• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধেমালি চলেৰেই কথাবোৰ সঁচা হ’ল! ৰিক্ত বুকুত বাসনা ঢলা সেই অলকানন্দাৰ অনামিকা আঙুলিত জিলিকিল শংকুৰাজৰ আঙুঠি

2 years ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

41 minutes ago

11 hours ago
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

12 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

13 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

14 hours ago
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

15 hours ago
ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

16 hours ago
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

17 hours ago
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধেমালি চলেৰেই কথাবোৰ সঁচা হ’ল! ৰিক্ত বুকুত বাসনা ঢলা সেই অলকানন্দাৰ অনামিকা আঙুলিত জিলিকিল শংকুৰাজৰ আঙুঠি

editor by editor
July 5, 2023
in অসম, জীৱনশৈলী
0
ধেমালি চলেৰেই কথাবোৰ সঁচা হ’ল! ৰিক্ত বুকুত বাসনা ঢলা সেই অলকানন্দাৰ অনামিকা আঙুলিত জিলিকিল শংকুৰাজৰ আঙুঠি
0
SHARES
17.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শংকুৰাজৰ জীৱনলৈ বাস্তৱত আহিল অলকানন্দা। ধেমালী চলেৰেই কথাবোৰ সঁচা হ’ল। প্ৰাণৰ প্ৰেয়সীৰ অনামিকা আঙুলিত আঙুঠি পিন্ধালে শংকুৰাজ কোঁৱৰে। প্ৰেয়সী অলকানন্দা গোস্বামী।

পৰিচিত কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে আঙুঠি পিন্ধালে অলকানন্দাক। গানেৰেই শংকুৰাজে দিছিল প্ৰেয়সী অলকানন্দাৰ বৰ্ণনা। সুৰেৰেই প্ৰেমৰ অলকানন্দা বোৱাই দিয়াৰ কথাও কৈছিল। খুবেই জনপ্ৰিয় হৈছিল শংকুৰাজৰ অলকানন্দা গীতটি। ‘অলকানন্দা’ গানটোৰ অন্তৰালত আছিল প্ৰকৃততে এইগৰাকী অলকানন্দাই। শংকুৰাজেও এক সাক্ষাৎকাৰত কৈছিল, এই গীতটিৰ আঁৰৰ কাহিনী।

গানৰ আঁৰত আছে এগৰাকী নাৰী। ৰিক্ত বুকুতে বাসনা ঢলাগৰাকীয়েই তেওঁৰ প্ৰিয় নাৰী অলকানন্দা। বুধবাৰে ডিব্ৰুগড় জিলা চাবুৱা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দনন্দ দেৱ গোস্বামীৰ কন্যা অলকানন্দা গোস্বামীক আঙুঠি পিন্ধাই যুগ্ম জীৱনলৈ এখোজ আগবঢ়ালে শংকুৰাজে।

তেওঁ অসমীয়া গীতৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবেও শংকুৰাজ জনপ্ৰিয়। ‘অলকানন্দা’ৰ গীতটিৰে তেওঁ যিগৰাকী নাৰীৰ বিষয়ে কৈছিল, সেইগৰাকী অলকানন্দাকে জীৱন সংগী কৰি ল’লে শংকুৰাজে। এই বিশেষ দিনটোত তেওঁলোকে সামাজিক ৰীতি–নীতিৰে বাগদান সম্পন্ন কৰাৰ লগতে কেক কাটিও দিনটো উদযাপন কৰাৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

December 16, 2025
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই
অসম

অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

December 16, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
স্বাস্থ্যখণ্ডৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী, ‘নিজকে ঠিক কৰক, নৱেম্বৰ মাহেই অন্তিম সময়সীমা’

স্বাস্থ্যখণ্ডৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী, 'নিজকে ঠিক কৰক, নৱেম্বৰ মাহেই অন্তিম সময়সীমা’

মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতেই বাঢ়িল ১৯,০০০ কোটিৰ সম্পত্তি! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত শীৰ্ষ ১৩ নম্বৰত মুকেশ আম্বানী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন