• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেটৰীনাই অপেক্ষা কৰি থাকে! টোপনিৰ পৰা উঠিয়েই ব্যস্ততা, পত্নী কেটক কিয় সময় দিব পৰা নাই বিকিয়ে?

কেটৰীনাই অপেক্ষা কৰি থাকে! টোপনিৰ পৰা উঠিয়েই ব্যস্ততা, পত্নী কেটক কিয় সময় দিব পৰা নাই বিকিয়ে?

3 years ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

11 minutes ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

24 minutes ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

1 hour ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

2 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

2 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

3 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

3 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

3 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

4 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

4 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

4 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কেটৰীনাই অপেক্ষা কৰি থাকে! টোপনিৰ পৰা উঠিয়েই ব্যস্ততা, পত্নী কেটক কিয় সময় দিব পৰা নাই বিকিয়ে?

editor by editor
June 9, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
কেটৰীনাই অপেক্ষা কৰি থাকে! টোপনিৰ পৰা উঠিয়েই ব্যস্ততা, পত্নী কেটক কিয় সময় দিব পৰা নাই বিকিয়ে?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি ৱাৰ্ল্ড বেষ্ট ফ্ৰেণ্ড ডে’। দাম্পত্যৰ মাজতেই কেনেদৰে বন্ধুত্ব বজাই ৰাখিব পাৰি তাৰ নিদৰ্শন দাঙি ধৰিছে বিকি কৌশল আৰু কেটৰীণা কাঈফে। দুজনেই অভিনয়ক্ষেত্ৰত জড়িত হ’লেও দুয়োৰে পৃথিৱী সম্পূৰ্ণ পৃথক। পৃথকতাবোৰকেই উদযাপন হিচাপে লয় কেট-বিকিয়ে। ২০২১ চনৰ ৯ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল কেট আৰু বিকি। দুয়োৰে বৈবাহিক জীৱনে ডেৰটা বছৰ অতিক্ৰমো কৰিছে। এই ডেৰটা বছৰত দুয়োৱেই দুয়োৰে ভাললগা বেয়ালগাসমূহ বুজি উঠিছে। বুজাপৰাও দুয়োৰে এতিয়া গভীৰ হৈছে। সম্প্ৰতি মুক্তিপ্ৰাপ্ত ‘জাৰা হাটকে জাৰা বাঁচকে’ ছবিৰ প্ৰচাৰৰ বাবে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে বিকিয়ে। বিভিন্নজনৰ সৈতে বাৰ্তালাপত মিলিত হৈছে। তাৰমাজতেই শেহতীয়াভাৱে বিকিয়ে তেওঁৰ ব্যক্তিগত জীৱন অৰ্থাৎ কেট আৰু তেওঁৰ মাজৰ সম্পৰ্ক কেনেকুৱা সেই কথা মুকলিকৈ ইণ্টাৰভিউটোত প্ৰকাশ কৰিছে।

বিকিয়ে কেট সন্দৰ্ভত কয়, ‘তেওঁক মই পুৱাও ভালকৈ সময় দিব নোৱাৰো। আমাৰ দুয়োৰেই পৰিস্থিতি পৃথক। পুৱাই মই কামৰ বাবে সাজু হ’ব লাগে। পুৱা আমি দুয়ো বেলেগ বেলেগ মেজাজত থাকো। টোপনিৰ পৰা উঠি নিত্য নৈমিত্ৰিক কামকেইটা কৰিবলৈ মোৰ প্ৰায় ২ঘণ্টা সময় লাগে। উঠি কফি খাই কামৰ বাবে ওলাই যাবৰ হয়েই। আমি দুয়োৱে কথা পাতিবলৈকো সুযোগ নাপাও।’

ইয়াৰপূৰ্বেও এক সাক্ষাৎকাৰত সম্পৰ্ক কেনেদৰে ভালে ৰাখিব সেই সম্পৰ্কে মন্তব্য দাঙি ধৰিছিল বিকিয়ে। বিকিয়ে সম্পৰ্কক লৈ কৈছিল, ‘প্ৰেম বিবাহেই হওক বা পৰিয়ালৰ পছন্দৰ বিবাহেই হওক দুয়োটা সম্পৰ্কতেই ভালপোৱা থকাটো নিতান্তই প্ৰয়োজন। পৰস্পৰৰ মাজত বুজাপৰা আৰু সহানুভূতি থকাটো প্ৰয়োজন।’ বিকিৰ মতে সিদ্ধান্ত লোৱাৰ সময়ত দুজনেই বুজাপৰাৰ মাজেৰে সিদ্ধান্তটো ল’ব লাগে। এটা সম্পৰ্কত দুজনেই সুখী হোৱাটোৱে আচল কথা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?
জীৱনশৈলী

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

March 31, 2026
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
জীৱনশৈলী

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

March 31, 2026
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?
খাদ্য

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

March 31, 2026
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
খাদ্য

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

March 31, 2026
Next Post
মৰ্গত এতিয়াও আছে ৮২ টা দেহ, কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্তকৰণৰ বাবে ৰাজ্যসমূহৰ সাহায্য বিচাৰিছে ওড়িশা চৰকাৰে

মৰ্গত এতিয়াও আছে ৮২ টা দেহ, কৰমণ্ডল দুৰ্ঘটনাত মৃতদেহ চিনাক্তকৰণৰ বাবে ৰাজ্যসমূহৰ সাহায্য বিচাৰিছে ওড়িশা চৰকাৰে

বিশ্ববজাৰত কমিছে ক্ৰুইড অইলৰ দাম! দেশত কমিব পাৰে পেট্ৰল, ডিজেলৰ দাম

বিশ্ববজাৰত কমিছে ক্ৰুইড অইলৰ দাম! দেশত কমিব পাৰে পেট্ৰল, ডিজেলৰ দাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.