<div class="" data-block="true" data-editor="e5mt0" data-offset-key="9q7ss-0-0"> <div class="_1mf _1mj" data-offset-key="9q7ss-0-0"><span data-offset-key="9q7ss-0-0">কেন্দ্ৰৰ ৩ কৃষি আইনক প্ৰত্যাহ্বান পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ। ইয়াৰ পৰিৱৰ্তে পঞ্জাৱ বিধানসভাত উত্থাপন ৩ কৃষি বিধেয়ক। সিঙৰ মতে- কৃষি এক ৰাজ্যিক বিষয়। </span></div> </div> <div class="" data-block="true" data-editor="e5mt0" data-offset-key="f728k-0-0"></div>