• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আনুষ্ঠানিকভাৱে মুকলি হ’ল AIIMS, এইমছৰ আৰম্ভণিয়ে অসমবাসীক দিছে এইকেইটা ভালখবৰ…

আনুষ্ঠানিকভাৱে মুকলি হ’ল AIIMS, এইমছৰ আৰম্ভণিয়ে অসমবাসীক দিছে এইকেইটা ভালখবৰ…

3 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

6 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

6 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

6 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

7 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

7 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

8 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

10 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

10 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

11 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

12 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

13 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আনুষ্ঠানিকভাৱে মুকলি হ’ল AIIMS, এইমছৰ আৰম্ভণিয়ে অসমবাসীক দিছে এইকেইটা ভালখবৰ…

editor by editor
April 14, 2023
in অসম, বিবিধ, স্বাস্থ্য
0
আনুষ্ঠানিকভাৱে মুকলি হ’ল AIIMS, এইমছৰ আৰম্ভণিয়ে অসমবাসীক দিছে এইকেইটা ভালখবৰ…
0
SHARES
434
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমত আনুষ্ঠানিকভাৱে মুকলি হ’ল AIIMS। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে AIIMS। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,‘অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। এই ব’হাগ বিহুৰ আৰম্ভণিৰ দিনা আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পাইছো। মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো। অসমত এইমছ হ’ব, এয়া আমাৰ বাবে সপোন আছিল। ৭৫০ বিচনাযুক্ত এইমছ আজি আমাৰ বাবে বাস্তৱত ৰূপায়িত হ’ল।’

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয়,‘প্ৰতিখন জিলাতে এখন চিকিৎসালয় আমাৰ এক পণ আছিল। সেয়া বাস্তৱত ৰূপায়িত কৰিবলৈ গৈ আছো। আজি ১১, ১২ আৰু ১৩ নম্বৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন হ’ব। অসমত ২৪ খন মেডিকেল কলেজ স্থাপন কৰাই আমাৰ লক্ষ্য। দীনদয়াল উপাধ্যায়ৰ সপোন নৰেন্দ্ৰ মোদীয়ে বাস্তৱত ৰূপায়ন কৰিছে।’

প্ৰতিগৰাকী ৰেচন কাৰ্ডৰগৰাকীয়ে প্ৰতি বছৰে ৫ লাখ টকালৈ আয়ুস্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা সুবিধা পাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয়, ‘নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ–পূবত নতুন দিগন্তৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাত আমাৰ ৰাজ্য দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যসমূহৰ মাজৰ এখন হ’ব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে বুটাম টিপি আনুষ্ঠানিকভাৱে মুকলি কৰে কোকৰাঝাৰ, নলবাৰী আৰু নগাঁও মেডিকেল কলেজো।’ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুটাম টিপি Assam Advanced Health care Innovation instituteৰ আধাৰশিলা স্থাপন কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাষণত কয়, ‘ভাৰতবৰ্ষত এতিয়া এইমছৰ সংখ্যা ২৩ খনলৈ বৃদ্ধি হ’ল। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত অসমৰ ১ কোটি ১০ লাখ লোকে প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত কাৰ্ড পাব। এই কাৰ্ডৰ জৰিয়তে প্ৰতিগৰাকী লোকে বছৰত পাঁচ লাখ টকালৈ বিনামূলীয়া চিকিৎসা পাব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
Next Post
লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আজি গৰু বিহু, গৰু বিহুৰ সৈতে সংগতি থকা এইকেইটা পৰম্পৰাৰ বিষয়ে জানেনে?

লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আজি গৰু বিহু, গৰু বিহুৰ সৈতে সংগতি থকা এইকেইটা পৰম্পৰাৰ বিষয়ে জানেনে?

বিহাৰবাসীক বিহুৰ ওলগ জনাই ক্ষমা খুজিলে অভিনেত্ৰী হেমা মালিনীয়ে…

বিহাৰবাসীক বিহুৰ ওলগ জনাই ক্ষমা খুজিলে অভিনেত্ৰী হেমা মালিনীয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.