ধৰালৈ আগমন ঘটিছে মা দুৰ্গাৰ। পিছে, এইবেলি মূৰ্তিৰ পৰিৱৰ্তে ঘট্ পূজা। সৰগ ভাগি পৰিছে খনিকৰৰ মূৰত। মূৰ্তিৰ বাবে গ্ৰাহক নাই, পেলাই দিব লাগিব। ঋণ লৈ কৰা বিনিয়োগৰ ধনৰ কি হ’ব? পৰিয়াল কেনেদৰে চলিব?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ