• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ কুকুৰৰ বাবেও আধাৰকাৰ্ড! ডিঙিত থকা আধাৰকাৰ্ড স্কেন কৰিলেই যাৱতীয় তথ্য পোৱা যাব একোটা কুকুৰৰ

এইবাৰ কুকুৰৰ বাবেও আধাৰকাৰ্ড! ডিঙিত থকা আধাৰকাৰ্ড স্কেন কৰিলেই যাৱতীয় তথ্য পোৱা যাব একোটা কুকুৰৰ

3 years ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

18 minutes ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

1 hour ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

2 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

3 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

3 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

4 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

4 hours ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

5 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

5 hours ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

5 hours ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ কুকুৰৰ বাবেও আধাৰকাৰ্ড! ডিঙিত থকা আধাৰকাৰ্ড স্কেন কৰিলেই যাৱতীয় তথ্য পোৱা যাব একোটা কুকুৰৰ

editor by editor
July 19, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এইবাৰ কুকুৰৰ বাবেও আধাৰকাৰ্ড! ডিঙিত থকা আধাৰকাৰ্ড স্কেন কৰিলেই যাৱতীয় তথ্য পোৱা যাব একোটা কুকুৰৰ
0
SHARES
730
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কুকুৰেও পালে এইবাৰ স্থায়ী পৰিচয় পত্ৰ।
কুকুৰটো কোন দেশৰ কোন ৰাজ্যৰ সকলো তথ্য এতিয়া কেন্দ্ৰৰ হাতত থাকিব।
কুকুৰৰ বাবেও দেশত কৰা হৈছে আধাৰকাৰ্ডৰ ব্যৱস্থা।
মুম্বাই বিমানবন্দৰৰ বাহিৰত থকা সকলো কুকুৰকেই প্ৰদান কৰা হৈছে আধাৰ কাৰ্ড।
কুকুৰসমূহৰ ডিঙিত বান্ধি দিয়া হৈছে আধাৰকাৰ্ড।
ডিঙিত বান্ধি দিয়া কাৰ্ডতেই আছে বিশেষ স্কেনাৰ, কেই স্কেনাৰত স্কেন কৰিলেই কুকুৰটোৰ যাৱতীয় তথ্য পোৱা যাব।
মুম্বাইৰ পৌৰসভাৰ তৰফৰ পৰা পথত থকা কুকুৰসমূহক এই বিশেষ আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে।
কোনো এটা কুকুৰ যদি হেৰাই যায় তেন্তে সহজে বিচাৰি পাবৰ বাবেই লোৱা হৈছে এই সিদ্ধান্ত।
প্ৰাথমিকভাৱে ছত্ৰপতি শিৱাজী মহাৰাজ আন্তৰ্জাতিক বিমানবন্দৰৰ ১ নম্বৰ টাৰ্মিনেলৰ বাহিৰত ২০টা কুকুৰক প্ৰথমে দিয়া হৈছে পৰিচয়পত্ৰ।
ডিঙিত বেল্টৰ জৰিয়তে বান্ধি দিয়া হৈছে আধাৰ কাৰ্ডখন।
আধাৰ কাৰ্ডখন স্কেন কৰিলেই কুকুৰটো ভেকচিন লোৱা হয়নে নহয় এই তথ্যও পোৱা যাব।
এজন পশু চিকিৎসকৰ আৱেদনৰ ভিত্তিতেই এই সিদ্ধান্ত লৈছে মুম্বাই পৌৰসভাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

March 23, 2026
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
Next Post
ধনৰ অভাৱত হিন্দু যুৱকক বহিঃৰাজ্যত দিয়া হ’ল কবৰ! কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা জোনাৰামৰ কৰুণ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু

ধনৰ অভাৱত হিন্দু যুৱকক বহিঃৰাজ্যত দিয়া হ'ল কবৰ! কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা জোনাৰামৰ কৰুণ কাহিনীয়ে সেমেকাব আপোনাৰো দুচকু

ভাৰতৰ যুদ্ধ বিমান সকলোৰে পছন্দৰ! ৮৬৭৫ কোটিত বিক্ৰি হ’ব ভাৰতৰ তেজছ মাৰ্ক-১এ, কোন দেশে ক্ৰয় কৰিব এই যুদ্ধবিমান?

ভাৰতৰ যুদ্ধ বিমান সকলোৰে পছন্দৰ! ৮৬৭৫ কোটিত বিক্ৰি হ’ব ভাৰতৰ তেজছ মাৰ্ক-১এ, কোন দেশে ক্ৰয় কৰিব এই যুদ্ধবিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.