• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰযান-৩ৰ বাবে ইছৰোই যন্ত্ৰ ক্ৰয় কৰিছে বেচৰকাৰী সংস্থাৰ পৰা, নেপথ্যত কোন এই বিখ্যাত কোম্পানী? চন্দ্ৰৰ বুকুলৈ কেতিয়া যাব চন্দ্ৰযান-৩?

চন্দ্ৰযান-৩ৰ বাবে ইছৰোই যন্ত্ৰ ক্ৰয় কৰিছে বেচৰকাৰী সংস্থাৰ পৰা, নেপথ্যত কোন এই বিখ্যাত কোম্পানী? চন্দ্ৰৰ বুকুলৈ কেতিয়া যাব চন্দ্ৰযান-৩?

3 years ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

34 minutes ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

56 minutes ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

2 hours ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

3 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

3 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

4 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

4 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

23 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

23 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

24 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

1 day ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চন্দ্ৰযান-৩ৰ বাবে ইছৰোই যন্ত্ৰ ক্ৰয় কৰিছে বেচৰকাৰী সংস্থাৰ পৰা, নেপথ্যত কোন এই বিখ্যাত কোম্পানী? চন্দ্ৰৰ বুকুলৈ কেতিয়া যাব চন্দ্ৰযান-৩?

editor by editor
July 11, 2023
in প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান
0
চন্দ্ৰযান-৩ৰ বাবে ইছৰোই যন্ত্ৰ ক্ৰয় কৰিছে বেচৰকাৰী সংস্থাৰ পৰা, নেপথ্যত কোন এই বিখ্যাত কোম্পানী? চন্দ্ৰৰ বুকুলৈ কেতিয়া যাব চন্দ্ৰযান-৩?
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০১৯ চনতেই আৰম্ভ হৈছিল এই যাত্ৰা। কিন্তু যাত্ৰা আধৰুৱা হ’ল। চন্দ্ৰলৈ যোৱা আৰু হৈ নুঠিল। কিন্তু ইছৰোৰ বিজ্ঞানী ৰৈ যোৱা নাই। চন্দ্ৰৰ বুকুলৈ যোৱাৰ হেপাহ শেষ হোৱা নাই। ২০১৯ত ব্যৰ্থ হৈছিল ইছৰো। চন্দ্ৰযান-২ৰ মিছন তেতিয়া ৰৈ গৈছিল। কেইবাটাও ত্ৰুটি ধৰা পৰিছিল চন্দ্ৰযান-২ৰ। শেষ মুহূৰ্তত চফটৱেৰৰ গাফিলতিসহ যন্ত্ৰৰো কেইবাটাও ভুল ধৰা পৰিছিল। এই ভুলসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছে ইছৰোৰ বিজ্ঞানীয়ে। যাতে পুনৰ এই ভুল নহয় তাৰবাবে সকলোপ্ৰকাৰৰ পৰীক্ষাই সম্পন্ন কৰিছে ইছৰোৰ বিজ্ঞানীয়ে। চন্দ্ৰযান-৩ৰ নক্সাত অনা হৈছে কেইবাটাও পৰিবৰ্তন। উন্নত কৰা হৈছে প্ৰযুক্তি, কৌশল। সলাই দিয়া হৈছে গঠন কাঠামোও। বিজ্ঞানীসকলৰ আশা এইবাৰ চন্দ্ৰযান-৩ৰ মিছন সফল হ’বই।

কৰপৰা কেনেকৈ ইছৰোৱে আমদানি কৰিছে চন্দ্ৰযান-৩ মিছনৰ কলকব্জা? কোনে তৈয়াৰ কৰিছে এই কলকব্জা?

চৰকাৰী প্ৰজেক্টৰ নিৰ্ভৰশীল হ’লেও বহুপৰিমানেই কিন্তু এই মিছন বেচৰকাৰী প্ৰতিষ্ঠানৰ ওপৰতো নিৰ্ভৰশীল। সূত্ৰৰ খবৰ অনুসৰি মুম্বাইৰ এটা এৰোস্পেছ সংস্থাই চন্দ্ৰযান-৩ মিছনৰ বাবে বেছ কিছু গুৰুত্বপূৰ্ণ সা সৰঞ্জাম সৰবৰাহ কৰিছে। তৰল প্ৰপালছন ইঞ্জিন, চিই-২০(CE 20) আৰু চেটেলাইট থ্ৰাষ্টাৰসমূহ তৈয়াৰৰ বাবে লগা সামগ্ৰীসমূহ যোগান ধৰিছে ভিক্ৰোলিকৰ গড্ৰেজ এৰোস্পেছ কোম্পানীয়ে।

গড্ৰেজ এৰোস্পেছৰ সহকাৰী ভাইছ প্ৰেছিডেণ্ট আৰু বিজনেছ হেড মানেক বেহৰামকামদিনে জনোৱা অনুসৰি, তিনি দশকৰো বেছি সময় ধৰি ইছৰোৰ সৈতে তেওঁৰ সংস্থাই কাম কৰি আছে। বেহৰামকামদিনে কৈছে, ‘ইছৰোৰ চাহিদা মতে জটিল যন্ত্ৰপাতিসমূহ তৈয়াৰ কৰাৰ দায়িত্ব আমাৰ কোম্পানীয়ে লৈছে। আমাৰ সৈতে ইছৰোৰ চুক্তি আৰম্ভ হৈছে। এইবাৰ লিকুইড প্ৰপালছন মডিউল তৈয়াৰ কৰাৰো নিবিদা লাভ কৰিছো।’

কেতিয়া চন্দ্ৰলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩?

ইছৰোৰ একাধিক মহাকাশ গৱেষণা সম্বন্ধীয় কামকাজত অংশগ্ৰহণ কৰি আহিছে গড্ৰেজ এৰোস্পেছ সংস্থা। চন্দ্ৰযান-১, চন্দ্ৰযান-২ আৰু মঙলযান মিছনত গুৰুত্বপূৰ্ণ অবদান আছে এই সংস্থাৰ। এই অভিযানসমূহৰ বাবে বহুকেইবিধ যন্ত্ৰ তৈয়াৰ কৰিছে গড্ৰেজ কোম্পানীয়ে। ২০১৯ চনৰ ২ ছেপ্টেম্বৰত চন্দ্ৰৰ বুকত নমাৰ সময়তে ধ্বংস হৈ যায় বিমানখন। চলিত সপ্তাহৰ শুকুৰবাৰে দুপৰীয়া ২ বাজি ৩৫ মিনিটত চন্দ্ৰৰ বুকুলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩। এয়া হ’ব ভাৰতৰ তৃতীয় চন্দ্ৰযান। খুব কম দেশেহে বৰ্তমানলৈ চন্দ্ৰৰ বুকুত অভিযান চলাবলৈ যানৱ প্ৰেৰণ কৰিছে। মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলৰ ৰায়গড় জিলাৰ খালাপুৰ মহাকাশ গৱেষণাৰ যন্ত্ৰপাতি নিৰ্মাণৰ এটা প্ৰকল্পও আৰম্ভ কৰিছে গড্ৰেজ কোম্পানীয়ে। এই প্ৰকল্পৰ বাবদ ২৫০ কোটি টকা বিনিয়োগ কৰিছে কোম্পানীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, আকৌ সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
জীৱনশৈলী

এই যুঁজখন হত্যাকাৰী নৰপিশাচ কেইটাৰ বিপক্ষে সমগ্ৰ অসমৰ যুঁজ, আকৌ সামাজিক মাধ্যমত পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

January 10, 2026
ইউনিয়ন বেংকত দুবছৰৰ বাবে ২ লাখ টকা জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ইউনিয়ন বেংকত দুবছৰৰ বাবে ২ লাখ টকা জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব?

January 7, 2026
ৰূপৰ দাম বাঢ়িল ৭ হাজাৰ টকা, দাম বাঢ়িছে সোণৰো, লেটেষ্ট ৰেট কিমান?
জীৱনশৈলী

ৰূপৰ দাম বাঢ়িল ৭ হাজাৰ টকা, দাম বাঢ়িছে সোণৰো, লেটেষ্ট ৰেট কিমান?

January 6, 2026
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

January 2, 2026
Next Post
অসমীয়াৰ সৈতে নিবিড় সম্পৰ্ক শ্বাহৰুখ খানৰ, অসমীয়াৰ সৈতে কি সম্পৰ্ক শ্বাহৰুখ খানৰ?

অসমীয়াৰ সৈতে নিবিড় সম্পৰ্ক শ্বাহৰুখ খানৰ, অসমীয়াৰ সৈতে কি সম্পৰ্ক শ্বাহৰুখ খানৰ?

ঘৰত সোণ গোটাই থৈছে নেকি? ঘৰত কিমান পৰিমাণৰ সোণ থ’লে আয়কৰ বিভাগৰ ৰোষত পৰিব আপুনি?

ঘৰত সোণ গোটাই থৈছে নেকি? ঘৰত কিমান পৰিমাণৰ সোণ থ’লে আয়কৰ বিভাগৰ ৰোষত পৰিব আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.