• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনাকালত EMI সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ক’ৰোনাকালত EMI সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

6 years ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

17 minutes ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

47 minutes ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

2 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

4 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

4 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

5 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

6 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

7 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

7 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

8 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ক’ৰোনাকালত EMI সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

স্থিতিস্পষ্ট কৰিবলৈ কেন্দ্ৰক দুসপ্তাহৰ সময়সীমা

editor by editor
September 10, 2020
in ভাৰত
0
ক’ৰোনাকালত EMI সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ
0
SHARES
736
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনা সংক্ৰমণৰ বাবে বিগত ছমাহত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে আমাৰ দেশো তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। বেংকৰ পৰা ঋণ লোৱা লোকসকলে কিস্তিৰ ধন পৰিশোধ কৰিবলৈ অপাৰগ হোৱা পৰিস্থিতিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণ, ন্যায়াধীশ আৰ সুভাষ ৰেড্ডী আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ ৩ জনীয়া বিচাৰপীঠে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰে। ক’ৰোনা সংক্ৰমণৰ কালছোৱাত ঋণ পৰিশোধৰ ক্ষেত্ৰত বিকল্প মৰেট’ৰিয়ামৰ জৰিয়তে ঋণ লোৱা লোকসকলক সহায় কৰাৰ বাবে স্থিতি স্পষ্ট কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ প্ৰদান উচ্চতম ন্যায়ালয়ৰ। ঋণ মাফৰ এমুঠিমান আৱেদনৰ ভিত্তিত এই নিৰ্দেশ প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ।

কেন্দ্ৰ আৰু rbiক অন্তিম সুযোগ প্ৰদান উচ্চতম ন্যায়ালয়ৰ। দুসপ্তাহৰ ভিতৰত কেন্দ্ৰ-RBIয়ে ল’ব লাগিব চূড়ান্ত সিদ্ধান্ত।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে তথ্য বিশ্লেষণৰ জৰিয়তে ঋণ লওঁতাসকলৰ কল্যাণ নিশ্চিত কৰিব লাগিব চৰকাৰে। ছেপ্টেম্বৰৰ অন্তিম সপ্তাহত পুনৰ বিষয়টো ন্যায়ালয়ত উঠিব। মৰেট’ৰিয়ামৰ সময়সীমা বৃদ্ধি বিচৰা ষ্টেণ্ডার্ড একাউণ্টৰ ঋণ লওঁতাসকলক পূৰ্বৰ নিৰ্দেশ বাহাল ৰাখি EMI নিদিলে ‘নন-পাৰফর্মিং’ সাব্যস্ত কৰিব পৰা নাযাব। ঋণ লওঁতাসকলক বেংকে নিৰাপত্তা প্ৰদান কৰিব লাগিব আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। বিগত সপ্তাহত উচ্চতম ন্যায়ালয়ে কৈছিল যে যিসকল ঋণ লওঁতাই মৰেট’ৰিয়ামৰ সুবিধা লাভ কৰিছে অথবা যিসকলৰ ঋণৰ কিস্তি প্ৰদানত পলম হৈছে, তেওঁলোকৰ ঋণক পৰৱর্তী নির্দেশনা পর্যন্ত ‘বেড লোন’ বুলি চিহ্নিত কৰিব নোৱাৰিব।

কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনায় যে বিষয়টো সন্দর্ভত উচ্চ পর্যায়ত আলোচনা অব্যাহত আছে। চৰকাৰে বেংক আৰু অংশীদাৰসকলৰ লগত আলোচনাৰ জৰিয়তে ঋণ লওঁতাসকলক সকাহ দিয়া বিষয়টো পৰীক্ষা কৰি আছে। ঋণ লওঁতাসকলে সুদৰ সুদ মাফৰ ক্ষেত্ৰত জনোৱা আৱেদন সন্দর্ভত কেন্দ্ৰ আৰু ৰিজার্ভ বেংকে কয় যে এয়া হ’বলৈ হ’লে বেংকসমূহ অর্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হ’ব। পলমকৈ প্ৰদান কৰা EMIৰ সুদ ৰেহাই দিয়াটো অর্থনীতিৰ মূল নীতিৰ বিপৰীতে যাব আৰু যিসকলে নিয়মতেই ঋণ পৰিশোধ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত অন্যায় হ’ব। সুদ ৰেহাই সম্ভৱ নহ’লেও EMIৰ মৰেট’ৰিয়ামৰ সময়সীমা অৱশ্যে দুবছৰলৈ বৃদ্ধি কৰিব পৰা যায় বুলি উচ্চতম ন্যায়ালয়ক জনায় কেন্দ্ৰ আৰু ৰিজার্ভ বেংকে। উল্লেখ্য যে মার্চ মাহত ৩ মাহৰ বাবে EMIৰ মৰেট’ৰিয়ামৰ সীমা বান্ধি দিছিল ৰিজার্ভ বেংকে। পিছত সময়সীমা ৩১ আগষ্টলৈ বৃদ্ধি কৰিছিল। এতিয়া মাথোঁ দুসপ্তাহৰ অপেক্ষা। EMIৰ মৰেট’ৰিয়াম সন্দর্ভত স্পষ্ট হ’ব সকলো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24emisupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ
বিনোদন

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

September 10, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
Next Post
অফাৰ পাইছে, কিন্তু ৰাজনীতিলৈ নাহে অভিনেত্ৰী ভ্ৰান্তি মেধি

অফাৰ পাইছে, কিন্তু ৰাজনীতিলৈ নাহে অভিনেত্ৰী ভ্ৰান্তি মেধি

অসমৰ অপৰাধীৰ সৈতে একেখন কাৰাগাৰত ৰিয়া চক্ৰৱৰ্তী

অসমৰ অপৰাধীৰ সৈতে একেখন কাৰাগাৰত ৰিয়া চক্ৰৱৰ্তী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.