<p style="text-align: left;">উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত নাক কটা গ’ল চৰকাৰৰ। বন বিভাগৰ বিষয়া, মন্ত্ৰীয়ে মেপ চাব নজনাৰ পৰিণতিত আমছাঙৰ জনশিমলুত ননকে গাঁৱত উচ্ছেদ। ননকে গাঁৱত বিদ্যুৎ সংযোগৰ নিৰ্দেশ ন্যায়ালয়ৰ।</p>