• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আশা কৰামতেই তদন্ত আৰম্ভ কৰিছে CBIৰ দলে! জখলাবন্ধালৈ ৰাওনা IPS বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটো

3 years ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

3 minutes ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

28 minutes ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

49 minutes ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

2 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

3 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

4 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

5 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

7 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আশা কৰামতেই তদন্ত আৰম্ভ কৰিছে CBIৰ দলে! জখলাবন্ধালৈ ৰাওনা IPS বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটো

editor by editor
June 15, 2023
in অসম, জীৱনশৈলী
0
আশা কৰামতেই তদন্ত আৰম্ভ কৰিছে CBIৰ দলে! জখলাবন্ধালৈ ৰাওনা IPS বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটো
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰম্ভ হ’ল জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছতেই কালি নিশা গুৱাহাটীত উপস্থিত হয় CBIৰ দল। আই পি এছ বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটোৱে কালি নিশা গুৱাহাটী চিবিআই কাৰ্যালয়ত বাহৰ পাতে। আজি পুৱা দলটোৱে জখলাবন্ধালৈ ৰাওনা হৈছে। চিবিআইৰ দুগৰাকী পৰিদৰ্শকৰ নেতৃত্বত গৈছে দলটো।

জখলাবন্ধালৈ গৈ জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব চিবিআইৰ দলটোৱে। তাত যাৱতীয় তদন্তৰ পিছত পুনৰ বিয়লি গুৱাহাটীলৈ ঘূৰি আহিব চিবিআইৰ দলটো। বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে CBIৰ দলটো আহি কাৰ্যভাৰ চম্ভালি লোৱাৰ কথা প্ৰকাশ কৰিছিল। সেই অনুসৰিয়ে আজিৰে পৰা চিবিআইৰ দলে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ যাৱতীয় কাম–কাজ আৰম্ভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে
জীৱনশৈলী

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?
খাদ্য

Next Post
মন্ত্ৰীয়েই সুৰক্ষিত নহয় মণিপুৰত! মণিপুৰৰ একমাত্ৰ মহিলা মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ, তদন্ত আৰম্ভ সেনাৰ

দ্বিতীয়বাৰ UPSC দিয়েই নৱম ৰেংক! মাত্ৰ ২৩ বছৰ বয়সতেই IAS অফিচাৰ, কণিকাৰ সাফল্যৰ ৰহস্য কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন