গেৰুৱা দলৰ পৰা ক্ৰমশঃ এলাগী হৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্য। তাৰ প্ৰমাণ পূৱ-গুৱাহাটী সমষ্টিৰ অলিয়ে-গলিয়ে আঁৰি দিয়া এলানী বেনাৰ। কিন্তু কি লিখা আছে এই বেনাৰত? বেনাৰ অঁৰাৰ আঁৰৰ অভিসন্ধি কি?