• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘গংগাস্নান কৰিলেও এই মহাপাপ দূৰ নহয়!’ গীতাত আৰু কি কৈছে শ্ৰী কৃষ্ণই?

‘গংগাস্নান কৰিলেও এই মহাপাপ দূৰ নহয়!’ গীতাত আৰু কি কৈছে শ্ৰী কৃষ্ণই?

2 years ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

6 minutes ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

38 minutes ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

1 hour ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

19 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

20 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

20 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

21 hours ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

21 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

22 hours ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

22 hours ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

23 hours ago
ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

ভাৰত-ইউৰোপ চুক্তিৰ ফলত ১ কোটিৰ বাহন কিনিব পাৰিব ৫৫লাখত, মাৰ্ছিডিজ, বিএমডব্লিউৰ কিমানত কিনিব?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘গংগাস্নান কৰিলেও এই মহাপাপ দূৰ নহয়!’ গীতাত আৰু কি কৈছে শ্ৰী কৃষ্ণই?

editor by editor
August 9, 2023
in জীৱনশৈলী, ভাৰত
0
‘গংগাস্নান কৰিলেও এই মহাপাপ দূৰ নহয়!’ গীতাত আৰু কি কৈছে শ্ৰী কৃষ্ণই?
0
SHARES
503
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুধৰ্মত গংগা হৈছে অতি পবিত্ৰ নদী। স্বৰ্গৰ নদী গংগাই পৃথিৱীৰ মানুহক সকলো পাপৰ পৰা মুক্ত কৰে। মৰ্ত্যৰ জনতাক পাপৰ পৰা মুক্তি দিবলৈকে এই নদী স্বৰ্গৰ পৰা নামি আহিছে। স্বয়ং মহাদেৱৰ কৃপা আছে এই নদীত। লোকবিশ্বাস যে গংগাজল স্পৰ্শ কৰিলেই মানুহৰ সকলো পাপ খণ্ডন হয়। কিন্তু গীতাত শ্ৰীকৃষ্ণই কৈছে যে এনে এক পাপ আছে যি গংগাস্নান কৰিলেও দূৰ নহয়।

মহাভাৰতৰ কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিতে দিগভ্ৰষ্ট অৰ্জুনক গীতাৰ জ্ঞানৰ মাধ্যমেৰে জীৱনৰ সঠিক দিশ দেখুৱাইছিল শ্ৰী কৃষ্ণই। গীতাৰ জ্ঞান এতিয়াও আমাৰ জীৱনত কাৰ্যকৰী আৰু উপযোগী। হিন্দুধৰ্মৰ অন্যতম পবিত্ৰ ধৰ্মগ্ৰন্থ শ্ৰীমদ ভাগবৎ গীতাই আমাক সঠিক পথ দেখুৱাই। ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য বিচাৰিবলৈ গীতাই জ্ঞান দিয়ে। ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ দিয়ে শ্ৰীমদ ভাগৱৎ গীতাই।

আমাৰ জীৱনত এনে কোনো সমস্যাই নাই যাৰ সমাধান গীতাই দিব নোৱাৰে। গীতাত কৰ্মফলৰ কথা কৈছে শ্ৰী কৃষ্ণই। আমি যদি ভাল কাম কৰো আমি অৱশ্যেই ভাল ফল পাম। আমি যদি বেয়া কাম কৰো, তাৰ ফলো আমি ভোগ কৰিব লাগিব। গীতাত শ্ৰী কৃষ্ণই কেইবাটাও মহাপাপৰ কথা উল্লেখ কৰিছে। এই পাপ কৰিলে গংগাস্নান কৰিলেও পাপ ধুই নাযায়। এই পাপৰ ফল ব্যক্তিজনে ভূগিবই লাগিব। কিন্তু কি কি পাপৰ কোনো ক্ষমা নাই জানেনে?

১) শ্ৰী কৃষ্ণই গীতাত উল্লেখ কৰা অনুসৰি যি পাপ আমি ভুলবশত কৰো তেনে পাপ গংগা স্নান কৰি ধুই দিব পাৰি। এই পাপ ঈশ্বৰেও ক্ষমা কৰি দিয়ে। কিন্তু জানিশুনি পৰিকল্পিতভাৱে পাপ কৰিলে গংগাজলেৰে গা ধুলেও সেই পাপ খণ্ডন নহয়।

২) শ্ৰী কৃষ্ণই কৈছে জীৱনত অকলে যাত্ৰা কৰিবলৈ কেতিয়াও ভয় কৰিব নালাগে। কাৰণ আমি সিংহাসন আৰু শ্মশানলৈ অকলেই যাওঁ।

৩) গীতাত কোৱা হৈছে যে, মানুহে লুকুৱাই কোনো বেয়া কাম কৰিলে সোঁ, বাওঁ, আগফালে, পিছফালে সকলো দিশেই মন কৰো। কিন্তু এনেকৈ যাত্ৰা কৰিলে আমি সদায় যাত্ৰাৰ লক্ষ্যলৈ মন কৰিবলৈ পাহৰি যাওঁ। নিজে লুকুৱাই ৰাখিলেও ঈশ্বৰৰ দৃষ্টিত সেয়া ধৰা পৰে।

৪) কৃষ্ণই কৈছে, কেৱল জাহিৰ কৰিবৰ বাবে ভাল দেখুৱাই লাভ নাই। কাৰণ বাহিৰতচ তুমি যেনেকুৱাই নোহোৱা কিয় মনটোৰো তুমি কিমান ঠিক সেয়া ঈশ্বৰৰ দৃষ্টিত ধৰা পৰে।

৫) গীতাত কোৱা হৈছে কেৱলমাত্ৰ কাপুৰুষ আৰু দুৰ্বলসকলেই ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হয়। যিসকলৰ আত্মবিশ্বাস আৰু ইচ্ছাশক্তি প্ৰৱল, তেওঁলোকে কেতিয়াও ভাগ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। নিজৰ পৰিশ্ৰমৰ জৰিয়তেই তেওঁলোকে সকলোবোৰ আয় কৰে।

৬) গীতাত শ্ৰী কৃষ্ণই কৈছে, ‘তুমি যি কামেই কৰা আগতে ভগৱানক নিবেদন কৰি লোৱা। ইয়াৰ ফলত তুলি ভাৰমুক্ত জীৱন কটাব পাৰিবা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ
জীৱনশৈলী

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

January 29, 2026
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?
জীৱনশৈলী

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

January 28, 2026
Next Post
চন্দ্ৰৰ দক্ষিণত অভিযান চলোৱা ভাৰত চতুৰ্থখন দেশ হোৱাত আহিছে বাধা! ৰুছ মকাকাশযানে চন্দ্ৰযান-৩ ক ধাক্কা দিব নেকি?

চন্দ্ৰৰ দক্ষিণত অভিযান চলোৱা ভাৰত চতুৰ্থখন দেশ হোৱাত আহিছে বাধা! ৰুছ মকাকাশযানে চন্দ্ৰযান-৩ ক ধাক্কা দিব নেকি?

১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ

১ কিঃমিঃ যাবলৈ খৰচ হ’ব মাত্ৰ ৭পইছা! দেশবাসীৰ বাবে বিশেষ বাহন মুকলি TATAৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.