৩০ আগষ্টত ভাগৱতীপাৰাত অনুষ্ঠিত হৈছিল কমলা কলিতাৰ সভা। সভাত অংশগ্ৰহণ কৰা সত্যব্ৰত কলিতাও ক’ৰোনাত আক্ৰান্ত। কমলা কলিতাৰ সভাই আৰু বা কাক কাক বিলাইছে ক’ৰোনা!