• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীত বাগদান, বিয়া ৰাজস্থানত, অভ্যৰ্থনা অনুষ্ঠান দেশৰ কোন কোন প্ৰান্তত হ’ব জনালে ৰাঘৱ-পৰিণীতিয়ে

দিল্লীত বাগদান, বিয়া ৰাজস্থানত, অভ্যৰ্থনা অনুষ্ঠান দেশৰ কোন কোন প্ৰান্তত হ’ব জনালে ৰাঘৱ-পৰিণীতিয়ে

3 years ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

40 minutes ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

1 hour ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

2 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

2 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

2 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

3 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

3 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

4 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

6 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

6 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

7 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিল্লীত বাগদান, বিয়া ৰাজস্থানত, অভ্যৰ্থনা অনুষ্ঠান দেশৰ কোন কোন প্ৰান্তত হ’ব জনালে ৰাঘৱ-পৰিণীতিয়ে

editor by editor
July 17, 2023
in জীৱনশৈলী, ভাৰত
0
দিল্লীত বাগদান, বিয়া ৰাজস্থানত, অভ্যৰ্থনা অনুষ্ঠান দেশৰ কোন কোন প্ৰান্তত হ’ব জনালে ৰাঘৱ-পৰিণীতিয়ে
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিয়ালৈ মাজত মাত্ৰ কেইটামান দিন। চলিত বছৰতেই জীৱনত নতুন ইনিংছ আৰম্ভ কৰিব আম আদমী পাৰ্টীৰ সাংসদ ৰাঘৱ চাড্ডা আৰু অভিনেত্ৰী পৰিণীতি চোপ্ৰাই। ১৩মে’ত ধুমধামেৰে দিল্লীত পৰিণীতি আৰু ৰাঘৱৰ বাগদান পৰ্ব সম্পন্ন হৈছে। পৰিয়ালৰ উপস্থিতিতেই বাগদান পৰ্ব সম্পন্ন হয় ৰাঘৱ-পৰিণীতিৰ। কিন্তু বিয়া কেতিয়া কৰাব ৰাঘৱ-পৰিণীতিয়ে? এই বিষয়টোক লৈ প্ৰায় সময়তেই চৰ্চাও চলিছে।

ভাইৰেল খবৰ অনুসৰি চলিত মাহৰ অক্টোবৰ মাহত বিবাহপাশত আৱদ্ধ হ’ল ৰাঘৱ-পৰিণীতি। ৰাজস্থানৰ এটা বিলাসবহুল প্ৰাসাদত বিবাহৰ অনুষ্ঠান চলিব ৰাঘৱৰ। আত্মীয় স্বজন তথা বলীউডৰ কেইবাগৰাকীও অভিনেতা অভিনেত্ৰীৰ লগতে আম আদমী পাৰ্টীৰো বহু নেতা উপস্থিত থাকিব পৰিণীতিৰ বিবাহ অনুষ্ঠানত।

ৰাজস্থানত বিবাহৰ অনুষ্ঠান হ’লেও তিনিখন বিশেষ চহৰত দিয়া হ’ব ৰিচিপশ্ব্যন পাৰ্টী। দিল্লীতেই জন্ম ৰাঘৱৰ। সেয়ে দিল্লীতো এটা বিশেষ পাৰ্টীৰ ব্যৱস্থা কৰা হ’ব। বেছিভাগ আত্মীয় স্বজনেই দিল্লীৰ বাসিন্দা সেয়ে ৰাঘৱে দিল্লীতো পাৰ্টীৰ আয়োজন কৰিব। গুৰুগ্ৰামৰ এটা বিলাসবহুল হোটেলত চলিছে বিশেষ আয়োজন। ইতিমধ্যেই গুৰুগ্ৰামৰ ‘দ্যা লীলা এম্বিয়েন্স’ হোটেলত ৰিছিপশ্ব্যন পাৰ্টীৰ আয়োজন কৰা হ’ব। চণ্ডীগড়তো দিয়া হ’ব বিশেষ পাৰ্টী। চণ্ডীগড়ৰ ওপৰিও মুম্বাইতো দিয়া হ’ব বিশেষ ৰিচিপশ্ব্যন পাৰ্টী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?
জীৱনশৈলী

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

March 27, 2026
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!
জীৱনশৈলী

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

March 27, 2026
Next Post
দেশৰ আগন্তুক প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী! ভৱিষ্যতবাণী ২০২৪ত সঁচা হ’বই, কোনে ক’লে এই কথা?

দেশৰ আগন্তুক প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী! ভৱিষ্যতবাণী ২০২৪ত সঁচা হ’বই, কোনে ক’লে এই কথা?

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.