সোণাপুৰৰ ইক’ ছেনজিটিভ জ’নত অবাধ পাহাৰ খনন। মহানগৰীৰ সমীপৱর্তী সোণাপুৰৰ আমচাং অভয়াৰণ্যত খনন । অবাধ খনন ‘অসম ডন বস্ক’ ইউনিভাৰচিটি’ৰ। প্ৰায় ৩০ বিঘা ভূমিত পাহাৰৰ টিলা কাটি তহিলং।