ্ৰী অমৰনাথ শ্ৰাইন বৰ্ডৰ তথ্য অনুসৰি তীৰ্থযাত্ৰীয়ে দেশজুৰি ৫৫৪ টা নিৰ্ধাৰিত বেংক শাখাৰ মাধ্যমেৰে ৰেজিষ্ট্ৰেচন কৰিব পাৰে৷ ইয়াৰ ভিত্তিতেই ভ্ৰমণ পাৰমিট জাৰি কৰা হব৷ প্ৰতিবছৰে লাখ লাখ ভক্তই বাবা বৰফানিক প্ৰণাম কৰিবলৈ অমৰনাথ যাত্ৰা কৰে৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে এই পবিত্ৰ অমৰনাথ গুহা দৰ্শন কৰিব পাৰে৷ চৰকাৰে অমৰনাথ যাত্ৰাৰ প্ৰতিটো পথত কঠোৰ নিৰাপত্তা নিশ্চিত কৰে৷ যাতে কোনো তীৰ্থযাত্ৰীয়ে কোনো সমস্যা বা দুৰ্ঘটনাৰ সন্মুখীন নহয়৷ ভক্তসকলে সমস্ত সুৰক্ষা বিধি মানি চলাৰ বাবে উৎসাহিত কৰা হয়৷

এই তীৰ্থযাত্ৰাৰ অনুষ্ঠানিক তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হব৷ ভক্তসকলে সময়মতে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পৰামৰ্শ দিয়া হৈছে৷ ৰেজিষ্ট্ৰেচন আগতে হ’লে যাত্ৰাও আগত হব আপোনাৰ৷ নিৰ্ধাৰিত বেংক শাখাসমূহৰ মাধ্যমেৰে ১৫ এপ্ৰিলৰ পৰা অমৰনাথ যাত্ৰা ২০২৬ৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হব৷ পহেলগাওঁ আৰু বালতাল উভয় পথৰ বাবেই ৰেজিষ্ট্ৰেচন খোলা থাকিব৷ ১৩ বছৰৰ কম আৰু ৭০ বছৰৰ বেছি বয়সীয়াসকলে এই তীৰ্থযাত্ৰাৰ অংশগ্ৰহণৰ অনুমতি দিয়া নহ’ব৷

বোৰ্ড কৰ্মকৰ্তাসকলে জনাইছে যে এই বছৰ আধাৰ ভিত্তিক বায়োমেট্ৰিক, ই কেৱাইছি চেক কৰাৰ পাছত এন আই চি পৰ্টেল ভিত্তিক এক চিষ্টেমৰ মাধ্যমেৰে ভ্ৰমণ অনুমতিপত্ৰ ইছ্যু কৰা হব৷ প্ৰযুক্তিগত ত্ৰুটি দেখা দিলে বেংক শাখা মেনুৱেলি ছবি আৰু তথ্য এন্ট্ৰিৰ মাধ্যমেৰে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব৷ কৰ্মকৰ্তাসকলে জনাইছে যে আগ্ৰহী ব্যক্তিয়ে দেশজুৰি ৫৫৪ টা বেংক শাখাৰ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব৷ ইয়াৰ বাবে আধাৰ কাৰ্ড আৰু স্বাস্থ্য শংসাপত্ৰ প্ৰয়োজন হব৷ এইবাৰ চৰকাৰে যাত্ৰীসকলক আৰামদায়ক যাত্ৰা নিশ্চিত কৰিবলৈ আৰু উন্নত সুবিধা প্ৰদান কৰিব৷ নিৰাপত্তাৰ বিষয়টোও বিবেচনাত ৰখা হব৷

অমৰনাথ যাত্ৰা ভাৰতৰ অন্যতম পবিত্ৰ তীৰ্থযাত্ৰা, যিয়ে ভক্তসকলক জম্মু আৰু কাশ্মীৰৰ পবিত্ৰ অমৰনাথ গুহালৈ লৈ যায়৷ প্ৰতিবছৰে সমগ্ৰ দেশৰ পৰা হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে এই আধ্যাত্মিক যাত্ৰাত অংশগ্ৰহণ কৰে৷ ২০২৬ চনৰ অমৰনাথ যাত্ৰাত অংশগ্ৰহণৰ বাবে পূৰ্ব-ৰেজিষ্ট্ৰেচন বাধ্যতামূলক৷ এই বছৰ আনুষ্ঠানিকভাৱে ৰেজিষ্ট্ৰেচন আৰম্ভ হৈছে আৰু অনুমোদিত বেংক আৰু শ্ৰী অমৰনাথজি শ্ৰাইন বৰ্ডৰ ৱেবচাইটৰ মাধ্যমেৰে অনলাইন আৰু অফলাইন উভয়ভাৱেই সেয়া কৰা হব৷ এইবাৰো সীমিত সংখ্যক তীৰ্থযাত্ৰীক অৰ্থাৎ প্ৰতিদিনে প্ৰায় ১৫০০০ জনক যাত্ৰা কৰিবলৈ অনুমতি দিয়া হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত
অসম

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

May 23, 2026
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?
বিনোদন

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

May 23, 2026
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?
প্ৰযুক্তি

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

May 23, 2026
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

May 23, 2026
Next Post
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই...’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.